SBI বেংকৰ ক্ৰেডিট কাৰ্ড ঘৰৰপৰা কেনেকৈ আবেদন কৰিব?

 

SBI বেংকৰ ক্ৰেডিট কাৰ্ড ঘৰৰপৰা কেনেকৈ আবেদন কৰিব?


SBI ৰ ক্ৰেডিট কাৰ্ড ঘৰত বহি আপোনাৰ মোবাইল ফোন বা লেপটপৰ জৰিয়তে তৎক্ষণাৎ আবেদন কৰিব পৰাৰ সহজ দুটা উপায়, তলত উল্লেখ কৰা হৈছে।

প্ৰথমতে, এই পেজৰ তলত এছ,বি,আই বেংকৰ অফিচিয়েল ৱেবছাইটৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তলত উল্লেখ কৰা নিয়ম খিনি পালন কৰি ফ্ৰমখন পোৰাই যাওক।

(১) পেজটো খোলাৰ পিচত "এপ্লাই নাও" বুটামত ক্লিক কৰক।

(২) আপুনি এপ্লাই কৰিব বিচৰা কাৰ্ডখন বাচি লওক।

(৩) তাৰ পিছত "Start Apply Journey" বুটামত ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ পিছত আপুনি তিনিটা ভাগ দেখি পাব।

  • Personal Details
  • Professional Details
  • KYC Details 

(৪) প্ৰথমতে, Personal Details ক্লিক কৰি, তাতে আপোনাৰ সম্পূৰ্ণ নাম আৰু মোবাইল নম্বৰটো লিখক। First name, Middle name আৰু Last name শুদ্ধকৈ লিখিব।

(First name, Middle name আৰু Last name মানে কি? ক'ত কি লিখিব লাগে,আহক জানি লও। যেনে _ মোৰ নাম "বসন্ত হাজৰিকা", ইয়াক আমি এনেদৰে লিখিব লাগিব _ First name - বসন্ত আৰু Last name - হাজৰিকা। ইয়াত  Middle name লিখিব নালাগে।আৰু যদি মোৰ নাম "বসন্ত বৰা হাজৰিকা" হোৱা হ'লে First name - বসন্ত, Middle name - বৰা আৰু Last name - হাজৰিকা দিব লগা হলহেতেন।)

(৫) তলত দিয়া বুটামটোত ক্লিক কৰক।আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব । এই OTP টো লিখি Confirm OTP বুটামত ক্লিক কৰক।

(৬) বেংক একাউণ্টৰ বিৱৰণ দিয়ক।

(৭) আধাৰ নম্বৰ দিয়ক

(৮) চাবমিটত ক্লিক কৰক।

নাইবা অতি সহজ উপায়েৰে  ➡️ ইয়াত আবেদন কৰক


কাৰ্ডৰ লাভালাভ সমূহ ঃ

অধিক উপভোগ কৰক, *SimplyCLICK SBI Card* ৰ সৈতে অধিক সংৰক্ষণ কৰক।
 ?আদৰণি লাভ: বাৰ্ষিক মাচুল ৫০০* টকাৰ Amazon.in গিফ্ট কাৰ্ড লাভ কৰক। ৪৯৯ +কৰ।
 , Apollo24X7, BookMyShow, Cleartrip, Eazydiner & Netmeds ত 10X পুৰস্কাৰ পইণ্ট
 ⛽ ৫০০ & ৩০০০ টকাৰ ভিতৰত প্ৰতিটো লেনদেনৰ বাবে ১% ইন্ধন চাৰ্চাৰ্জ ৰেহাই
 ✔️ পূৰ্বৰ বছৰত মুঠ খৰচ ₹লাখতকৈ অধিক হ'লে অহা বছৰৰ পৰা বাৰ্ষিক সদস্যপদৰ মাচুল ওলোটা কৰা হয়, পৰিয়ালৰ সদস্যৰ বাবে বিনামূলীয়া এড অন কাৰ্ড।

Post a Comment