অনলাইন উপাৰ্জন কৰাৰ সহজ উপায়।২০২০

অনলাইন উপাৰ্জন কৰাৰ সহজ উপায়।

Mall91(ভাৰতৰ দোকান):-

এইটো এপ্লিকেচনৰ বিষয়ে বোধকৰোঁ আপুনি শুনিছে। এই কোম্পানীৰ টোৰ বিষয়ে চমুকৈ জানি থ‌ওঁ।

আপুনি চাগে অনলাইন চপিং কৰি খুবেই ভাল পাই নহয় জানো। এমেজন,ফিলিপকাৰ্ড আদি ই-কমাৰ্চ ৱেবচাইটৰ দৰে ইয়ো এটা ই-কমাৰ্চ ৱেবছাইট।ইয়াক ৱেবছাইট আৰু এপ্প দুয়োটাতে ব্যৱহাৰ কৰিব পাৰি।
২০১৮ চনত আৰম্ভ কৰা ভাৰতৰ একমাত্র ই-কমাৰ্চ ৱেবচাইট, য'ত ৫০% ৰেহাই মূলতঃ যিকোনো বস্তু কিনিব পাৰিব।
এই ৱেবচাইটৰ নিৰ্মাতা নিতীন ৰাজ গুপ্তা আৰু সূভম পৰমহেঞ। এওঁলোক দুজনৰ দ্বাৰা এই ই-কমাৰ্চ ৱেবছাইটো বত্তৰ্মান ভাৰতত প্ৰথম স্থানত।
যিসকল ব্যক্তিয়ে অনলাইন টকা উপাৰ্জন কৰিব বিচাৰে তেওঁলোকৰ বাবে ই আটাইতকৈ আৰনিং ছ'ৰ্চ হব।
মল৯১ পৰা কেনেকৈ টকা উপাৰ্জন কবিৰ পাৰি।
আপোনাৰ হাতত থকা মোবাইল ফোনটোৰে দিনত ১০ মিনিট কাম কৰি ১০০টকা সহজে উপাৰ্জন কৰিব পাৰিব।
ইয়াত উপাৰ্জন কৰাৰ কেইবাটাও উপায় আছে যাৰ দ্বাৰা যথেষ্ট পৰিমাণে টকা উপাৰ্জন কৰিব পাৰিব। যেনে।:-
১/ বস্তু ক্ৰয় কৰি।
২/ বস্তু চে‌ইৰ কৰি।
৩/ স্পিন কৰি।
৪/ গেম খেলি।
৫/ কুইজ খেলি

যদি আপুনি প্ৰ'ডাক্ সমুহ লিংকৰ জৰিয়তে চেইৰ কৰি বিক্ৰী কৰোৱাব পাৰে,তেনেহলে কিছু শতাংশ কমিচন পাব। তদুপৰি যদি অধিক উপাৰ্জন কৰিম বুলি ভাৱে তেনেহলে এপ্লিকেচনটো ডাউনলড কৰি ল‌ওক। এপ্লিকেচনটো ডাউনলড কৰাৰ লগে লগে আপোনাৰ ৱালেটত ৩.০০টকা কোম্পানীৰ ফালৰপৰা জমা কৰি দিয়া হয়। ই হৈছে সাধনাৰ ভাৱে কৰা উপাৰ্জন এটা অংশ।
এই এপ্লিকেচনটোৰ আটাইতকৈ ভাল উপাৰ্জন কৰাৰ পদ্ধতিটো হল ৰেফাৰেলৰ।
ৰেফাৰেল কড এণ্টাৰ কৰি যদি চাইন আপ কৰে তেনেহলে দুগুণ উপাৰ্জন কৰিব পাৰি। চাইন আপ কৰোঁতে কোম্পানীয়ে দিব ৩.০০ টকা আৰু ৰেফাৰেল কড দি চাইন আপ কৰিলে ৩.০০ টকা পাব। গতিকে এনট্ৰী কৰোঁতে পাব ৬.০০ টকা। দীৰ্ঘ দিন ধৰি কাম কৰিবৰ কাৰণে ৰেফাৰেল কড এণ্টাৰ কৰক। ইয়াত ১৫ লেবেল লৈকে ৰেফাৰেল উপাৰ্জন কৰিব পাৰিব। (এই কডটো এণ্টাৰ কৰিব পাৰে➡ SOIBEQH).
মল৯১ ৰ পৰা উপাৰ্জন কৰা ধন ৰাশি খিনিয়েদি প্ৰ'ডাক্ট সমূহ কিনিব পাৰিব নাইবা মোবাইল ৰিচাৰ্জ,টিভি ৰিচাৰ্জ আদি। অন‍্যথা বেংক, পেটি এম, ইউ পি আই ৰ জৰিয়তে উলিয়াব পাৰিব।
আজিয়েই ডাউনলড কৰক ।

