কৰ'ণা ভাইৰাছৰ পৰা মুক্তি পাবলৈ ভাৰত চৰকাৰৰ য়োগা প্ৰতিযোগিতা। উপহাৰ নগদ ১০০,০০০/- টকাৰ দিব।


ভাৰত চৰকাৰে ১০০,০০০.০০/- টকা দিব। কিন্তু কেনেকৈ আৰু কিয় দিব? আহক জানি ল‌ওঁ।
 নৰেন্দ্ৰ মোদীয়ে যোৱা দেওবাৰে অনুষ্টিত হোৱা "মনকী বাত" অনুষ্টানত ঘোষণা কৰিছিল যে  "মাই লাইফ মাই য়োগা"ৰ জৰিয়তে এটা ভিডিঅ' প্ৰতিযোগিতা আয়োজন কৰা হব।
এই প্ৰতিযোগিতাত ৩ মিনিটৰ এটা য়োগা ভিডিঅ' ৰেকৰ্ডিং কৰিব লাগিব। আৰু লগতে ভিডিঅ'টোৰ বিষয়ে চুটিকৈ বিৱৰণ দিয়ক।
প্ৰতিযোগিতা খন যোৱা ৩১ মে'ৰ পৰা আৰম্ভ হৈ ২১জুলাই লৈ চলি থাকিব।
এই প্ৰতিযোগিতাখন  ICCR দ্বাৰা পৰিচালনা কৰা হব আৰু ছ'ছেল মিডিয়া যেনে ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম যোগেদি প্ৰচাৰিত কৰা হব।

প্ৰতিযোগিতাত অংশগ্ৰহণ কেনেকৈ কবিৰ?
১/ আপোনাৰ পৰিয়ালৰ লগত ৩ মিনিটৰ ভিডিঅ' বনাওঁক।
২/ ভিডিঅ'টোৰ বিষয়ে চমুকৈ বৰ্ণনা দিয়ক, আৰু "আয়োষ মন্ত্ৰালয়" ৱেবছাইটত আপলোড কৰক।
৩/ প্ৰতিযোগিতা খন দুটা ভাগত ভগোৱা হব। (১) ইন্টাৰনেচনেল প্ৰতিযোগিতা আৰু (২) ভাৰতত দেশৰ ভাৰতীয়।
৪/ ভিডিঅ'ৰ টাইটেলত হেজটেক ব্যৱহাৰ কৰিব লাগিব। ( #MyLifeMyYogaINDIA)
৫/ ফলাফল  ২১ জুনত ঘোষণা কৰা হব।

প্ৰতিযোগিতা খন কেইটা ভাগত ভাগ কৰা হৈছে?
প্ৰতিযোগিতা খন ৩ টা ভাগত ভগোৱা হৈছে।
(১) প্ৰথম ভাগত মহিলা আৰু পুৰুষ থাকিব।
(২) দ্বিতীয় ভাগত ১৮ বছৰৰ তলৰ  লৰা ছোৱালী থাকিব।
(৩) তৃতীয় ভাগত বয়োজেষ্ট সকল  আৰু Yoga Facionals সকল অংশগ্ৰহণ কৰিব পাৰিব।

উপহাৰ কিমান পাব?
(১) প্ৰথম স্থানত নগদ ১০০,০০০.০০/- টকা দিয়া হব।
(২) দ্বিতীয় স্থানত নগদ ৫০,০০০.০০/- টকা দিয়া হব।
(৩) তৃতীয় স্থানত নগদ ২৫,০০০/- টকা ৰ উপহাৰ দিয়া হব।
( মনত ৰাখিব :- এই উপহাৰ সমূহ কেৱল ভাৰতবাসিৰ বাবেহে প্ৰযোজ্য হব।)
অধিক জানিবলৈ ইয়াত ক্লিক কৰক।

