পাবজী গেম কোনে আৱিষ্কাৰ কৰিছিল?

 

পাবজী গেম কোনে আৱিষ্কাৰ কৰিছিল?


শূন্যৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ :- ব্ৰহ্মগুপ্ত। ব্ৰহ্মগুপ্তৰ জন্ম হৈছিল আজিৰ পৰা প্ৰায় ৫৯৮ খ্ৰীষ্টাব্দত ৰাজস্থানৰ ভিনমেলত। তেখেতৰ পিতৃৰ নাম আছিল জিচনোগুপ্ত। ব্ৰহ্মগুপ্ত এজন গণিতজ্ঞ আছিল।

 পাবজী গেম কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- ব্ৰেণ্ডেন গ্ৰীনি। ব্ৰেণ্ডেন গ্ৰীনিৰ জন্ম হৈছিল ১৯৮৬ চনৰ ৪ নৱেম্বৰ তাৰিখে কানাডাত।তেওঁ এজন বায়েথলোন (Baithlon) প্লেয়াৰ আছিল। পাবজী গেম প্ৰথমতে এণ্ড্ৰ‌ইড ভাৰজনত ৰিলিজ দিয়া হৈছিল।পাবজী গেমৰ আৰম্ভণি হৈছিল ২০১৮ চনৰ ১৯ ৰ্মাচ তাৰিখে।

 চাইকেলৰ আৱিস্কাৰ কোনে কৰিছিল?

উত্তৰ:-বেৰন ৰ্কাল ভন ডেৰিছ। জাৰ্মানৰ বাসিন্দা বেৰন ৰ্কাল ভন ডেৰিছে ১৮১৭ চনত প্ৰথমবাৰ বাইচাইকেল আৱিষ্কাৰ কৰিছিল। তেওঁৰ জন্ম হৈছিল ১৭৮৫ চনৰ ২৯ এপ্ৰিল তাৰিখে।তেওঁ এজন জাৰ্মানী ফ'ৰেষ্ট অফিচাৰ আৰু সুদক্ষ বিজ্ঞানী আছিল।

 ৱাছিং মেচিন কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- জেমছ কিং। ১৭৯৭ চনত আমেৰিকাৰ জেমছ কিংয়ে পোনপ্ৰথম বাৰৰ বাবে ৱাছিং মচিন আৱিষ্কাৰ কৰিছিল।

 ড্ৰাম মেচিনৰ আৱিস্কাৰ কোনে কৰিছিল?

উত্তৰ:- আৰৱৰ আল জাজাৰীয়ে সৰ্বপ্ৰথমে ড্ৰামমেচিনৰ আৱিষ্কাৰ কৰিছিল। তেওঁ এজন ইঞ্জিনীয়াৰ আছিল।

 লাইটৰ বল কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- আমেৰিকাৰ বৃহৎ বিজনেছমেন আৰু ইলেকট্ৰনিক ইঞ্জিনীয়াৰ থমাছ আলভা এডিছন লাইটৰ বল আৱিষ্কাৰ কৰিছিল।

 উৰাজাহাজৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- অৰভিলছ আৰু ৱিলবাৰে উৰাজাহাজৰ আৱিষ্কাৰ কৰিছিল। তেওঁলোকক চমুকৈ "ৰাইট ব্ৰাডাৰ্চ "নামেৰে জনাজাত। আমেৰিকাৰ "ৰাইট ব্ৰাডাৰ্চয়ে" ১৯০৩ চনৰ ১৭ ডিচেম্বৰ তাৰিখে উৰাজাহাজৰ আৱিষ্কাৰ কৰিছিল।


Ⓒⓛⓘⓒⓚ Ⓣⓗⓔ "Ⓜⓞⓡⓔ" Ⓑⓤⓣⓣⓞⓝ Ⓕⓞⓡ Ⓡⓔⓐⓓ Ⓘⓜⓟⓞⓡⓣⓐⓝⓣ Ⓐⓡⓣⓘⓒⓛⓔⓢ.

👉Read More...


Post a Comment

0 Comments