চমুকৈ; অসমৰ বিখ্যাত ব্যক্তি সকল || অসম উৎপত্তি

🌏অসমৰ উৎপত্তি কেনেকৈ হৈছিল,আহক জানি থওঁ।

অসম এখন বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰা উত্তৰ পূৱ ভাৰতৰ এখন বিশাল ৰাজ্য। এই ৰাজ্যত এসময়ত আহোম সকলে ৰাজত্ব কৰিছিল, সেই সময়ত অসমৰ নাম আছিল কামৰূপ। কামৰূপৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ। গতিকে সেই সময়ত অসমত আহোম সকলে ৰাজত্ত কৰিছিল। সেয়েহে এই আহোম শব্দৰ পৰাই"অসম"নামৰ উৎপত্তি হয়।

অসমৰ চাৰিসীমা:-
পূৱেঃ অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপূৰ।
পশ্চিমেঃ মেঘালয়,বাংলাদেশ আৰু পশ্চিমবংগ।
উত্তৰেঃ অৰুণাচল প্ৰদেশ আৰু ভূটান।
দক্ষিণেঃ মিজোৰাম আৰু মণিপুৰ।
মাটিকালিঃ ৭৮,৪৩৮ ৰ্বগ কিলোমিটাৰ।
জলবায়ুঃ মৌচূমী জলবায়ু,গৰম আৰু সেমেকা।
জিলাঃ ৩৩খন।
মহকুমাঃ ৭৬ টা।
➖➖➖➖➖➖➖➖➖➖➖➖➖➖➖➖➖➖
১/অসমৰ জাতীয় উৎসৱ কি?
উঃ বিহু
২/অসমৰ প্ৰধান ভাষা কি?
উঃ অসমীয়া।
৩/অসমৰ ৰাজ্যিক প্ৰতীক কি?
উঃ গঁড়
৪/অসমৰ জাতীয় সংগীত কি?
উঃ অ' মোৰ আপোনাৰ দেশ'
৫/অসমৰ প্ৰধান নদী কি?
উঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক।
৬/অসমৰ প্ৰধান খেতি কি?
উঃ চাহ আৰু কুহিয়াৰ।
৭/অসমৰ ৰাজধানী কি?
উঃ দিছপুৰ।
৮/অসমৰ মুঠ বিধানসভাৰ আসনৰ সংখ্যা কিমান?
উঃ ১২৬ খন।
৯/অসমৰ লোকসভাৰ আসন কিমান?
উঃ ১৪ খন।
১০/অসমৰ ৰাজ্যসভাৰ আসন কেইখন?
উঃ ৭ খন।
এতিয়া আমি শিকি থওঁ আহক,অসমৰ ক'ত কি আছে?
(১১) ব্ৰহ্মপুত্ৰৰ উপৰত দলং কেইখন আছে আৰু কি কি?
উত্তৰ: বৰ্তমান দলং আছে ৫ খন ।
১/শৰাইঘাট দলং । দৈঘ্য ১,২৯৫ মিটাৰ।
২/কলিয়াভোমোৰা দলং। দৈঘ্য ৩.৫ কিলোমিটাৰ।
৩/নৰনাৰায়ন সেতু। দৈঘ্য ২.৩ কিলোমিটিৰ।
৪/বগীবিল দলং। দৈঘ্য ৪.৩২ কিলোমিটাৰ।
৫/ড° ভূপেন হাজৰিকা সেতু। দৈঘ্য ৯.১৫০ কিলোমিটাৰ।
(১২) অসমৰ সৰ্বমুঠ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি?
উঃ ১৪ খন।
১/কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
২/মানস ৰাষ্ট্ৰীয় উদ্যান।
৩/বৰনদী অভয়াৰন্য।
৪/পাভৈ অভয়াৰন্য।
৫/সোনাই-ৰূপাই অভয়াৰন্য।
৬/ওৰাং ৰাষ্ট্ৰীয় উদ্যান।
৭/নামেৰী ৰাষ্ট্ৰীয় উদান।
৮/ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান।
৯/পবিতৰা অভয়াৰন্য।
১০/গৰমপানী অভয়াৰন্য।
১১/দীপৰ বিল পক্ষী অভয়াৰন্য।
১২/বৰদৈবাম বিলমূখ পক্ষী অভয়াৰন্য!
১৩/পানীদিহিং পক্ষী অভয়াৰন্য।
১৪/লাউখোৱা অভয়াৰন্য।
অসমৰ প্ৰথম সূয্য উদয় হোৱা গাৱখনৰ নাম কি?
উ:অৰুণাচলৰ ডংগ (Dong)গাওঁ।

                               ( চমূকৈ)
                              শ্ৰীমন্ত শংকৰ দেৱ
চমুকৈ; অসমৰ বিখ্যাত ব্যক্তিস || অসম উৎপত্তি


এতিয়া আমি শিকো আহক অসমৰ কিছুমান বিশিষ্ট ব্যক্তিৰ বিষয়ে।

প্ৰথমতে আমি আৰম্ভ কৰো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা,তেখেতৰ জন্ম হৈছিল ১৪৪৯ চনৰত নগাওৰ বৰদূৱাৰ আলিপুখুৰী নামৰ ঠাইত। পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধ্যা। শংকৰদেৱৰ এগৰাকী ভাতৃ আছিল বনগঞাগিৰি।শংকৰদেৱৰ দুগৰাকী পত্নী আছিল সত্যসন্ধ্যা আৰু অনুধৃতি।

