"কা" (CAA) আৰু (CAB) কি?

"কা" (CAA) আৰু (CAB) কি?


CAA আৰু CAB কি?

CAA , হৈছে নাগৰিকত্ব সংশোধনী আইন(Citizenship Amendment Act)সদনত এই আইন খন পাছ হোৱাৰ পিছত ইয়াৰ নাম দিয়া হ'ল_নাগৰিকত্ব সংশোধনী আইন (CAA).

CAB হৈছে_নাগৰিকত্ব সংশোধনী বিধেয়ক (Citizenship Amendment Bill), যেতিয়া এই আইন খন উত্থাপন কৰিছিল, তেতিয়া ইয়াক CAB নামেৰে নামাকৰণ কৰিছিল। সদনত আইনখন পাছ হোৱাৰ পিছত তথা ৰাষ্ট্ৰপতিয়ে শ্বাক্ষৰ কৰাৰ পিছত ইয়াৰ নাম হয়_নাগৰিকত্ব সংশোধনী আইন(Citizenship Amendment Act) ইয়াক আমি চমুকৈ "কা" বুলি ক‌ওঁ।

Post a Comment

0 Comments