ভাৰতীয় আইন । কোনটো ধাৰাই কিহৰ ইংগিত দিয়ে।

ভাৰতীয় আইন তথা কোনটো কানুন ধাৰাই কিহৰ ইংগিত দিয়ে।

১/ ধাৰা-১৩ :-
জোৱা খেলুৱৈ তথা খেলুওঁৱা সকলৰ বাবে এই ধাৰা প্ৰযোজ্য হয়।
শাস্তি:- এই আইনৰ মতে তেওঁলোকক ১মাহৰ কাৰাদণ্ড আৰু নগধ ১,০০০/- টকাৰ জৰিমনা লোৱা হয়।
২/ ধাৰা ১৪৭
বিদ্ৰোহকৰ  বাবে এই আইন প্ৰযোজ্য হয়।
শাস্তি :- ২ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা বিহা হয়।

৩/ ধাৰা ১৬১
টকা প‌ইচা লেন-দেনৰ ক্ষেত্ৰত এই ধাৰা প্ৰযোজ্য হয়।
শাস্তি :- ৩ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা। জামিন বিহীন ৩ বছৰৰ লৈকে।
৪/ ধাৰা ১৭১
নিৰ্বাচনৰ সময়ত টকা ঘোচ লোৱা বা দিয়াৰ ক্ষেত্ৰত এই আইন প্ৰযোজ্য হয়।
শাস্তি :- ১ বছৰৰ কাৰাদণ্ড আৰু নগদ ৫০০/- টকাৰ জৰিমনা বিহা হয়।
৫/ ধাৰা ১৭৭
চৰকাৰী কৰ্মচাৰী তথা পুলিচ প্ৰশাসনক ভূল জাননী দিলে এই আইন প্ৰযোজ্য হয়।
শাস্তি :- নগদ ১০০০/- টকা আৰু ৬ মাহৰ বাবে কাৰাদণ্ড
৬/ ধাৰা ১৮৬
চৰকাৰী কামত বাধা দিয়া সকলৰ বাবে এই প্ৰযোজ্য হয়।
শাস্তি :- তিনি মাহৰ কাৰাদণ্ড আৰু নগদ ৫০০/- টকাৰ জৰিমনা।
৭/ ধাৰা ১৯১/১৯৩
ভূল বা মিছা শাক্ষী দিয়া সকলৰ বাবে এই ধাৰা প্ৰযোজ্য।
শাস্তি :- তিনিৰ পৰা সাত বছৰৰ কাৰাদণ্ড ও জৰিমনা।
৮/ ধাৰা ২১৬
চুৰ বা ডকাইতক আশ্ৰয় দিয়া সকলক শাস্তি।
৯/ ধাৰা ২২৪/২৫
বেআইনী ভাবে মুক্তি দিলে ২ বছৰৰ কাৰাদণ্ড।
১০/ ধাৰা ২৩১/৩২
জালি নোট বনোৱা সকলৰ বাবে এই আইন প্ৰযোজ্য।
শাস্তি :- ৭ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা। জামিন বিহীন।
১১/ ধাৰা ২৫৫
কোনোবা যদি চৰকাৰী ষ্টাম্পসমূহক অপব্যৱহাৰ বা দূস্কৰ্মত ব্যৱহাৰ তেওঁলোকৰ বাবে এই ধাৰা প্ৰযোজ্য হয়।
শাস্তি:- ১০ বছৰৰ বা আজীৱন কাৰাদণ্ড।
১২/ ধাৰা ২৬৭
ঔষধসমূহত ভেজাল কৰা সকলৰ বাবে এই আইন প্ৰযোজ্য।
শাস্তি :- ৬ মাহৰ কাৰাদণ্ড ও নগধ ১০০০ টকাৰ জৰিমনা।
১৩/ ধাৰা ২৭২
খোৱা খাদ্যত ভেজাল।
শাস্তি : ৬ মাহৰ কাৰাদণ্ড ও নগধ ১০০০/- টকাৰ জৰিমনা।
১৪/ ধাৰা ২৭৪/৭৫
ভেজাল ঔষধ বিক্ৰেতাৰ শাস্তি ও জৰিমনা।
১৫/ ধাৰা ২৭৯
