আদিতী ৰাউ হাইডাৰীৰ জীৱনী(চমুকৈ)

১/ আদিতী ৰাউ হাইডাৰী
আদিতী ৰাউ হাইডাৰীৰ জন্ম ১৯৮৬ চনৰ ২৮ অক্টোবৰ তাৰিখে হাইদৰাবাদ হয়। পিতৃৰ নাম এহচান হাইডাৰী আৰু মাতৃৰ নাম বিদ্যা হাইডাৰী।
আদিতী ৰাউ হাইডাৰী এজনী ভাৰতীয় অভিনেত্ৰী।তেখেতে কেইবাখনো চিনেমাত অভিনয় কৰিছে। তাৰ ভিতৰত হিন্দী, তেলেগু, তামিল আৰু মালায়ালম ভাষাত অভিনয় কৰিছিল।
২০০৬ চনত মালায়ালম ভাষাত "প্ৰজাপতি" নামৰ বোলছবিত অভিনয় কৰিছিল আৰু ২০০৭ চনত তামিল ভাষাত "শ্ৰিংগ্ৰাম" নামৰ বোলছবিত অভিনয় কৰে।
তেখেতে অভিনয় কৰা হিন্দী বোলছবি কেইখন হল__
দিল্লী-6----২০০৯
য়েহ চালি জিন্দাগী ---২০১১
ৰকষ্টাৰ-----২০১১
মাৰ্ডাৰ----২০১৩
বছ-----২০১৩
খুবচোৰত---২০১৪
গুডু ৰংলীলা---২০১৫
ৱাজিৰ/ ফিটুৰ/ দ্যা লিজেণ্ড অফ মাইকেল মিশ্ৰা----২০১৬
ভূমি----২০১৭
পদ্মাৱত/দাসদেৱ/-----২০১৮
দ্যা ৰ্গাল অন দ্যা ট্ৰেইন---২০২০

Post a Comment

0 Comments