৩৬৫ দিনৰ সকলো দিৱস সমূহৰ নাম। কোন তাৰিখে কি দিৱস। চুমা (KISS) দিৱস কেতিয়া?

৩৬৫ দিনৰ সকলো দিৱস সমূহৰ নাম। কোন তাৰিখে কি দিৱস। চুমা (KISS) দিৱস কেতিয়া?


 ১২ মাহত কোনটো তাৰিখত কি দিৱস পালন কৰা হয়।

জানুৱাৰী মাহ,

১ জানুৱাৰী- নৱবৰ্ষৰৰূপে পালন কৰা হয়।

৩ জানুৱাৰী- ছাইলেণ্ট (Silent Day) দিৱস।

৪ জানুৱাৰী-  বিশ্ব ব্ৰেইলি দিৱস (World Braille Day)

৯ জানুৱাৰী- এনে,আৰ,আই দিৱস।

১০ জানুৱাৰী- লাফিং দিৱস (Laughing Day)

১২ জানুৱাৰী- নেছনেল ইউথ দিৱস (National Youth Day)

১৫ জানুৱাৰী- সৈনিক দিৱস (Army Day)

২৫ জানুৱাৰী- নেছনেল ভোটাৰ দিৱস (National Voters Day)

২৬ জানুৱাৰী- ভাৰতীয় গণতন্ত্ৰ দিৱস।

৩০ জানুৱাৰী-শ্বহীদ দিৱস।

৩১ জানুৱাৰী- শিশু দিৱস।

ফেব্ৰুৱাৰী মাহ,

২ ফেব্ৰুৱাৰী- জাতীয় বালিকা দিৱস।

২ ফেব্ৰুৱাৰী- বিশ্ব আৰ্দ্ৰভূমি দিৱস।(World wetlands day)

৪ ফেব্ৰুৱাৰী- বিশ্ব কেন্সাৰ দিৱস।

৭ ফেব্ৰুৱাৰী- ৰ'ছ দিৱস। (Rose Day)

৮ ফেব্ৰুৱাৰী- প্ৰ'পোছ দিৱস। (Propose Day)

৯ ফেব্ৰুৱাৰী- ছ'কোলেট দিৱস। (Chocolate Day)

৯ ফেব্ৰুৱাৰী- পিজা পাই দিৱস। (Pizza Pie Day)

১০ ফেব্ৰুৱাৰী- টেডী দিৱস। (Teddy Day)

১১ ফেব্ৰুৱাৰী- প্ৰমীছ দিৱস। (Promise Day)

১২ ফেব্ৰুৱাৰী- চুমা দিৱস। (Kiss Day)

১৩ ফেব্ৰুৱাৰী - হাই দিৱস। (Hug Day)

১৪ ফেব্ৰুৱাৰী- ভেলেণ্টাইন দিৱস।

২১ ফেব্ৰুৱাৰী-  আন্তৰ্জাতিক মাতৃভাষা দিৱস (International Mother Language Day)

২৭ ফেব্ৰুৱাৰী- বিশ্ব এন,জি,অ' দিৱস। ( World NGO Day)

২৮ ফেব্ৰুৱাৰী- ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস।

মাৰ্চ মাহ,

১ মাৰ্চ বিশ্ব নাগৰিক সুৰক্ষা দিৱস।

৩ মাৰ্চ বিশ্ব বন্যজীৱ দিৱস। (World Wildlife Day)

৮ মাৰ্চ- আন্তৰ্জাতিক মহিলা দিৱস।

১৩ মাৰ্চ- ন' স্মকিং দিৱস।(No smoking day)

১৫ মাৰ্চ- বিশ্ব অক্ষম দিৱস। (World Disable Day)

১৫ মাৰ্চ- উপভোক্তা অধিকাৰ দিৱস। (Consumer Rights Day)

১৫ মাৰ্চ- বিশ্ব ভোক্তা অধিকাৰ দিৱস।(World Consumer Rights Day)

১৬ মাৰ্চ- ৰাষ্ট্ৰীয় টিকাকৰণ দিৱস। (National Vaccinetion Day)

