মহাভাৰতৰ কুইজ । মহাভাৰত সম্পূৰ্ণ কাহিনী । মহাভাৰতখন কোনে লিখিছিল।

 মহাভাৰতৰ কুইজ । মহাভাৰতৰ সম্পূৰ্ণ কাহিনী । মহাভাৰত কোনে লিখিছিল।

মহাভাৰতৰ কুইজ । মহাভাৰত সম্পূৰ্ণ কাহিনী । মহাভাৰতখন কোনে লিখিছিল।


১/  মহাভাৰতৰ লেখক কোন আছিল?

উত্তৰ :- মহাভাৰত খনৰ লেখক আছিল সত‍্যৱতীৰ পুত্ৰ ঋষি ব্যাসা বা কৃষ্ণ দব্যপায়নে।

২/ ঋষি ব্যাসৰ পিতৃ-মাতৃৰ নাম কি আছিল?

উত্তৰ :- পিতৃ পৰাশৰ আৰু মাতৃ সত্যৱতী‌।

৩/ ঋষি ব্যাসৰ জন্ম ক'ত হৈছিল?

উত্তৰ :- কল্পি।

৪/ সপ্তঋষি কাক বোলে?

উত্তৰ :- বশিষ্ঠ, বিস্বামিত্ৰ, কণব্য, ভাৰদ্বাজ, অত্ৰি, বামদেৱ আৰু শীনক এই সাত ঋষিক সপ্তঋষি বোলে।

৫/ ব্ৰহ্মাৰ জন্মৰ পিছৰ অৱতাৰ সমূহ কি কি?

উত্তৰ :- ব্ৰহ্মা--অত্ৰি-চন্দ্ৰমা-বুধ-ইলানন্দন পুৰুৰৱা-আয়ু-ৰাজা নহুছ-যয়াতী-পুৰু-ভৰত-কুৰু-শান্তনু-ভীষ্ম।

৬/ কণব্য ঋষিৰ পুত্ৰীৰ নাম কি আছিল?

উত্তৰ :- শকুন্তলা।

৭/ শকুন্তলাৰ প্ৰকৃত পিতৃ মাতৃৰ নাম কি আছিল?

উত্তৰ :- পিতৃ বিশ্বামিত্ৰ আৰু মাতৃ মেনকা।

৮/ শকুন্তলাক ৰক্ষা কৰা পক্ষীটোৰ নাম কি আছিল?

উত্তৰ :- শকুন্ত।

৯/ শকুন্তলাক কোনে শাপ দিছিল?

উত্তৰ :- দূৰ্বাশা ঋষি।

১০ টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ।

১০/ দূৰ্বাশা ঋষিয়ে শকুন্তলাক কি শাপ দিছিল?

উত্তৰ :- "তুমি যাৰ চিন্তাত মগ্ন হৈ মোক অনাদৰ কৰিছা তেৱেঁই তোমাক পাহৰি যাব"।

১১/ শকুন্তলাৰ বিবাহ কাৰ লগত হৈছিল?

উত্তৰ :- দূষাসন।

১২/ দূষাশনে শকুন্তলাক প্ৰেমৰ পৰিচয় হিচাবে কি উপহাৰ দিছিল?

উত্তৰ :- আ‌ঙুঠী।

১৩/ সম্ৰাট ভৰতৰ পিতৃ মাতৃৰ নাম কি আছিল?

উত্তৰ :- পিতৃ দূষাসন আৰু মাতৃ শকুন্তলা।

১৪/ শান্তনুৰ পিতৃৰ নাম কি আছিল?

উত্তৰ :- ৰজা প্ৰতীপ।

১৫/ গংগাৰ বিবাহ কাৰ লগত হৈছিল?

উত্তৰ :- শান্তনু।

১৬/ গংগাৰ কেইটা পুত্ৰ আছিল?

উত্তৰ :- আঠজন।

১৭/ দেৱব্ৰত কোন আছিল? 

উত্তৰ :- শান্তনু আৰু গংগাৰ পুত্ৰ।

১৮/ শান্তনুৰ দ্বিতীয় পত্নীৰ নাম কি আছিল?

উত্তৰ :-  সত্যৱতী।

১৯/ কোনজন ৰজাই তেওঁৰ পিতৃৰ কাৰণে বিবাহ কৰা নাছিল?

উত্তৰ :- দেৱব্ৰত।

২০/ দেৱব্ৰতে কি শপত লৈছিল?

