ভাৰতবৰ্ষৰ ৰাজনৈতিক দলসমূহৰ নাম। কোনটো দল কিমান চনত স্থাপিত হৈছিল? AIUDF ৰ FULL FORM কি?

অসমৰ নতুন আঞ্চলিক দলসমূহ,



১/ INC (Indian National Congress) ভাৰতীয় জাতীয় কংগ্ৰেছ। স্থাপিত ১৮৮৫ চনত।
২/ BJP (Bharatiya Janata Party) ভাৰতীয় জনতা দল। স্থাপিত ১৯৮০ চনত।
৩/ CPI ( Communist Party Of India)  ভাৰতীয় কমিউনিষ্ট দল । স্থাপিত ১৯২৫ চনত।
৪/ CPIM (Communist Party Of India marxist) ভাৰতীয় কমিউনিষ্ট দল মাক্সবাদী। স্থাপিত ১৯৬৪ চনত।
৫/ BSP (Bahujan Samaj Party) বহুজন সমাজ দল। স্থাপিত ১৯৮৪ চনত।
৬/ NCP (National Congress Party) জাতীয় কংগ্ৰেছ দল। স্থাপিত ১৯৯৯ চনত।
৭/ NPP (National People's Party) জাতীয় জনগণ দল। স্থাপিত ২০১৩ চনত।
৮/ TMC (All India Trinamool Congress) অল ইন্ডিয়া তৃণমূল কংগ্রেস। স্থাপিত। স্থাপিত ১৯৯৮ চনত।



৯/ JDS (Janata Dal-Secular) জনতা দল চেকুলাৰ। স্থাপিত ১৯৯৯ চনত।
১০/ JDU(Janata Dal-United) জনতা দল ইউনাইটেড। স্থাপিত ১৯৯৯ চনত।
১১/ AAP (Aam Admi Party) আম আদমী দল।স্থাপিত ২০১২ চনত।



১২/ AIUDF (All India United Democratic Front) অল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট। স্থাপিত ২০০৪ চনত।
১৩/ AIADMK (All India Anna Dravida Munnetra Kazhagam ) অলল ইণ্ডিয়া আন্না ড্ৰাভিডা মোনেটৰা কাঝাগাম। স্থাপিন ১৯৭২ চনত।
১৪/ AIFB (All India Forward Bloc) অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক। স্থাপিত ১৯৩৯ চনত।
১৫/ AIMIM (All India Majlis-e-Ittehadul Muslimeen) অল ইণ্ডিমাজলিছ‌ই ইট্টেহাদুল মোছলিমীন। স্থাপিতয়া  ১৯২৭ চনত।
১৬/ AINRC (All India N,R Congress) অল ইণ্ডিয়া এন,আৰ কংগ্ৰেছ। স্থাপিত ২০১১ চনত।
১৭/ AJSU (All Jharkhand Students Union) অল ঝাৰখাণ্ড ষ্টোডেণ্টছ ইউনিয়ন। স্থাপিত ১৯৮৬।
১৮/ AGP (Asom Gana Parishad) অসম গণ পৰিষদ। স্থাপিত ১৯৮৫ চনত।
১৯/ BJD (Biju Janata Dal) বিজু জনতা দল।স্থাপিত ১৯৯৭ চনত।
২০/ BPF (Bodoland People's Front ) বৰুলেণ্ড পিপুলছ ফ্ৰণ্ট। স্থাপিত ১৯৮৫ চনত।
২১/ DMK (Dravida Munnetra Kazhagam) ড্ৰাভিডা মোন্নেটৰা কাঝাগাম।স্থাপিত ১৯৪৯ চনত।
২২/ HJC(BL) (Haryana Janahit Congress)(BL) হাৰিয়ানা জনতা কংগ্ৰেছ। স্থাপিত ২০০৭ চনত।
২৩/ HSPDP (Hill State People's Democratic Party) হিল ষ্টেট পিপুলছ ডেমোক্ৰেটিক দল। স্থাপিত ১৯৬৮ চনত।
২৪/ INLD (Indian National Lok Dal) ভাৰতীয় জাতীয় লোক দল। স্থাপিত ১৯৯৯ চনত।
২৫/ IUML (Indian Union Muslim League) ইণ্ডিয়ান ইউনিয়ন মোছলিম লীগ। স্থাপিত ১৯৪৮ চনত।
২৬/ JD(S) Janata Dal(Secular) জনতা দল(চেকুলাৰ)। স্থাপিত ১৯৯৯ চনত।
২৭/ JMM (Jharkhand Multi Morcha) ঝাৰখাণ্ড মুক্তি মৰ্চা। স্থাপিত ১৯৭২ চনত।
২৭/ JD(U) Janata Dal (United) জনতা দল(ইউনাইটেড)। স্থাপিত ১৯৯৯ চনত।
২৮/ JVM(P) Jharkhand Vikas Morcha(Prajatantrik) ঝাৰখাণ্ড বিকাশ মৰ্চা(প্ৰজাতান্ত্ৰিক)। স্থাপিত ২০০৬ চনত।
২৯/ KC(M) Kerala Congress(M) কেৰেলা কংগ্ৰেছ(এম)। স্থাপিত ১৯৭৯ চনত।
৩০/ LJP (Lok Janashakti Party) লোক জনশক্তি দল। স্থাপিত ২০০০ চনত।
৩১/ PMK (Pattali Makkal Katchi) পাট্টালি মাক্কাল কাটচি। স্থাপিত ১৯৮৯ চনত।
৩২/ NPP (National People's Party) নেচনেল পিপুলছ পাৰ্টী। স্থাপিত ২০১৩ চনত।
৩৩/ MGP (Maharashtriawadi Gomantak Party) মহাৰাষ্ট্ৰীয়বাদি গোমন্তক পাৰ্টী। স্থাপিত ১৯৬৩ চনত।
৩৪/ MNS (Maharashtra Navnirman Sena) মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনা। স্থাপিত ২০০৬ চনত।
৩৫/ SJP (Samajwadi Janata Party) সমাজবাদী জনতা পাৰ্টী। স্থাপিত ১৯৯০ চনত।
৩৬/ RJD (Rashtriya Janata Dal) ৰাষ্ট্ৰীয় জনতা দল। স্থাপিত ১৯৯৭ চনত।
৩৭/ YSRCP (YSR-Congress Party) YSR-কংগ্ৰেছ পাৰ্টী। স্থাপিত ২০১১ চনত।
৩৮/ RLD (Rashtriya Lol Dal) ৰাষ্ট্ৰীয় লোক দল।স্থাপিত ১৯৯৬ চনত।