১৭ মাৰ্চ- চেণ্ট পেট্ৰিকছ দিৱস। (Saint Patrick's Day)

১৮ মাৰ্চ - গ্লোবেল ৰিচাইক্লিং দিৱস ( Global Recycling Day)

২০ মাৰ্চ - আন্তৰাষ্ট্ৰীয় আনন্দ দিৱস (International Day Of Happiness)

২১ মাৰ্চ- বিশ্ব কবিতা দিৱস।

২১ মাৰ্চ- আন্তৰ্জাতিক বন দিৱস। (International Day Of Forest)

২২ মাৰ্চ- বিশ্ব জল দিৱস।(World Water Day)

২৩ মাৰ্চ-  শ্বহীদ দিৱস। (Martyrs Day)

২৪ মাৰ্চ- বিশ্ব টিভি দিৱস। (World TB Day)

এপ্ৰিল মাহ,

১ এপ্ৰিল-ৰ্মূখ দিৱস।

৭ এপ্ৰিল- বিশ্ব স্বাস্থ্য দিৱস

১০ এপ্ৰিল- বিশ্ব হোমিওপেথিক দিৱস।

১১ এপ্ৰিল-বিশ্ব পাৰ্কিংচনছ দিৱস।(World Parkinson's Disease Day)

১৭ এপ্ৰিল- বিশ্ব হেমোফিলিয়া দিৱস। (World Hemophilia Day).

১৮ এপ্ৰিল- বিশ্ব ঐতিহ্য দিৱস। (World Heritage Day)

২১ এপ্ৰিল- বিশ্ব চিভিল সেৱা দিৱস।

২২ এপ্ৰিল- পৃথিৱী দিৱস।(World Day)

২৫ এপ্ৰিল- বিশ্ব মেলেৰিয়া দিৱস।

২৭ এপ্ৰিল- আন্তৰ্জাতিক ডিজাইন দিৱস।

মে' মাহ, 

মে'- মে' দিৱস।

৩ মে'- বিশ্ব সংবাদ মাধ্যমৰ স্বাধীনতা দিৱস।

৮ মে'- বিশ্ব ৰেড ক্ৰছ দিৱস।

৮ মে'- মাতৃ দিৱস।

১১ মে'- বিশ্ব প্ৰযুক্তি দিৱস।

১২ মে'- আন্তৰ্জাতিক নাৰ্ছ দিৱস।

১৭ মে'- টেলিযোগাযোগ দিৱস।(Telecommunication Day)

২২ মে'-জৈৱ বৈশিষ্টৰ আন্তৰ্জাতিক দিৱস।(International Day for Biological Diversity).

২৪ মে'-ৰাষ্ট্ৰমণ্ডল দিৱস।(Commonwealth Day).

৩১ মে'- বিশ্ব  ন' তম্বাকো দিৱস(ধপাঁত বিৰোধী দিৱস)।(World No-Tobacco Day).

জুন মাহ,

১ জুন- আন্তৰ্জাতিক শিশু দিৱস।(International Children's Day), বিশ্ব পিতৃ-মাতৃ দিৱস (Global Day Of Parents).

৫ জুন- বিশ্ব পৰিবেশক দিৱস।

৬ জুন- ৰাষ্ট্ৰীয় বাগিচা ব্যায়াম দিৱস।

৮ জুন- বিশ্ব মহাসাগৰ দিৱস।

১০ জুন- বনৌষধি আৰু মচলা দিৱস।

১৪ জুন - বিশ্ব ৰক্তদান দিৱস।

১৫ জুন- বিশ্ব ৰক্তদান দিৱস।

১৮ জুন- পিতৃ দিৱস।

২০ জুন- বিশ্ব শৰৰ্নাথী দিৱস। (World Refugee Day).

