ড্ৰোন কোনে আৱিষ্কাৰ কৰিছিল?

 

ড্ৰোন কোনে আৱিষ্কাৰ কৰিছিল?


এটম বম্বৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- ৰ'ৰ্বাট অপেনহাইমাৰ।১৯৪৫ চনৰ ১৬ জুলাই তাৰিখে এটম বম্ব আৱিষ্কাৰ কৰিছিল। ৰ'ৰ্বাট অপেনহাইমাৰৰ জন্ম ১৯০৪ চনৰ ২২ এপ্ৰিল তাৰিখে নিউয়ৰ্কত হৈছিল।

 বেটাৰী আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- এলেছেনড্ৰ' ভল্টা। এলেছেনড্ৰ' ভল্টাই ১৭৯৯ চনত পোনপ্ৰথমবাৰ বেটাৰী আৱিষ্কাৰ কৰিছিল।

 বেক্টেৰিয়া কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ :- ইটালীৰ এণ্টনি ভেন লিউৱেনহকে ১৬৭৬ চনত বেক্টেৰিয়া আৱিষ্কাৰ কৰিছিল। তেওঁৰ জন্ম হৈছিল ১৬৩২ চনৰ ২৪ অক্টোবৰ তাৰিখে নেডাৰলেণ্ডৰ ডেলফটত। তেওঁ এজন ভৌতিক বিজ্ঞানী আছিল।

 ছিলিং ফেনৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- আমেৰিকাৰ ছুইলাৰ হোয়িলাৰে ১৮৮২ আৰু ১৮৮৬ চনৰ মাজ ভাগতে ছিলিং ফেনৰ আৱিষ্কাৰ কৰিছিল আৰু ইয়াক ডিজাইন কৰিছিল ফিলিপ ডাইহল।

বায়ো বেটাৰী কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ :- জাপানৰ চনি কোম্পানীয়ে বায়ো বেটাৰী আৱিষ্কাৰ কৰিছিল।

বায়ো ইলেক্টিচিটি কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- ১৭৯১ চনত ইটালীৰ বিজ্ঞানী লুইগী গেলভানীয়ে বায়ো ইলেক্টিচিটি আৱিষ্কাৰ কৰিছিল।

 ড্ৰোন কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- বাকদাদৰ আব্ৰাহাম কৰীমে ড্ৰোন আৱিষ্কাৰ কৰিছিল।

 ডিজেল ইঞ্জিনৰ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- ১৮৯০ চনত ৰোডল্ফ ডীজেলে ডিজেল ইঞ্জিনৰ আৱিষ্কাৰ কৰিছিল। তেওঁৰ জন্ম হৈছিল ১৮৫৮ চনৰ ১৮ মাৰ্চত পেৰিছত।

 পলিঅ' ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- ১৯৫৫ চনত আমেৰিকাৰ জোনাচ চল্কয়ে পলিঅ' ভেকচিন আৱিষ্কাৰ কৰিছিল।

 প্ৰিণ্টিং প্ৰেছ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:-জোহানেছ গোটেনৰ্বাগ।

Read More...

Post a Comment

0 Comments