(আৱিষ্কাৰ আৰু তেওঁলোকৰ চমু বিৱৰণ)
- কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- ৰ্চালছ ব্যাবেজ।(Charles Babbage) ৰ্চালছ ব্যাবেজৰ জন্ম হৈছিল ১৭৯১ চনৰ ২৬ ডিচেম্বৰ তাৰিখে লণ্ডনত। তেওঁ এজন ইংৰাজী গনিতজ্ঞ, ৰ্দশনীক আৰু আৱিষ্কাৰক আছিল। তেখেতক কম্পিউটাৰৰ পিতা বুলিও জনা যায়।
- ৰেডিঅ' আৱিষ্কাৰ কোনে কৰিছিল?
উত্তৰ:- গোগলীলমো মাৰকনী।(Guglielmo Marconi)
গোগলীলমো মাৰকনীৰ জন্ম হৈছিল ১৮৭৪ চনৰ ২৫ এপ্ৰিল তাৰিখে ইটালীৰ বলগনাত। তেওঁ এজন ইলেকট্ৰনিক ইঞ্জিনীয়াৰ আছিল। তেখেতৰ সম্পূৰ্ণ নাম আছিল গোগলীলমো গিয়োভান্নী মাৰিয়া মাৰকনী (Guglielmo Giovanni Maria Marconi)
- টেলিভিছন আৱিষ্কাৰ কোনে কৰিছিল?
উত্তৰ:- ৰ্চালীছ ফ্ৰানসীছ জেনকিনছ। তেওঁৰ জন্ম হৈছিল ১৮৬৭ চনৰ ২২ আগষ্ট তাৰিখে ইউ,এছ,এৰ ডেটনৰ অহীঅ'ত।তেওঁ এজন মেকানিকেল,আৰু ইলেকট্ৰনিক টেকন'ল'জীৰ ইঞ্জিনিয়াৰ আছিল।
- টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- আলেকজেণ্ডাৰ গ্ৰাহাম বেল। তেওঁৰ জন্ম হৈছিল ১৮৪৭ চনৰ ৩ মাৰ্চ তাৰিখে স্কটলেণ্ডৰ ইডিনবাৰ্গত। তেওঁ এজন ইঞ্জিনীয়াৰ আৰু বৈজ্ঞানিক আছিল।
- ব্লুটুথ কোনটো কোম্পানীয়ে আৱিষ্কাৰ কৰিছিল?
ৱাইল কোম্পানীয়ে ব্লুটুথৰ আৱিস্কাৰ কৰিছিল।
- শূন্যৰ আৱিষ্কাৰ কোনে কৰিছিল?
উত্তৰ :- ব্ৰহ্মগুপ্ত। ব্ৰহ্মগুপ্তৰ জন্ম হৈছিল আজিৰ পৰা প্ৰায় ৫৯৮ খ্ৰীষ্টাব্দত ৰাজস্থানৰ ভিনমেলত। তেখেতৰ পিতৃৰ নাম আছিল জিচনোগুপ্ত। ব্ৰহ্মগুপ্ত এজন গণিতজ্ঞ আছিল।
- পাবজী গেম কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- ব্ৰেণ্ডেন গ্ৰীনি। ব্ৰেণ্ডেন গ্ৰীনিৰ জন্ম হৈছিল ১৯৮৬ চনৰ ৪ নৱেম্বৰ তাৰিখে কানাডাত।তেওঁ এজন বায়েথলোন (Baithlon) প্লেয়াৰ আছিল। পাবজী গেম প্ৰথমতে এণ্ড্ৰইড ভাৰজনত ৰিলিজ দিয়া হৈছিল।পাবজী গেমৰ আৰম্ভণি হৈছিল ২০১৮ চনৰ ১৯ ৰ্মাচ তাৰিখে।
- চাইকেলৰ আৱিস্কাৰ কোনে কৰিছিল?