২১ জুন - আন্তৰ্জাতিক যোগ দিৱস।

২১ জুন- বিশ্ব সংগীত দিৱস।

২২ জুন-  বিশ্ব বৰ্ষাৰণ্য দিৱস। (World Rainforest Day)

২৩ জুন- আন্তৰ্জাতিক অলিম্পিক দিৱস।

২৫ জুন- ৰাষ্ট্ৰীয় খাদ্য ট্ৰাক দিৱস।

২৬ জুন-আন্তৰ্জাতিক এণ্টি ড্ৰাগছ দিৱস।

জুলাই মাহ,

১ জুলাই- ডাক্তৰ দিৱস।

১ জুলাই CA- দিৱস।

১১ জুলাই- বিশ্ব জনসংখ্যা দিৱস।

১৫ জুলাই - বিশ্ব যুৱ দক্ষতা দিৱস।

১৭ জুলাই - বিশ্ব ইমোজী দিৱস ( World Emoji Day)।

১৮ জুলাই - নেলছন মেণ্ডেলা দিৱস।

২২ জুলাই - ৰাষ্ট্ৰীয় আম দিৱস।

২৬ জুলাই- কাৰ্গিল বিজয় দিৱস।

২৯ জুলাই - আন্তৰ্জাতিক বোকা দিৱস।

২৯ জুলাই - ৰাষ্ট্ৰীয় কেমেৰা দিৱস।

আগষ্ট মাহ,

১ আগষ্ট- বিশ্ব মাতৃ স্তনপান দিৱস।

৩ আগষ্ট- আন্তৰ্জাতিক ফ্ৰেইণ্ডছ দিৱস।

৯ আগষ্ট- বিশ্ব আদিবাসী দিৱস।

১৩ আগষ্ট- (Left Hander's Day),বিশ্ব অংগ দান দিৱস। (World Organ Donation Day)

১৫ আগষ্ট- ভাৰত স্বতন্ত্ৰ দিৱস।

১৯ আগষ্ট- বিশ্ব ফটোগ্ৰাফি দিৱস।

২০ আগষ্ট- বিশ্ব মহ দিৱস।(World Mosquito Day).

২৪ আগষ্ট- সংস্কৃত দিৱস।

২৬ আগষ্ট- মহিলা সমানতা দিৱস।(Women's Equality Day).

২৬ আগষ্ট - আন্তৰ্জাতিক কুকুৰ দিৱস।

২৯ আগষ্ট- ৰাষ্ট্ৰীয় খেল দিৱস।

চেপ্তেম্বৰ মাহ,

২ চেপ্তেম্বৰ- বিশ্ব নাৰিকল দিৱস।

৫ চেপ্তেম্বৰ- আন্তঃৰাষ্ট্ৰীয় চেৰিটী দিৱস।

৫ চেপ্তেম্বৰ- শিক্ষক দিৱস।

৮ চেপ্তেম্বৰ- বিশ্ব সাক্ষৰতা দিৱস।

৮ চেপ্তেম্বৰ- বিশ্ব ফিজিঅ'থেৰাপি দিৱস।

১০ চেপ্তেম্বৰ- বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস।

১৪ চেপ্তেম্বৰ- জাতীয় হিন্দী দিৱস।

১৫ চেপ্তেম্বৰ- আন্তৰ্জাতিক গণতন্ত্ৰ দিৱস।

১৫ চেপ্তেম্বৰ- জাতীয় ইঞ্জিনিয়াৰ দিৱস।

১৬ চেপ্তেম্বৰ- বিশ্ব অজোন দিৱস। (World Ozone Day)

১৮ চেপ্তেম্বৰ- বিশ্ব জল পৰ্যবেক্ষণ দিৱস।

১৮ চেপ্তেম্বৰ- বিশ্ব বাহঁৰ দিৱস।

২১ চেপ্তেম্বৰ- আন্তৰ্জাতিক শান্তি দিৱস।

২১ চেপ্তেম্বৰ- বিশ্ব আলঝেইমাৰ দিৱস।(World Alzheimer's Day).

