ভাৰত (মোদী) চৰকাৰৰ সৰ্বমুঠ ৩৪ খন আঁচনি আছে। আহক জানি থঁও এই আঁচনিসমূহ কি কি?
(১) আত্মনিৰ্ভৰ ভাৰত অভিযান।
(২) প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি।
(৩) প্ৰধানমন্ত্ৰী কৃষক পেঞ্চন যোজনা।
(৪) পি,এম গৰীৱ কল্যাণ যোজনা।
(৫) মেগা পেঞ্চন স্কিম।
(৬) নিউ জলশক্তি মিনিষ্টৰী।
(৭) জন ধন যোজনা।
(৮) স্কিল ইণ্ডিয়া মিছনয়।
(৯) মেক ইণ্ডিয়া ভাৰত।
(১০) স্বচ্চ ভাৰত মিচন।
(১১) সংসদ আদৰ্শ গ্ৰাম্য যোজনা।
(১২) প্ৰধানমন্ত্ৰী শ্ৰম য়োগী মন ধন।
(১৩) বেটি বাচ্চাও, বেটি পাঢ়াও।
(১৪) হৰিদয়া আঁচনি।
(১৫) পি,এম মুদ্ৰা যোজনা।
(১৬) উজ্বলা যোজনা।
(১৭) অটল পেঞ্চন যোজনা।
(১৮) প্ৰাইম মিনিষ্টাৰ জীৱন জ্যোতি বীমা যোজনা।
(১৯) প্ৰধানমন্ত্ৰী সূৰক্ষা বীমা যোজনা।
(২০) আমৰুট আঁচনি।
(২১) ডিজিটেল ইণ্ডিয়া মিছন।
(২২) গ'ল্ড মনিটাইজেচন স্কিম।
(২৩) উদয়।
(২৪) ষ্টাৰ্ট আপ ইণ্ডিয়া।
(২৫) শিশু ভাৰটম যোজনা।
(২৬) ষ্টেণ্ড আপ ইণ্ডিয়া।
(২৭) প্ৰাইম মিনিষ্টাৰ উজ্বলা আঁচনি।
(২৮) নেচনেল মিচন ফৰ ক্লিন গংগা।
(২৯) অটল ভূজল যোজনা।
(৩০) প্ৰাইম মিনিষ্টাৰছ চিটিজেন এচিছটেঞ্চ এণ্ড ৰিলিফ ইন ইমাৰজেঞ্চি চিটুৱেচন।
(৩১) আৰোগ্য সেতু।
(৩২) আয়ুসমান ভাৰত।
(৩৩) ইউনিফিড মোবাইল এপ্লিকেচন ফৰ নিউ এজ গভাৰনেঞ্চ।
(৩৪) Pilgrimage Rejuvenation And Spirituality
Augmentation Drive
1 Comments
Latest WhatsApp-Facebook-Instagram Tips and Tricks 2020
ReplyDeleteআপোনাৰ জানিবলগীয়া কিবা প্ৰশ্ন থাকিলে আমাক ই-মেল কৰিব পাৰে।