ভাৰত চৰকাৰে বন্ধ কৰা ৫৯ টা চীন এপ্লিকেচনৰ তালিকা। এপ্লিকেচন কেইটাৰ নাম কি?



আপুনি জানেনে ভাৰত চৰকাৰে চীন দেশৰ এপ্লিকেচন সমূহ ভাৰতত কিয় বন্ধ কৰিলে।
আমি সকলোৱে জানো যে চীন ‌এখন উন্নত আৰু ঘণ জনৱসতি দেশ, কিন্তু চীনৰ কিছুমান অহংকাৰে চীনক অৰ্দ্ধপতনে ঠেলি নিছে।
অৱশেষত, চীনে এক ডাঙৰ ভূল কৰিলে। চীনে ১৫/০৬/২০২০ তাৰিখে চল কৰি ভাৰতীয় জোৱাৰ ওপৰত আক্ৰমণ কৰে। এই আক্ৰমণত ৰ্দূভাগ‍্যৱসত ২০ জন ভাৰতীয় জোৱানৰ মৃত্যু হয়। এনে কু-কাণ্ডৰ কাৰণে ভাৰত চৰকাৰে এই সিদ্ধান্ত ল'বলৈ বাধ্য হল। অকল এয়াই নহয়, চীনৰ যিকোনো বস্তু ভাৰতত বৰ্জন কৰিবলৈ ভাৰত চৰকাৰে সিদ্ধান্ত লয়।
ভাৰতত বন্ধ কৰা চীনৰ এপ্লিকেচনৰ তালিকা__

১. TikTok
২. UC Browser
৩. Likee
৪. Shareit
৫. Helo
৬. Shein
৭. Clash of Kings
৮. DU battery saver
৯. Baidu map
১০. Kwait
১১. YouCam makeup
১২. Mi Community
১৩. CM Browers
১৪. Virus Cleaner
১৫. APUS Browser
১৬. ROMWE
১৭. Club Factory
১৮. Newsdog
১৯. Beauty Plus
২০. WeChat
২১. UC News
২২. QQ Mail
২৩. Weibo
২৪. Xender
২৫. QQ Music
২৬. QQ Newsfeed
২৭. Bigo Live
২৮. SelfieCity
২৯. Mail Master
৩০. Parallel Space
৩১. Mi Video Call – Xiaomi
৩২. WeSync
৩৩. ES File Explorer
৩৪. Viva Video – QU Video Inc
৩৫. Meitu
৩৬. Vigo Video
৩৭. New Video Status
৩৮. DU Recorder
৩৯. Vault- Hide
৪০. Cache Cleaner DU App studio
৪১. DU Cleaner
৪২. DU Browser
৪৩. Hago Play With New Friends
৪৪. Cam Scanner
৪৫. Clean Master – Cheetah Mobile
৪৬. Wonder Camera
৪৭. Photo Wonder
৪৮. QQ Player
৪৮. We Meet
৫০. Sweet Selfie
৫১. Baidu Translate
৫২. Vmate
৫৩. QQ International
৫৪. QQ Security Center
৫৫. QQ Launcher
৫৬. U Video
৫৭. V fly Status Video
৫৮. Mobile Legends
৫৯. DU Privacy
আমি আমাৰ ভাৰতবৰ্ষৰ প্ৰতি প্ৰত্যেক জনে গৌৰৱ কৰা দৰকাৰ আৰু এজন ভাৰতীয় নাগৰিক হিচাপে এই এপ্লিকেচন সমূহ বৰ্জন কৰাৰ আৱশ্যক। তেতিয়াহে চীনে বুজি পাব।
ভাৰতত পুনৰ ১১৮ টা চাইনীজ এপ্পছ বন্ধ।

Post a Comment

0 Comments