ৰাষ্টাত উৎপাত তথা সুৰাপান কৰি বাহন কৰা সকলৰ বাবে এই আইন প্ৰযোজ্য।
শাস্তি :- ৬ মাহৰ কাৰাদণ্ড আৰু নগদ ১০০০/- টকাৰ জৰিমনা।
১৬/ ধাৰা ২৯২
অশ্লীল কিতাপ বা ফটো বিক্ৰী কৰা সকলৰ বাবে এই আইন প্ৰযোজ্য।
শাস্তি :- ২ বছৰৰ কাৰাদণ্ড আৰু নগদ ২০০০/- টকাৰ জৰিমনা।
১৭/ধাৰা ২৯৪
যিকোনো ধৰ্মীয় অনুষ্ঠানক অপমান কৰা।
শাস্তি :- ২ বছৰৰ কাৰাদণ্ড।
১৮/ ধাৰা ৩০২
মনৱ হত্যাকাৰী।
শাস্তি :- আজীৱন কাৰাদণ্ড। জামিন বিহীন।
১৯/ ধাৰা ৩০৬
আত্মহত্যাৰ বাবে হেঁচা দিয়া।
শাস্তি :- ১০ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা।
২০/ ধাৰা ৩০৯
আত্মহত্যা কৰিবলৈ চেষ্টা কৰা।
শাস্তি :- ১ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা।
২১/ ধাৰা ৩১১
Cheating কৰা।
শাস্তি :- আইনী শাস্তি।
২২/ ধাৰা ৩২৩
জানি-বুজি আঘাত কৰা।
শাস্তি :- আইনী শাস্তি।
২৩/ ধাৰা ৩৫৪
যিকোনো স্ত্ৰীক অভ‍্যয়ৱ তথা অশ্লীলতা আচৰণ কৰা।
শাস্তি :- ২ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা।
২৪/ ধাৰা ৩৬৩
কোনোবা স্ত্ৰীক কীডনেপ কৰা।
শাস্তি :- ৭ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা।
২৫/ ধাৰা ৩৬৬
নাবালিকক কীডনেপ।
শাস্তি :- আইনী শাস্তি।
২৬/ ধাৰা ৩৭৬
বলাতকাৰ কৰা।
শাস্তি :- ১০ বছৰ কাৰাদণ্ড। জামিন হব।
২৭/ ধাৰা ৩৭৭
Unnatural offence  crime.
শাস্তি :- ৫ বছৰৰ কাৰাদণ্ড। জামিন বিহীন।
২৮/ ধাৰা ৩৭৯/৪২০
সা-সম্পত্তি চুৰি কৰা।
শাস্তি :- ৩ বছৰৰ কাৰাদণ্ড ও জৰিমনা।
২৯/ধাৰা ৩৯২
Robbery কৰা।
শাস্তি :-  ১০ বছৰৰ কাৰাদণ্ড ও জৰিমনা।
৩০/ ধাৰা ৪৯৪
পতি/পত্নী জীয়াই থাকুঁতে অন্য বিবাহ কৰা।
শাস্তি :- ৭ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা।
৩১/ ধাৰা ৪৯৮
নিজৰ পত্নীক অত্যাচাৰ কৰা।
শাস্তি :- ৩ বছৰৰ কাৰাদণ্ড। কঠুৰ শাস্তি।
৩২/ ধাৰা ৪৯৭
Adultery কৰা।
শাস্তি :- ৫ বছৰৰ কাৰাদণ্ড ও জৰিমনা।
৩৩/ ধাৰা ৫০০
মানহানী কৰা।
শাস্তি :- ২ বছৰৰ কাৰাদণ্ড।

Post a Comment

1 Comments

  1. পতি মৰাৰ পাছত পত্নীক ঘৰৰ মানুহে সা সম্পত্তিৰ নিদিয়া

    ReplyDelete