উত্তৰ:-বেৰন ৰ্কাল ভন ডেৰিছ। জাৰ্মানৰ বাসিন্দা বেৰন ৰ্কাল ভন ডেৰিছে ১৮১৭ চনত প্ৰথমবাৰ বাইচাইকেল আৱিষ্কাৰ কৰিছিল। তেওঁৰ জন্ম হৈছিল ১৭৮৫ চনৰ ২৯ এপ্ৰিল তাৰিখে।তেওঁ এজন জাৰ্মানী ফ'ৰেষ্ট অফিচাৰ আৰু সুদক্ষ বিজ্ঞানী আছিল।
- ৱাছিং মেচিন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- জেমছ কিং। ১৭৯৭ চনত আমেৰিকাৰ জেমছ কিংয়ে পোনপ্ৰথম বাৰৰ বাবে ৱাছিং মচিন আৱিষ্কাৰ কৰিছিল।
- ড্ৰাম মেচিনৰ আৱিস্কাৰ কোনে কৰিছিল?
উত্তৰ:- আৰৱৰ আল জাজাৰীয়ে সৰ্বপ্ৰথমে ড্ৰামমেচিনৰ আৱিষ্কাৰ কৰিছিল। তেওঁ এজন ইঞ্জিনীয়াৰ আছিল।
- লাইটৰ বল কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- আমেৰিকাৰ বৃহৎ বিজনেছমেন আৰু ইলেকট্ৰনিক ইঞ্জিনীয়াৰ থমাছ আলভা এডিছন লাইটৰ বল আৱিষ্কাৰ কৰিছিল।
- উৰাজাহাজৰ আৱিষ্কাৰ কোনে কৰিছিল?
উত্তৰ:- অৰভিলছ আৰু ৱিলবাৰে উৰাজাহাজৰ আৱিষ্কাৰ কৰিছিল। তেওঁলোকক চমুকৈ "ৰাইট ব্ৰাডাৰ্চ "নামেৰে জনাজাত। আমেৰিকাৰ "ৰাইট ব্ৰাডাৰ্চয়ে" ১৯০৩ চনৰ ১৭ ডিচেম্বৰ তাৰিখে উৰাজাহাজৰ আৱিষ্কাৰ কৰিছিল।
- এটম বম্বৰ আৱিষ্কাৰ কোনে কৰিছিল?
উত্তৰ:- ৰ'ৰ্বাট অপেনহাইমাৰ।১৯৪৫ চনৰ ১৬ জুলাই তাৰিখে এটম বম্ব আৱিষ্কাৰ কৰিছিল। ৰ'ৰ্বাট অপেনহাইমাৰৰ জন্ম ১৯০৪ চনৰ ২২ এপ্ৰিল তাৰিখে নিউয়ৰ্কত হৈছিল।
- বেটাৰী আৱিষ্কাৰ কোনে কৰিছিল?
উত্তৰ:- এলেছেনড্ৰ' ভল্টা। এলেছেনড্ৰ' ভল্টাই ১৭৯৯ চনত পোনপ্ৰথমবাৰ বেটাৰী আৱিষ্কাৰ কৰিছিল।
- বেক্টেৰিয়া কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ :- ইটালীৰ এণ্টনি ভেন লিউৱেনহকে ১৬৭৬ চনত বেক্টেৰিয়া আৱিষ্কাৰ কৰিছিল। তেওঁৰ জন্ম হৈছিল ১৬৩২ চনৰ ২৪ অক্টোবৰ তাৰিখে নেডাৰলেণ্ডৰ ডেলফটত। তেওঁ এজন ভৌতিক বিজ্ঞানী আছিল।
- ছিলিং ফেনৰ আৱিষ্কাৰ কোনে কৰিছিল?