৩৯/ RLSP (Rashtriya Lok Samta Party) ৰাষ্ট্ৰীয় লোক সমতা পাৰ্টী। স্থাপিত ২০১৩ চনত।
৪০/ SP (Samajwadi Party) সমাজবাদী পাৰ্টী। স্থাপিত ১৯৯২ চনত।
৪১/ SAD (Shirumani Akali Dal) শিৰোমণি আকালি দল। স্থাপিত ১৯২০ চনত।
৪২/ SS (Shiv Sena) শিৱ সেনা। স্থাপিত ১৯৬৬ চনত।
৪৩/ UDP (United Democratic Party) ইউনাইটেড ডেমোক্ৰেটিক পাৰ্টী। স্থাপিত ১৯৭২ চনত।
৪৪/ TDP (Telugu Desam Party) টেলেগু ডিজাম পাৰ্টী। স্থাপিত ১৯৮২ চনত।
৪৫/ TRS (Telengana Rashtra Samiti) তেলেংগানা ৰাষ্ট্ৰ সমিতি। স্থাপিত ২০০১ চনত।
৪৬/ AJYSP (Assam Jatiyatawadi Yava Satra Parishad)  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। স্থাপিত ২০২০ চনত। (বৰ্তমান অসমৰ নতুন দল)
৪৭/ AJP (Assam Jatiya Parishad) অসম জাতীয় পৰিষদ। এই আঞ্চলিক ৰাজনৈতিক জাতীয় দলটো স্থাপিত হয় ২০২০ চনৰ ১৪ চেপ্তেম্বৰ তাৰিখে। দলটোৰ শ্লোগান হ'ল- "ঘৰে ঘৰে আমি" আৰু ইয়াৰ মূলমত্ৰ- "অসম প্ৰথম,সদায় আৰু চিৰদিন"।
৪৮/ Raijor Dal ৰাইজৰ দল। দলটোৰ গঠন হৈছিল ২০২০ চনৰ ২ অক্টোবৰ তাৰিখে। দলটোৰ মূখ্য অধ্যক্ষ আছিল অখিল গগৈ।
৪৯/ AASU ( All Assam Students' Union, Assam/ All Assam Students' Association) . এই দলটোৰ গঠন হৈছিল ১৯৬৭ চনৰ ৮ আগষ্ট তাৰিখে। অধ্যক্ষ আছিল দিপাঙ্কৰ কুমাৰ নাথ।

Post a Comment

0 Comments