                       ড° ভূপেন হাজৰিকা
চমুকৈ; অসমৰ বিখ্যাত ব্যক্তিস || অসম উৎপত্তি

 ড° ভূপেন হাজৰিকাৰ জন্ম হৈছিল শদিয়াত, ১৯২৬ চনৰ ৮ছেপ্তেম্বৰত।তেখেত এজন সুগায়ক আৰু সাহ্যিতিক আছিল আৰু ড° হাজৰিকাদেৱক "সুধাকণ্ঠ" উপাধীৰে নামাকৰন কৰা হয়। পিতৃৰ নাম নীলকান্ত হাজৰিকা আৰু মাকৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা।তেওঁ লিখা প্ৰথমখন গীত হল "কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰু"।
১৯৯২চনত তেখেতে "দাদা ছাহেব ফাল্কে"বটা লাভ কৰে আৰু ১৯৯৩ চনত অসম সাহিত্য  সভাৰ সভাপতি হয়।  
তেখেতক প্ৰদান কৰা বটাঁ সমূহ এনে ধৰনৰ-
পদ্মশ্ৰী-১৯৭২ চনত।
পদ্মভূষন-২০০১ চনত।
পদ্মবিভূষন-২০১২ চনত
                        বিষ্ণুপ্ৰসাদ ৰাভা
চমুকৈ; অসমৰ বিখ্যাত ব্যক্তিস || অসম উৎপত্তি



বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল ১৯০৯ চনত।বাংলাদেশৰ ঢাকাত।
তেখেতৰ পিতৃৰ নাম আছিল গোপাল দাস ৰাভা আৰু মাতৃৰ নাম আছিল গেঠীবাই ৰাভা।
বিষ্ণুপ্ৰসাদ ৰাভাদেৱক "কলাগুৰু" উপাধীৰে নামাকৰন কৰা হয়,আৰু এই উপাধী প্ৰদান কৰে ড°সৰ্বপল্লী ৰাধাকৃষ্ণই।
বিষ্ণুপ্ৰসাদ ৰাভাৰ দুজনী পত্নী আছিল। প্ৰথম জনী পত্নীৰ নাম হল প্ৰিয়বালা আৰু দ্বিতীয় জনী পত্নীৰ নাম হ'ল নিৰুপমা দেৱী। তেখেতে পৃথিৱীত তিনি জন ব্যক্তিক শ্ৰেষ্ঠ বুলি ভাৱিছিল
১/ভগৱান শ্ৰী কৃষ্ণ,২/শ্ৰীমন্ত শংকৰদেৱ,৩/লিআ'-ৰ্নাড-দা ভিন্সি। ৰাভাদেৱৰ গল্পপুথি খনৰ নাম আছিল 'সোনপাহী,
১৯৬৯ চনৰ ২০ জুনত তেওৰ মৃত্যু হয় ।
                        জ্যোতিপ্ৰসাদ আগৰৱালা

চমুকৈ; অসমৰ বিখ্যাত ব্যক্তিস || অসম উৎপত্তি
             
  জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয় ১৯০৩ চনত তামোলবাৰী চাহ বাগিচাত।তেওৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰনময়ী দেৱী।তেও কম বয়সতে এটা ৰচনা লিখিছিল,ৰচনাটোৰ নাম হ'ল "শোণিত কুঁৱৰী"তেতিয়া তেওঁৰ বয়স আছিল ১৪ বছৰ। তেওঁ স্কুলত পঢ়ি থাকোতে "জোনাকী"নামৰ এখন আলোচনী লিখিছিল আৰু তেওঁ ৰচনা কৰা প্ৰথমখন কবিতা হ'ল "বনুৱাৰ মৃতু"।জ্যোতিপ্ৰসাদ আগৰৱালাই অসমত প্ৰথম খন অসমীয়া চবি ৰ্নিমান কৰিছিল চবিখনৰ নাম হ'ল "জয়মতী"। ছবিখনৰ কাহিনী আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ।এই চবিখন প্ৰথমতে দৃশ্যগ্ৰহন কৰাই ভোলাগুৰী চাহ বাগিচাত(Sitraban Studio)আৰু প্ৰদৰ্শন কৰে ১৯৩৫ চনৰ ১০ ৰ্মাচত কলিকতাৰ "ৰাওনাক" হলত।
এই চবিখনত জয়মতীৰ অভিনয় কৰিছিল আইদেও সন্দিকৈ আৰু লৰা ৰজাৰ অভিনয় কৰিছিল নৰেন বৰদলৈ,গদাপাণিৰ অভিনয় কৰিছিল ফুনু বৰুৱা,ডালিমীৰ অভিনয় কৰিছিল স্বৰগজ্যোতি বৰুৱা।
আগৰৱালাৰ দ্বিতীয় খন ছবি হ'ল "ইন্দ্ৰমালতী" 
এই ছবিখনৰ নায়ক আছিল মনোভিৰাম বৰুৱা।


আহক এতিয়া আমি তেখেতৰ নাটকসমূহ কি কি আছিল জানি থওঁ-শোণিত কোঁৱৰী,কাৰেঙৰ লিগিৰী,নিমাতী কইনা,ৰুপালীম আৰু লভিতা।
১৯৫১চনৰ ১৭ জানুৱাৰীত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। 

Post a Comment

0 Comments