উত্তৰ :- "মই আজীৱন অবিবাহিতা থাকিম"।

২১/ দেৱব্ৰতে শপত লোৱাৰ কাৰণ কি আছিল?

উত্তৰ :- দেৱব্ৰতৰ পিতৃয়ে সত্যৱতী নামৰ এজনী ছোৱালীৰ লগত বিবাহ কৰিব বিচাৰিছিল। তেতিয়া সত্যৱতীয়ে দেৱব্ৰতৰ পিতৃক এটা অনুৰোধ কৰিলে যে যদি আপুনি মোক বিবাহ কৰিব বিচাৰিছে, তেনেহলে মোৰ এটা চৰ্ত আছে__মোৰ গৰ্ভৰপৰা যিটো সন্তানৰ জন্ম হব তেওঁক ৰাজ্যৰ উত্তৰাধিকাৰী ভাৰ দিব লাগিব। এই কথা শুনি দেৱব্ৰতৰ পিতৃৰ বৰ চিন্তাত পৰিল। তেওঁ সত্যৱতীৰ প্ৰশ্নৰ উত্তৰ নিদি পোনে পোনে উভতি আহিল। এই চিন্তাই দেৱব্ৰতৰ পিতৃৰ শাৰীৰিক ভাৱে দূৰ্বল কৰি পেলাইছিল। এই কথা শয্য কৰিব নোৱাৰি দেৱব্ৰতে পিতৃৰ বিবাহৰ কাৰণে সত্যৱতীক অনুৰোধ কৰিলে। তেতিয়া দেৱব্ৰতে এই শপত লৈছিল যে "মই আজীৱন অবিবাহিতা হৈ থাকিম"। কাৰণ মই বিবাহ কৰিলেহে মোৰ সন্তানক ৰাজ্যৰ উত্তৰাধিকাৰী দিব লাগিব। মূলতে কৰ লাগিব যে পিতৃক বিবাহ কৰোৱাবৰ কাৰণে দেৱব্ৰতে শপত লৈছিল।

২২/ ভীষ্ম কোন আছিল?

উত্তৰ :- হচতিনাপুৰৰ ৰজা শকুন্তলাৰ পুত্ৰ আছিল।

২৩/ ভীষ্মৰ আন এটা নাম কি আছিল?

উত্তৰ :- দেৱব্ৰত।

২৪/ ভীষ্মৰ লগত কোনে ২৩ দিন যুদ্ধ কৰিছিল?

উত্তৰ :- পৰশুৰাম।

২৫/ পিতৃৰ সুখৰ কাৰণে কোনে নিজৰ সিংহাসন ত্যাগ কৰিছিল?

উত্তৰ :- ভীষ্ম।

২৬/ গান্ধাৰীয়ে কেইটা সন্তান জন্ম দিছিল?

উত্তৰ :- ১০০ টা।

২৭/ গান্ধাৰী কোন আছিল?

উত্তৰ :- ধৃতৰাস্তৰ পত্নী।

২৮/ দূৰ্য্যোধনৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?

উত্তৰ :- পিতৃ ধৃতৰাস্ত আৰু মাতৃ গান্ধাৰী।

২৯/ পাণ্ডুৰ পিতৃ মাতৃৰ নাম কি আছিল?

উত্তৰ :- পিতৃ বিচিত্ৰব্ৰিয় আৰু মাতৃ অম্বালিকা।

৩০/ পাণ্ডুৰ কেইটা পুত্ৰ আছিল?

উত্তৰ :- ৫ টা

৩১/ বেদব্যাস কোন আছিল?

উত্তৰ :- ঋষি পৰাশৰ পুত্ৰ।

৩২/ দ্ৰুন কোন আছিল?

উত্তৰ :- ভৰদ্বাজ মুনিৰ পুত্ৰ।

৩৩/ দ্ৰুনে অস্ত্ৰ-শস্ত্ৰৰ শিক্ষা কাৰ পৰা লৈছিল?

উত্তৰ :- পৰশুৰাম।

৩৪/ শৰদ্বান কোন আছিল?

উত্তৰ :- গৌতম ঋষিৰ পুত্ৰ।

>৩৫/ সত্যৱতীৰ পুত্ৰ দুজনৰ নাম কি আছিল?

উত্তৰ :- চিত্ৰাগন্দ আৰু বিচিত্ৰাব্ৰিয়।

৩৬/ চিত্ৰাগন্দ আৰু বিচিত্ৰাব্ৰিয়ক কোনে তুমি তালি ডাঙৰ দীঘল কৰিছিল?