উত্তৰ:- আমেৰিকাৰ ছুইলাৰ হোয়িলাৰে ১৮৮২ আৰু ১৮৮৬ চনৰ মাজ ভাগতে ছিলিং ফেনৰ আৱিষ্কাৰ কৰিছিল আৰু ইয়াক ডিজাইন কৰিছিল ফিলিপ ডাইহল।
- বায়ো বেটাৰী কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ :- জাপানৰ চনি কোম্পানীয়ে বায়ো বেটাৰী আৱিষ্কাৰ কৰিছিল।
- বায়ো ইলেক্টিচিটি কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- ১৭৯১ চনত ইটালীৰ বিজ্ঞানী লুইগী গেলভানীয়ে বায়ো ইলেক্টিচিটি আৱিষ্কাৰ কৰিছিল।
- ড্ৰোন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- বাকদাদৰ আব্ৰাহাম কৰীমে ড্ৰোন আৱিষ্কাৰ কৰিছিল।
- ডিজেল ইঞ্জিনৰ কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- ১৮৯০ চনত ৰোডল্ফ ডীজেলে ডিজেল ইঞ্জিনৰ আৱিষ্কাৰ কৰিছিল। তেওঁৰ জন্ম হৈছিল ১৮৫৮ চনৰ ১৮ মাৰ্চত পেৰিছত।
- পলিঅ' ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- ১৯৫৫ চনত আমেৰিকাৰ জোনাচ চল্কয়ে পলিঅ' ভেকচিন আৱিষ্কাৰ কৰিছিল।
- প্ৰিণ্টিং প্ৰেছ কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:-জোহানেছ গোটেনৰ্বাগ।
- ফোন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- আলেকজেণ্ডাৰ গ্ৰাহাম বেল। Link
- স্কুল কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- হৰেছ মান।
- শিক্ষাৰ আৰম্ভণি কোনে কৰিছিল?
উত্তৰ:- ১৮৩৭ চনত হৰেছ মানে শিক্ষাৰ আৰম্ভণি কৰে।
• বেংকৰ আৱিষ্কাৰ কোনে কৰিছিল?উত্তৰ:- দ্বাদশ শতিকাত ইটালিয়ান সকলে বেংকৰ আৱিষ্কাৰ কৰিছিল।
- ইংৰাজী আখৰ (alphabet) কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- আজিৰ পৰা প্ৰায় ৭০০ বছৰ পূৰ্বে ফনিছিয়ানে আৱিষ্কাৰ কৰিছিল।
👉Ⓡⓔⓐⓓ Ⓜⓞⓡⓔ...👇👇
অধিক পঢ়িবলৈ ইয়াত ক্লিক কৰিব।
Ⓓⓞⓝ'ⓣ Ⓜⓘⓢⓢ Ⓞⓤⓣ...👆
Read More...
- পাবজী গেম কোনে আৱিষ্কাৰ কৰিছিল?
- এ,টি,এম কাৰ্ডৰ আৱিষ্কাৰ কোনে কৰিছিল? Who discovered ATM card.
- ড্ৰোন কোনে আৱিষ্কাৰ কৰিছিল?
- ট্ৰেঞ্চফৰমাৰ কোনে আৱিষ্কাৰ কৰিছিল?
তলত কেইগৰাকীমান বিজ্ঞানীৰ জীৱনী উল্লেখ কৰা হৈছে
- Robert Oppenheimer ৰ জীৱনী আৰু আৱিষ্কাৰ
- আলেকজেণ্ডাৰ গ্ৰেহাম বেলৰ জীৱনী আৰু আৱিষ্কাৰ
- চাৰ্লছ ফ্ৰান্সিছ জেনকিন্স (Charles Francis Jenkins) জীৱনী আৰু আৱিষ্কাৰ
- গুগ্লিয়েলমো মাৰ্কোনিৰ জীৱনী আৰু শিক্ষাৰ মাত্ৰা।
- চাৰ্লছ বেবেজৰ (Charles Babbage) জীৱনী আৰু আৱিষ্কাৰ
- মানুহ কোনে উদ্ভাৱন কৰিছিল_ Who invented human?
ৰাজনীতিবিদ সকলৰ সফল আৰু বিফল হোৱাৰ মূলতঃ কাৰণসমূহ_ ডাউনলোড কৰক।
5 Comments
Hi Dear
ReplyDeleteThanks for sharing this premium knowledge for free of cost thanks dude
Dude
Hi Dear
ReplyDeleteThanks for sharing this premium knowledge for free of cost thanks
Dude
Hi Dude
ReplyDeleteI like your writing skilll Thanks for sharing this premium knowledge for free of cost thanks
Dude
Thanks
Deleteকলকেট কোনে আবিষ্কার কৰিছিল
ReplyDelete