২২ চেপ্তেম্বৰ- বিশ্ব গড়ঁ দিৱস।

২২ চেপ্তেম্বৰ - ৰ'ছ দিৱস। (Rose Day)

২৩ চেপ্তেম্বৰ -  সাংকেতিক ভাষাৰ আন্তৰ্জাতিক দিৱস।

২৪ চেপ্তেম্বৰ- বিশ্ব মেৰিটাইম দিৱস।

২৫ চেপ্তেম্বৰ- বিশ্ব ফাৰ্মাছিষ্ট দিৱস।

২৭ চেপ্তেম্বৰ- বিশ্ব পৰ্যটন দিৱস।

২৯ চেপ্তেম্বৰ- বিশ্ব হৃদয় দিৱস।

অক্টোবৰ মাহ,

১ অক্টোবৰ- আন্তঃৰাষ্ট্ৰীয় বয়োজেস্থ দিৱস।(International Day of the Elderly).

১ অক্টোবৰ- আন্তঃৰাষ্ট্ৰীয় কফি দিৱস।

১ অক্টোবৰ- বিশ্ব নিৰামিষ দিৱস।

২ অক্টোবৰ- গান্ধী জয়ন্তী।

৪ অক্টোবৰ- বিশ্ব প্ৰাণী কল্যাণ দিৱস।

৭ অক্টোবৰ- বিশ্ব কাপোৰ দিৱস।

৮ অক্টোবৰ- ভাৰতীয় বিমান বাহিনী দিৱস।

৯ অক্টোবৰ- বিশ্ব ডাক দিৱস।

১০ অক্টোবৰ- জাতীয় ডাক দিৱস।

১১ অক্টোবৰ- আন্তঃৰাষ্ট্ৰীয় বালিকা দিৱস।

১৫ অক্টোবৰ- গ্লোবেল হেণ্ডৱাছিং দিৱস।

১৬ অক্টোবৰ- বিশ্ব খাদ্য দিৱস।

২১ অক্টোবৰ- জাতীয় পুলিচ স্মাৰক দিৱস।

২৪ অক্টোবৰ- সংযুক্ত ৰাষ্ট্ৰীয় দিৱস।

২৪ অক্টোবৰ- বিশ্ব প'লিঅ' দিৱস।

৩১ অক্টোবৰ - ৰাষ্ট্ৰীয় ঐক্য দিৱস।(National Unity Day)

নৱেম্বৰ মাহ,

১১ নৱেম্বৰ- শিক্ষা দিৱস।

১৪ নৱেম্বৰ- বাল্য দিৱস।

১৪ নৱেম্বৰ- বিশ্ব ডায়েবেটিছ দিৱস।

১৭ নৱেম্বৰ- আন্তর্জাতিক ছাত্র দিৱস।

১৯ নৱেম্বৰ- নাগৰিক দিৱস।

২০ নৱেম্বৰ- বিশ্ব  শিশু দিৱস।

২১ নৱেম্বৰ-বিশ্ব টেলিভিছন দিৱস।

ডিচেম্বৰ মাহ,

১ ডিচেম্বৰ- বিশ্ব এইডছ   দিৱস।

২ ডিচেম্বৰ- ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ দিৱস।

২ ডিচেম্বৰ- অসম দিৱস (চুকাফা দিৱস)।

৩ ডিচেম্বৰ- বিশ্ব প্রতিবন্ধী দিবস।

৪ ডিচেম্বৰ- নেভী দিৱস।

৪ ডিচেম্বৰ- বন্য জীৱনৰ কথোপকথনৰ দিন।

৫ ডিচেম্বৰ- আন্তর্জাতিক স্বেচ্ছাসেবক দিৱস।

১০ ডিচেম্বৰ- মানৱ অধিকাৰ দিৱস।

২৩ ডিচেম্বৰ - কৃষক দিৱস।

২৪ ডিচেম্বৰ- জাতীয় গ্ৰাহক দিৱস।

২৫ ডিচেম্বৰ- খ্ৰীষ্টমাচ দিৱস।

২৬ ডিচেম্বৰ- বক্সিং দিৱস।

নতুনকৈ নামাকৰণ কৰা দিৱস সমূহ সন্নিৱিষ্ট কৰা হ'ব।

Post a Comment

0 Comments