য়োগা প্ৰতিযোগিতাৰ আঁৰৰ কথা।

(বৰ্তমান বিশ্বত কৰ'ণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে।দিনক দিনে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বাঢ়িবলৈ ধৰিছে।
ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিভিন্ন দেশৰ বিশেজ্ঞ , চিকিৎসক আৰু যোগাগুৰু সকলৰ লগত আলোচনা কৰি গম পাই যে য়োগা মানৱ শৰীৰক নিৰোগী তথা সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰ কাৰণে শৰীৰত ইমিউনিটি বৃদ্ধি পায় আৰু আমাৰ শৰীৰক বিভিন্ন ধৰণৰ বেমাৰ আৰু ভাইৰাছৰ আক্ৰমণৰ পৰা বচাই ৰখাত সহায় কৰে।)ৰত চৰকাৰে ১০০,০০০.০০/- টকা দিব। কিন্তু কেনেকৈ আৰু কিয় দিব? আহক জানি ল‌ওঁ।
 নৰেন্দ্ৰ মোদীয়ে যোৱা দেওবাৰে অনুষ্টিত হোৱা "মনকী বাত" অনুষ্টানত ঘোষণা কৰিছিল যে  "মাই লাইফ মাই য়োগা"ৰ জৰিয়তে এটা ভিডিঅ' প্ৰতিযোগিতা আয়োজন কৰা হব।
এই প্ৰতিযোগিতাত ৩ মিনিটৰ এটা য়োগা ভিডিঅ' ৰেকৰ্ডিং কৰিব লাগিব। আৰু লগতে ভিডিঅ'টোৰ বিষয়ে চুটিকৈ বিৱৰণ দিয়ক।
প্ৰতিযোগিতা খন যোৱা ৩১ মে'ৰ পৰা আৰম্ভ হৈ ২১জুলাই লৈ চলি থাকিব।
এই প্ৰতিযোগিতাখন  ICCR দ্বাৰা পৰিচালনা কৰা হব আৰু ছ'ছেল মিডিয়া যেনে ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম যোগেদি প্ৰচাৰিত কৰা হব।

প্ৰতিযোগিতাত অংশগ্ৰহণ কেনেকৈ কবিৰ?
১/ আপোনাৰ পৰিয়ালৰ লগত ৩ মিনিটৰ ভিডিঅ' বনাওঁক।
২/ ভিডিঅ'টোৰ বিষয়ে চমুকৈ বৰ্ণনা দিয়ক, আৰু "আয়োষ মন্ত্ৰালয়" ৱেবছাইটত আপলোড কৰক।
৩/ প্ৰতিযোগিতা খন দুটা ভাগত ভগোৱা হব। (১) ইন্টাৰনেচনেল প্ৰতিযোগিতা আৰু (২) ভাৰতত দেশৰ ভাৰতীয়।
৪/ ভিডিঅ'ৰ টাইটেলত হেজটেক ব্যৱহাৰ কৰিব লাগিব। ( #MyLifeMyYogaINDIA)
৫/ ফলাফল  ২১ জুনত ঘোষণা কৰা হব।

প্ৰতিযোগিতা খন কেইটা ভাগত ভাগ কৰা হৈছে?
প্ৰতিযোগিতা খন ৩ টা ভাগত ভগোৱা হৈছে।
(১) প্ৰথম ভাগত মহিলা আৰু পুৰুষ থাকিব।
(২) দ্বিতীয় ভাগত ১৮ বছৰৰ তলৰ  লৰা ছোৱালী থাকিব।
(৩) তৃতীয় ভাগত বয়োজেষ্ট সকল  আৰু Yoga Facionals সকল অংশগ্ৰহণ কৰিব পাৰিব।

উপহাৰ কিমান পাব?
(১) প্ৰথম স্থানত নগদ ১০০,০০০.০০/- টকা দিয়া হব।
(২) দ্বিতীয় স্থানত নগদ ৫০,০০০.০০/- টকা দিয়া হব।
(৩) তৃতীয় স্থানত নগদ ২৫,০০০/- টকা ৰ উপহাৰ দিয়া হব।
( মনত ৰাখিব :- এই উপহাৰ সমূহ কেৱল ভাৰতবাসিৰ বাবেহে প্ৰযোজ্য হব।)
অধিক জানিবলৈ ইয়াত ক্লিক কৰক।

য়োগা প্ৰতিযোগিতাৰ আঁৰৰ কথা।

(বৰ্তমান বিশ্বত কৰ'ণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে।দিনক দিনে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বাঢ়িবলৈ ধৰিছে।
ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিভিন্ন দেশৰ বিশেজ্ঞ , চিকিৎসক আৰু যোগাগুৰু সকলৰ লগত আলোচনা কৰি গম পাই যে য়োগা মানৱ শৰীৰক নিৰোগী তথা সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰ কাৰণে শৰীৰত ইমিউনিটি বৃদ্ধি পায় আৰু আমাৰ শৰীৰক বিভিন্ন ধৰণৰ বেমাৰ আৰু ভাইৰাছৰ আক্ৰমণৰ পৰা বচাই ৰখাত সহায় কৰে।)

Post a Comment

0 Comments