ভাগৱত গীতা ।। ভাগৱত গীতাৰ শ্ৰীকৃষ্ণৰ কথন ।। ভগৱান শ্ৰীকৃষ্ণৰ কিছুমান বিশেষ গুৰুত্বপূৰ্ণ কথন।


ভাগৱত গীতা ।। ভাগৱত গীতাৰ শ্ৰীকৃষ্ণৰ কথন ।। ভগৱান শ্ৰীকৃষ্ণৰ কিছুমান বিশেষ গুৰুত্বপূৰ্ণ কথন।


_ এই সংসাৰত এনেকুৱা এজনো ব্যক্তি নাই, যিয়ে ভাল কৰ্ম কৰা নাই, বা বেয়া কৰ্ম কৰা নাই। বৰ্তমান সময়তে হ‌ওঁক বা ভৱিষ্যতে হ‌ওঁক।

_নৰকত তিনিখন দূৱাৰ আছে - বাসনা, খং, লোভ।

_মানৱ জাতি কেৱল বিশ্বসৰ উপৰতে নিৰ্মিত।

_যেনেকৈ নিজকে বিশ্বাস কৰিব তেনেকৈয়ে ফল পাব।

_এটা উপহাৰ তেতিয়াহে সন্মানীত বা পৱিত্ৰ হয়, যেতিয়া এজন সফল ব্যক্তিক, সঠিক সময় আৰু সঠিক ঠাইত দিয়া হয়। আৰু উপহাৰ দিয়া ব্যক্তিজনে যদি উপহাৰৰ সলনি উপহাৰৰ আশা নকৰে।

_যিজনে নিজৰ মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেওঁৰ শক্ৰ তথা বিপদ ক্ৰমান্বয়ে বাঢ়ে।

_আনৰ অধীনত জীয়াই থকাৰ সলনি, নিজৰ অধিনত জীয়াই থকাৰ চেষ্টা কৰাটোৱেই হৈছে প্ৰধান।

_খংৰপৰা ভ্ৰমৰ সৃষ্টি হয়, ভ্ৰমৰপৰা বুদ্ধি ভ্ৰষ্ট হয়, যেতিয়া বুদ্ধি ভ্ৰষ্ট হয় তেতিয়া তৰ্ক হয়, আৰু তেতিয়াই মানুহৰ পতন হয়।

ভাগৱত গীতা ।। ভাগৱত গীতাৰ শ্ৰীকৃষ্ণৰ কথন ।। ভগৱান শ্ৰীকৃষ্ণৰ কিছুমান বিশেষ গুৰুত্বপূৰ্ণ কথন।


_মানুহে তোমাৰ অপমানৰ উপৰত সদায়ে চৰ্চা কৰিব কিন্তু এজন সন্মানিত ব্যক্তিৰ বাবে এই অপমানটোৱে হ'ব পাৰে অমৃতৰ সমান।

_যি ব্যক্তিয়ে নিজৰ আধ্যাত্মিক জ্ঞানেৰে নিজৰ চৰণক দৃঢ় সংকল্পত স্থিৰ কৰে, তেওঁ যিকোনো সংকটক মকামিলা কবিৰ পাৰে।

_মানুহে যি  বিচাৰে সেইটোৱেই পাব পাৰে যদি তেওঁ ইচ্ছুক বস্তুটোলৈ সঘনাই চিন্তা কৰে।

_প্ৰতেক ব্যক্তিৰ বিশ্বাস প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে।

Post a Comment

0 Comments