এ,টি,এম কাৰ্ডৰ আৱিষ্কাৰ কোনে কৰিছিল? Who discovered ATM card.

 

এ,টি,এম কাৰ্ডৰ আৱিষ্কাৰ কোনে কৰিছিল? Who discovered ATM card.


ফোন কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- আলেকজেণ্ডাৰ গ্ৰাহাম বেল।

 স্কুল কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- হৰেছ মান।

 শিক্ষাৰ আৰম্ভণি কোনে কৰিছিল?

উত্তৰ:- ১৮৩৭ চনত হৰেছ মানে শিক্ষাৰ আৰম্ভণি কৰে।

 ইংৰাজী আখৰ (alphabet) কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- আজিৰ পৰা প্ৰায় ৭০০ বছৰ পূৰ্বে ফনিছিয়ানে আৱিষ্কাৰ কৰিছিল।

কীপেডৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- ক্ৰিছট'ফেৰ লেথাম ছোল্ছ।(Christopher Latham Sholes)

 অক্সিজেনৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ :- ৰ্কাল ৱিলহেলম স্খিলছ।

ছিলিণ্ডাৰ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ :- ১৮৭৭ চনত থমাছ এডিচনে ছিলিণ্ডাৰ আৱিষ্কাৰ কৰিছিল।

 ছিলিণ্ডাৰ গেছ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ :- ড° ৱাল্টাৰ অ' স্নেলিং।

জে,চি,বি কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ :- ১৯৪৫ চনৰ ইংলেণ্ডৰ জোচেফ বেমফৰ্ড JCB আৱিষ্কাৰ কৰিছিল।

ৰেলগাড়ীৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ :- ১৯০৪ চনত ইউ,কেৰ (UK) ৰিচাৰ্ড ট্ৰেভিথিকে ৰেলগাড়ীৰ আৱিষ্কাৰ কৰিছিল।

 কাবাডী খেলৰ আৱিষ্কাৰ কেতিয়া আৰু ক'ত হৈছিল?

উত্তৰ:- আজিৰ পৰা প্ৰায় ৪,০০০ হাজাৰ বছৰ পূৰ্বে তামিলনাডুত কাবাডী খেলৰ আৱিষ্কাৰ হৈছিল।

কেৰাচিন তেলৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ :- ১৮৪০ চনত কানাডাৰ আব্ৰাহাম গেছনৰে কেৰাচিন তেলৰ আৱিষ্কাৰ কৰিছিল।

কডাক কেমেৰা কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ :- ১৮৮৮ চনত জৰ্জ ইষ্টমেনে কডাক কেমেৰা আৱিষ্কাৰ কৰিছিল।

এ,টি,এম (ATM) মেচিন কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- জন ছেফৰ্ড বেৰন।

এ,চি (AC) কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- ৱিলীছ হেৱিলেণ্ড কেৰিয়াৰ।

এণ্ড্ৰইড ফোনৰ আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- এণ্ডি ৰোবিন।

বিদ্যুৎৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- বেঞ্জামিন ফ্ৰেংকলি।

 বিজুলী বলৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- হামম্ফৰী ডেভী।

 বেটাৰিৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- এলেচেণ্ড্ৰো ভল্টা।

ইলেক্ট্ৰনিক ইষ্টীৰ আৱিষ্কাৰক কোন?

উত্তৰ:- হেনৰী ডব্ল‌উ চীলি।

ইলেক্ট্ৰনিক সেনৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- চূয়িলাৰ হোৱিলাৰ।

ইলিভেটৰৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- ইলীচা গ্ৰেভিছ অটিচ।

পৰীক্ষাৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- হেনৰী ফিছেল।

শিক্ষাৰ আৱিষ্কাৰক কোন?

উত্তৰ:- হেনৰী ফিছেল।

স্কুলৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- হৰেচ মান।

কলেজৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- আল কাৰাৱিন আৰু ফাটিমা আল ফিহৰি।

ফুটবল আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- ৱাল্টাৰ কাম্প।

এন্টিচেপ্তিকৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- ইগ্নাজ চেমেলৱাইচ।

 এণ্টিবায়টিকৰ আৱিষ্কাৰক কোন?

উত্তৰ:- আলেকজেণ্ডাৰ ফ্লেমিং।

অসম আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- উধৱ কুমাৰ ভৰালী।

অজন্তা গুহাৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- জন স্মিথ।

 এ,টি,এম কাৰ্ডৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- জেমছ গুডফেলো।

Read More...

Post a Comment

0 Comments