ট্ৰেঞ্চফৰমাৰ কোনে আৱিষ্কাৰ কৰিছিল?


ট্ৰেঞ্চফৰমাৰ কোনে আৱিষ্কাৰ কৰিছিল?



 ধূপকাঠি কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- মিঙ্গ ডায়নাষ্টি।

অগ্নি মিছাইল কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- এই,পি,জে, আব্দুল কালাম।

সৌৰশক্তিৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- নিকোলাস কপাৰনিকছ।

ছ'ডিয়ামৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ: ছাৰ হাম্ফৰী ডেভী।

 চাবোনৰ আৱিষ্কাৰক কোন?

উত্তৰ: বেবি লনিয়ানচ।

কেল্কোলেটৰৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ: ব্লেচ পাছকল।

উত্তৰ:- Vint Cerf and Bob Kahn.

জেৰক্স মেচিন কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- ছেচ্টৰ কাৰ্লছন।

 ইনছুলিন কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- ফ্ৰেডৰিক জি বেটিংগ।

ডাইনামাইটৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- আলফ্ৰেড নোবেল।

 ডাইনামোৰ আৱিষ্কাৰক কোন?

উত্তৰ:- মাইকেল ফাৰাডে।

 ডি,ডি,টি কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- অথমাৰ জেইডলাৰ।

ডিজেল ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- ৰোডল্ফ ডিজেল।

 নাও কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- ইজিপ্তিয়ান সকলে।

 ট্ৰেঞ্চফৰমাৰ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- অট্টো ব্লেটি।

 প্ৰিণ্টিং প্ৰেছ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- জোহাঞ্চ গোটেনবাৰ্গ।

 অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- ৰ্কাল ৱিলহেল্ম স্কিল।

অজন লেয়াৰৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- চাৰ্লচ ফেব্ৰি।

 অপ্তিকেল ফাইবাৰ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- চাৰ্লচ কোৱেন কাউ।

অপাৰেটিং চিষ্টেমৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- গেৰী কিল্ডল।

 পেনড্ৰাইভৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- পুৱা খিন চেং।

পেট্ৰ'লৰ আৱিষ্কাৰ কোনে কৰিছিল?


কলমৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- ডেনিয়েল চেয়েনটাৰ।

কাগজৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- চাৰ্লচ ফেনাৰটি আৰু ফ্ৰেডৰিক গটলব কেলৰ।     

পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- আলেকজেণ্ডাৰ ফ্লেমিং।

পেট্ৰ'লৰ আৱিষ্কাৰ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- ৰ্কাল বেঞ্জ।

পেট্ৰ'লৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- চাৰ্লচ এডগাৰ ডুৰিয়া।

 ব্লুটুথ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- জাপ হাৰ্টচেন।

কেমেৰা কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- জহান জাহন।

চিনেমা প্ৰ'জেক্টৰ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- এডৱিয়াৰ্ড মুইব্ৰিজ।(Eadweard Muybridge)

চিগাৰেটৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- জীন নিকোট।

চিমেণ্ট আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- জোচেফ এস্পডিন।

কীবৰ্ডৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- খ্ৰীষ্টোফাৰ লাঠাম চোলছ। (Christopher Latham Sholes)

কিউ,আৰ (QR) কডৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- ডেনছো ৱেভ।

 জে,চি,বি (JCB)ৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- জোচেফ বামফৰ্ড।

 জাভা (JAVA) কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- ব্ৰেণ্ডন আইচ।

 গিটাৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- জৰ্জ বিউচাম্প। (George Beauchamp)

 কিউৱ (Cube) কোনে কিমান চনত আৱিষ্কাৰ কৰিছিল?

উত্তৰ :- ১৯৭৪ চনত আৰনো ৰোবিকে (Erno Rubik) কিউৱ আৱিষ্কাৰ কৰিছিল।

নেইল পলীছৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ :- চীন।

ISRO কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ :- বিক্ৰম চেৰাভাই।

Isotopes কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ :- ফ্ৰেডৰিক ছডী। (Frederick Soddy)

ইনফিনিটি (Infinity) কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ :- জন ৱালিছ।

ভাৰতীয় প‌ইচাৰ নমুনা কোনে বনাইছিল?

উত্তৰ:- উদয় কুমাৰ ধৰ্মলিংগাম ।(Udaya Kumar Dharmalingam)

নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ :- জেমছ ছেডৱিক।( James Chadwick)

বাতৰি কাকত কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ :- জহান কেৰোল'ছ ( Johann Carolus)

বেজি কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ :-ফ্ৰানছিছ ৰাইণ্ড (Francis Rynd)

NASA ৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ :- ডৱাইট ডি আইজেনহাৱাৰ ( Dwight D. Eisenhower)

নেইল ক্লিপাৰ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ :- ভেলেণ্টাইন ফগাৰটি (Valentine Fogerty)

গছকটা (Chainsaws) মেচিন কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ :- Robert P. McCulloch.

লিফ্টৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ :- এলিছা অটিছ (Elisha Otis)

লেপটপৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ :- এডাম অছবৰ্ণ (Adam Osborne)

Ebookৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ :- মাইকেল হাৰ্ট (Michael Hart)

Electron ৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ :- জে,জে থমচন।

Zip ৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ :- ইলিয়াছ হোৱে।

Zip File ৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ :- ফিল কাটজ ( Phil Katz)

PDF file কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ :- এডোবৰ সহ-প্ৰতিষ্ঠাপক জন ৱাৰন।

HTML কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ :- টিম বাৰ্ণাৰছ-লী।

কেমেৰাৰ আৱিষ্কাৰ কোনে কৰিছিল?

কেমেৰাৰ আৱিষ্কাৰ কোনে কৰিছিল?


উত্তৰ :- Louis Le Prince.

ধপাঁতৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ :- প্ৰথমে মেছো আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ স্থানীয় লোকসকলে ধপাঁতৰ আৱিষ্কাৰ কৰিছিল।

ধপাঁত পোনপ্ৰথমে কোনে সেৱন কৰিছিল?

উত্তৰ :- ১৫৫৬ চনত ব্ৰিষ্টলৰ এজন নাবিকে।

ধপাঁতৰ খেতি প্ৰথমে কোনে কৰিছিল?

উত্তৰ :- জন ৰল্ফে।

চেনিটেৰী পেড বা নেপকিন কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ :- মেৰী বিট্ৰাইচ ডেভিডছনে।

দাপোন আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ :- জাষ্টাছ ভন লিবিগ।

পোনপ্ৰথমে অংকৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ :- প্ৰাচীন চুমেৰিয়ানসকলে।

Air Conditioner কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ :- Willis Carrier.

Read More...

Post a Comment

0 Comments