উত্তৰ :- ভীষ্ম।

৩৭/ চিত্ৰাগন্দক কোনে মাৰিছিল?

উত্তৰ :- গন্ধৰ্ব।

৩৮/ ধৃতৰাষ্ট্ৰৰ মাকৰ নাম কি আছিল?

উত্তৰ :- অম্বিকা।

৩৯/ পাণ্ডুৰ মাতৃৰ নাম কি আছিল?

উত্তৰ :- অম্বালিকা।

৪০/ বিদোৰৰ পিতৃৰ নাম কি আছিল?

উত্তৰ :- বেদব্যাস।

৪১/ পাণ্ডুৰ পত্নীৰ নাম কি আছিল?

উত্তৰ :- কুণ্টী আৰু মাদ্ৰী।

৪২/ সন্তানহীন ব্যক্তিয়ে কিহৰ পৰা মুক্তি নাপায়?

উত্তৰ :- পিতৃ-ঋণ,ঋষি-ঋণ,আৰু দেৱ-ঋণ বা মনূস্য ঋণ।

৪৩/ কুণ্টিৰ পুত্ৰ কোন কোন আছিল?

উত্তৰ :- যুধিষ্ঠিৰ, ভীম আৰু অৰ্জন।

৪৪/ অৰ্জুনৰ পিতৃৰ নাম কি আছিল?

উত্তৰ :- পাণ্ডু।

৪৫/ ভীমৰ উৎপত্তি কাৰপৰা হৈছিল?

উত্তৰ :- বায়ুদেৱ।

৪৬/ যুধিষ্ঠিৰ উৎপত্তি কাৰপৰা হৈছিল?

উত্তৰ :- ধৰ্ম।

৪৭/ অৰ্জুনৰ উৎপত্তি কাৰপৰা হৈছিল?

উত্তৰ :- ইন্দ্ৰ।

৪৮/ নকুলৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?

উত্তৰ :- পিতৃ পাণ্ডু আৰু মাতৃ মাদ্ৰী।

৪৯/ নকুলৰ উৎপত্তি কাৰপৰা হৈছিল?

উত্তৰ :- অশ্বনীকুমাৰী।

৫০/ পাণ্ডুৰ কেইটা সন্তান আছিল?

উত্তৰ :- ৪ টা।

৫১/ ধৃতৰাষ্ট্ৰৰ পত্নীৰ নাম কি আছিল?

উত্তৰ :- গান্ধাৰী।

৫২/ কৰ্ণক কোনে তুলি তালি ডাঙৰ দীঘল কৰিছিল?

উত্তৰ :- অধিৰথ‌।

৫২/ কৰ্ণৰ জন্মদাত্ৰী মাতৃ কোন আছিল?

উত্তৰ :- কুণ্টী।

৫৩/ কৰ্ণই ক'ৰপৰা শিক্ষা গ্ৰহণ কৰিছিল?

উত্তৰ :- পৰশুৰাম।

৫৪/ পৰশুৰামে কৰ্ণক উপহাৰ দিয়া ধনুটোৰ নাম কি?

উত্তৰ :- বিজয়।

৫৫/ একলব্য কাৰ পুত্ৰ আছিল?

উত্তৰ :- হিৰণ্যধনুৰ।

৫৬/ একলব্যৰ তপস্যা ভঙ্গকৰা জন্তুটোৰ নাম কি আছিল?

উত্তৰ :- কুকুৰ।

৫৭/ দুৰ্জোধনে পাণ্ডৱৰ কাৰণে ক'ত গৃহ নিৰ্মাণ কৰিছিল?

উত্তৰ :- বাৰণাবন।

৫৮/ বাৰণাবন নিৰ্মাণ কৰা শিল্পী জনৰ নাম কি আছিল?

উত্তৰ :- পুৰীচন।

৫৯/ বাৰণাবন নিৰ্মাণ কৰোৱাৰ উদ্দেশ্য কি আছিল?

উত্তৰ :- পাণ্ডৱক মৃত্যুদিৱৰ বাবে।

৬০/ চিৰকুমাৰী কাক কোৱা হয়?

উত্তৰ :- দ্ৰোপদী।

৬১/ ভীষ্ম‌ই কাক কাক তুলি তালি ডাঙৰ দীঘল কৰিছিল?

