Pubg কোনে আৱিষ্কাৰ কৰিছিল। Pubg গেমৰ বিষয়ে চমুকৈ।

 Pubg কোনে আৱিষ্কাৰ কৰিছিল। Pubg গেমৰ বিষয়ে চমুকৈ।

pubg image


বৰ্তমান সময়ত বিশ্বৰ ভিতৰত আটাইতকৈ বেছি ব্যৱহাৰ হোৱা গেমটোৱে হৈছে পাবজী। লাখ লাখ মানুহে পাবজী খেলিবলৈ ভাল পায়। প্লেষ্ট'ৰত আটাইতকৈ বেছি ডাউনল'ড হোৱা গেমটোৱে হৈছে পাবজী। ই হৈছে এটা এণ্টাৰটেইনমেণ্ট খেল। এই গেমটো অকলে খেলা গেম নহয়। আপুনি আপোনাৰ বন্ধু-বান্ধৱীৰ লগত অডিঅ' কনফাৰেঞ্চৰ যোগেদি কেইবাজনো বন্ধু-বান্ধৱীৰ লগত একেলগে খেলি আনন্দ উপভোগ কৰিব পাৰে।

পাবজী গেমৰ ৰিলিজ হৈছিল ২০১৬ চনৰ ৩০ জুলাই তাৰিখে দক্ষিণ কোৰিয়াত। এই গেমটোৰ কম্পোজাৰ কৰিছিল টম ছাল্টা আৰু ডিজাইন কৰিছিল ব্ৰেণ্ডেন গ্ৰীনি। গেমটোৰ প্ৰডিউচাৰ কৰিছিল কীম চাং হান।

পাবজী গেম প্ৰথমতে মাইক্ৰ'ছফ্ট উৱিনণ্ডো (Microsoft Window)ৰ বাবে ২০১৭ চনৰ ২০ ডিচেম্বৰ তাৰিখে ৰিলিজ পাইছিল আৰু ২০১৮ চনৰ ১৯ মাৰ্চ  তাৰিখে এণ্ড্ৰ‌ইড আৰু আই,অ,এছত (Android and iOS) ৰিলিজ হৈছিল।

এক্সবক্স ৱানৰ (Xbox One) বাবে ২০১৮ চনৰ ৪ চেপ্তেম্বৰ তাৰিখে, প্লেষ্টেচন ফৰ (PlayStation 4)ৰ বাবে ২০১৮ চনৰ  ৭ ডিচেম্বৰ তাৰিখে আৰু ষ্টেডিয়া (Stadia) ২০২০ চনৰ ২৮ এপ্ৰিল তাৰিখে ৰিলিজ পাইছিল।


Post a Comment

2 Comments

  1. Thanks for sharing these wonderful information. I really enjoyed to reading it. Keep up the good work.
    If you have time please check my post on
    ptcl bills.

    ReplyDelete