অসম পুলিচ কঞ্চটেৱলৰ বাবে আবেদনকাৰীসকল এডমিট কাৰ্ড মুকলি হ'ল।


যিসকল ব‍্যক্তিয়ে অসম পুলিচ কঞ্চটেৱলৰ বাবে আবেদন কৰিছিল, তেওঁলোকৰ বাবে এটা সুখবৰ আমাৰ হাতত আহি পৰিছে।

আবেদনকাৰীসকল PST আৰু PET টেষ্টৰ বাবে এডমিট কাৰ্ড/(ফোনকলৰ )দিয়াৰ ব্যৱস্থা হৈছে। এডমিট কাৰ্ডখন  নিদিষ্ট সময়সীমাৰ ভিতৰত লব লাগিব।

ডাৰ্ডখন কেনেকৈ সংগ্ৰহ কৰিব?

কাৰ্ডখন সংগ্ৰহ কৰিবলৈ  অফিচিয়েল ৱেবছাইটত যাব লাগিব।

মনত ৰাখিব, যে এই কাৰ্ডখন নিদিষ্ট সময়তে হে সংগ্ৰহ কৰিব পাৰিব। এই কাৰ্ডখন সন্ধিয়া ৬.০০ বজাৰ পাছত উপলদ্ধ হব আৰু তেতিয়াই সেই ৱেবছাইটৰ পৰা ডাউনলোড কৰিব লাগিব।

কাৰ্ডখন ডাউনল'ড কৰক।


Post a Comment

0 Comments