উত্তৰ :- ধৃতৰাষ্ট্ৰ,পাণ্ডু আৰু বিদুৰক।

৬২/ কৰ্ণ দূৰ্জধনৰ কি আছিল?

উত্তৰ :- এজন বন্ধু।

৬৩/ পৰশুৰামৰ আশ্ৰমৰ পৰা যোৱাৰ পাছত কৰ্ণই কি বিদ্যা শিকিছিল?

উত্তৰ :- শব্দভেদ।

৬৪/ তৰ্জনী আৰু মধ্যমা আঙুলি ব্যৱহাৰ কৰি কোনে ধনু চলাইছিল?

উত্তৰ :- একলব্য।

৬৫/ পাণ্ডৱে কৌৰৱৰ পৰা কি বিচাৰিছিল?

উত্তৰ :- ৰাজ্য।

৬৬/ অৰ্জুনে দিব্য ধেনু আৰু উত্তম ৰথ কোন দেৱতাৰ পৰা প্ৰাপ্ত কৰিছিল?

উত্তৰ :- অগ্নিদেৱতাৰ পৰা।

৬৭/ শ্ৰীকৃষ্ণ‌ই সোদৰসন চক্ৰ কোন দেৱতাৰ পৰা প্ৰাপ্ত কৰিছিল?

উত্তৰ :- অগ্নিদেৱতাৰপৰা।

৬৮/ পাণ্ডৱে নিৰ্মাণ কৰা নগৰ খনক কি নামেৰে নামাকৰণ কৰিছিল?

উত্তৰ :- ইন্দ্ৰপ্ৰস্থ।

 ৬৯/ দ্ৰোপদীৰ বস্ত্ৰ কোনে হৰণ কৰিছিল?

উত্তৰ :- দোশাশন।

৭০/ দোশাশনক দ্ৰোপদীৰ বস্ত্ৰহৰণ কৰিবলৈ কোনে উচতাই দিয়ে?

উত্তৰ :- কৰ্ণ।

৭১/ কোনে নিজৰ হাতখন জ্বলাই দিয়াৰ চেষ্টা কৰিছিল?

উত্তৰ :- দোশাশন।

৭২/ দোশাশনে দ্ৰোপদীক নগ্ন কিয় কৰিব পৰা নাছিল?

উত্তৰ :- শ্ৰীকৃষ্ণৰ কৃপাৰ বাবে।

৭৩/ অজ্ঞাতবাসলৈ জাবলৈ পাণ্ডৱসকলৰ বাটৰ নামবোৰ কি কি?

উত্তৰ :- জয়,জয়ন্ত,বিজয়,জয়সেন আৰু জয়দ্বল।

৭৪/ অজ্ঞাতবাস থাকিবলৈ পাণ্ডৱে ক'লৈ গৈছিল?

উত্তৰ :- মত্বস্য দেশৰ ৰজা বিৰাটৰ ওচৰত।

৭৫/ মত্বস্যদেশত পাণ্ডৱসকলৰ নাম কি কি আছিল?

উত্তৰ :- যোধিষ্ঠিৰ নাম আছিল কঙ্ক।

             ভীমৰ নাম আছিল বল্লভ।

             সহদেৱ নাম আছিল তন্তিপাল।

              নকুলৰ নাম আছিল গ্ৰান্থিক।

              অৰ্জনৰ নাম আছিল বৃহত্ৰলা।

             দ্ৰোপদীৰ নাম আছিল সেৰনধ্ৰী।

৭৬/ দেৱতাসকলৰ আটাইতকৈ শক্তিশালী ধনু দুখনৰ নাম কি কি আছিল?

উত্তৰ :- পিনাক আৰু দিব্যধনু।

৭৭/ ৰামে ভঙা ধনুখনৰ নাম কি আছিল?

উত্তৰ :- পিনাক।

৭৮/ পিনাক ধনুখন কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ :- বিশ্বকৰ্মা।

৭৯/ পিনাক ধনুখন কাৰ আছিল?

উত্তৰ :- ভগৱান শিৱৰ।

৮০/ পিনাক ধনুৰে শিৱ‌ই কোন অসুৰক বধ কৰিছিল?

উত্তৰ :- ত্ৰিপুৰাসুৰক।

Updating.........



Post a Comment

3 Comments

  1. নজনা কথাবোৰ বহুত জানলো ৷ ধন্যবাদ ৷

    ReplyDelete
  2. বানানগুলো ঠিক করুন 🙏

    ReplyDelete