৫০ হাজাৰ যুৱক-যুৱতীয়ে চাকৰি পাব। এতিয়াই যোগাযোগ কৰক।



ভাৰতবাসীৰ বাবে সুখবৰ।
 বত্তৰ্মান সময়ত তথা লকডাউনল সময়ত আপুনি আপোনাৰ চাকৰি হেৰাইছে নেকি ? চাকৰিৰ বাবে হাবাথুৰি খাইছে নেকি? আমি সকলোৱেই জানো যে ভাৰতত লকডাউনৰ বাবে লাখ লাখ যুৱক-যুৱতীয়ে নিজৰ কৰ্মৰ পৰা বিৰত থাকিবলগীয়া হৈছে।
আপুনি জানেনে, লকডাউনৰ সময়চোৱাত ১২ কোটি ২০ লাখ যুৱক-যুৱতীয়ে চাকৰি হেৰুৱাব লগীয়া হৈছে।
কিন্তু আপুনি হতাশা নহব,
লকডাউনৰ সুজুগতে বিশ্বৰ সৰ্ববৃহৎ ইকৰ্মাছ কোম্পানী এমেজনে ৫০ হাজাৰ যুৱক-যুৱতীক অস্থায়ী ভাৱে কৰ্মৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে। যিসকল যুৱক-যুৱতীয়ে আৰ্থিক সংকটত ভূগিছে তেওঁলোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা সুবিধা বুলি কব পৰা যায়।
যিহেতু এতিয়া লকডাউনৰ সময়ত এমেজনৰপৰা যিকোনো প্ৰ'ডাক্ত বিক্ৰীৰ তথা অৰ্ডাৰৰ পৰিমান ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিছে। সেয়েহে ৫০ হাজাৰ যুৱক-যুৱতীয়ে ইয়াৰ সুবিধা লাভ কৰিব পাৰিব।

গ্ৰাহকে Order কৰা প্ৰ'ডাক্তসমূহ ডেলিভাৰী দিবৰ নিয়োজিত হব।
আবেদন কৰাৰ তাৰিখ আৰম্ভ:- ২৫/০৫/২০২০.(আবেদন কৰিব পাৰিব লকডাউনৰ সময়ছোৱাত)
আবেদন কেনেকৈ কৰিব:-
যোগাযোগ:- ১৮০০-২০৮-৯৯০০
ই-মেইল:- seasonalhiringindia@amazon.com
Expired....

(প'ষ্টটো চেইৰ কৰিব নাপাহৰিব)

Post a Comment

0 Comments