প্ৰথমতে আপুনি প্লেষ্টৰৰ পৰা ইউটিউৱ এপ্লিকেচনটো ডাউনলড কৰি ল‌ওঁক। তাৰ পাছত আপোনাৰ সোফালে ওপৰৰ কোণাত নিজৰ প্ৰফাইলৰ  চিন এটা দেখা পাব। তাত ক্লিক কৰক। ক্লিক কৰাৰ পিছত নতুনকৈ একাউন্ট বনাবৰ কাৰণে ফ্ৰম এখন খুলিব। ইয়াতে এটা জীমেল একাউণ্ট বনাওক।জীমেল/ইমেলটো ভেৰিফিকেচন কৰাৰ পিছত আপুনি ভিডিঅ আপলোড কৰিব পাৰিব।মনত ৰাখিব, যে ভিডিঅ কেতিয়াও ইউটিউৱ এপ্লিকেচনৰ পৰা আপলোড নকৰিব কিয়নো এপ্লিকেচনত "অপচন" কম পোৱা যায়। যিকোনো ব্ৰাউজাৰত যাওক আৰু ইউটিউৱ চাৰ্চ কৰক। তাৰ পাছত একাউণ্টটো ইয়াতে "login" কৰি ল‌ওক।ইউটিউৱত ভিডিঅ ৰেঙক কৰিবৰ কাৰণেই ভালকৈ থাম্বনেল বনাব লাগিব। ডিছক্ৰিপছন লিখিব লাগিব। ডিছক্ৰিপছনত ভিডিঅ টোৰ বিষয়ে লিখিব লাগিব যে ভিডিঅটো কি দেখুৱাইছে,ভালকৈ বুজাই লিখিব লাগিব।তাৰোপৰি গুৰুত্বপূৰ্ণ কথাটো হল যে, "add tag"ত ক্লিক কৰক আৰু ইয়াত ভিডিঅ টোৰ ৰিলেটেট টেগ লিখিব লাগিব।যেনে:- আপুনি ভিডিঅ বনাইছে" অনলাইন কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি?"(How to make money online?).ইয়াৰ নিচিনাকৈ টেগসমূহ প্ৰায় ৫০০টা শব্দত লিখিব লাগিব।ইয়াৰ পিছত ভিডিঅটো "Public" কৰিব পাৰিব।ভিডিঅ আপলোড কৰাৰ পিছতইউটিউৱৰ পৰা টকা কেনেকৈ উপাৰ্জন কৰিব পাৰি?ইউটিউৱৰ পৰা টক উপাৰ্জন কৰিবলৈ আপোনাৰ চেনেলেটো মনিটাইজ হব লাগিব। মনিটাইজ কেতিয়া হ'ব,যেতিয়া আপোনাৰ চেনেলত ১০০০ চাবক্ৰাইবৰ আৰু ৪০০০ ঘণ্টা পম্পুৰ্ণ হব। এইটো সম্পূৰ্ণ হোৱাৰ পিছত আপোনাৰ চেনেলটো ৰিভিউৰ বাবে ইউটিউৱক পঠিয়াব লাগিব। যদিহে আপোনাৰ চেনেলত কোনো কপিৰাইট নাই তেনেহলে আপোনাৰ চেনেটো "Monetization" হৈ যাব।Monetization Enable হোৱাৰ পিছত আপোনাৰ ভিডিঅত কোম্পানী সমূহে বিজ্ঞাপন দেখুৱাব আৰু এই বিজ্ঞাপনৰ কমিচন আপুনি পাব।Sponsored ৰ পৰাও উপাৰ্জন কৰিব পাৰিব। কেতিয়াবা কোনোবা কোম্পানীৰয়ে তেওলোকৰ প্ৰ'ডাস্ক সমূহৰ ৰিভিউ কৰিবলৈ দিলে ইয়াৰ পৰা টকা উপাৰ্জন কৰিব পাৰি।

অনলাইনত কি কি পদ্ধতিৰে আৰু ক'ৰ পৰা টকা উপাৰ্জন কৰিব পাৰি।

আজিৰ টেকন'ল'জীৱনৰ পৃথিৱীত অনলাইন টকা উপাৰ্জন কৰিবলৈ  বিভিন্ন ধৰণৰ পদ্ধতি আছে। ইয়াৰে ১০ টা প্লেটফৰ্মৰ কথা এই পোষ্টৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰা হৈছে।
১/ ইউটিউৱ:-
ইউটিউৱত নিজৰ অভিজ্ঞতা সমূহ ভিডিঅৰ জৰিয়তে ৰাইজক দেখুৱাব টকা উপাৰ্জন কৰিব পাৰি।
২/ ব্লগিং বা ৱেবছাইট।
ইয়াৰ জৰিয়তে আপোনাৰ অভিজ্ঞতা সমূহ লিখি টকা উপাৰ্জন কৰিব পাৰি।
যদি আপুনি এজন লেখক, কবি আদি যিয়ে নহ‌ওক  ব্লগ লিখি উপাৰ্জন কৰিব পাৰি।
৩/ এফিলিয়েট:-
এফিলিয়েটৰ জৰিয়তে বিশ্বত বহু সংখ্যক লোক যথেষ্ট পৰিমাণে উপাৰ্জন কৰি আছে। যদি আপুনিও এফিলিয়েট কৰিব বিচাৰে তেন্তে ভালকৈ বুজি ল‌ওঁক। এফিলিয়েট হৈছে এটা বেপাৰ। ইয়াৰ জৰিয়তে যিকোনো কোম্পানীৰ প্ৰডাকচ সমূহ বিক্ৰী কৰি টকা উপাৰ্জন কৰিব পাৰি।
৪/ ফ্ৰিলানচিং:-
ফ্ৰিলানচিং এনেকুৱা এটা ৱেবছাইট য'ৰপৰা আপুনি শ শ কাম কৰি টকা উপাৰ্জন কৰিব পাৰিব। যিকোনো কাম কৰিব পাৰে যেনে, ডিজাইন কৰা, ল'গো বনোৱা, বেনাৰ বনোৱা, ভিডিঅ এডিটিং কৰা, ট্ৰেঞ্চিলছচন কৰা, বেৱ ডিজাইন আৰু বহুত বিধৰ কাম কৰিব পাৰে।
৫/ শেষত দুটা মোবাইল এপ্লিকেচন নাম উল্লেখ কৰা হৈছে।
( ১) টিক টক।
এই এপ্লিকেচনৰ জৰিয়তে যিকোনো চুটি ভিডিঅ বনাই ইয়াৰ পৰা টকা উপাৰ্জন কৰিব পাৰে।
(২) মল৯১।
এই এপ্লিকেচনৰ জৰিয়তে প্ৰ'ডাকচসমূহ চেইৰ কৰি টকা উপাৰ্জন কৰিব পাৰি।
অধিক জানিবলৈ"চাবক্ৰাইব"কৰক।

Post a Comment

1 Comments

  1. মই মোবাইলৰ জৰিয়তে কাপোৰ বিজনেচ কৰিব বিচাৰো।কেনেকৈ আৰম্ভ কৰিব লাগে জনাওকচোন

    ReplyDelete