অসমীয়া নতুন কুইজ-২০১৯। IREDA ৰ সম্পৰ্ণ নাম কি?




১/ এম,পি বীৰলা মেম'ৰিয়েল এৱাৰ্ড ২০১৯ চনত কোনে পাইছিল?
উ: থানু পদ্মনাভন।
২/ কোনজন প্ৰথম ভাৰতীয় ব্যক্তি, যাৰ নামত এটা গ্ৰহৰ নাম হয়?
উ: যছৰাজ।
৩/ ২০১৯ চনত গ্ল'বেল গ'লকীপাৰ এৱাৰ্ড কাক দিয়া হয়?
উ:  নৰেন্দ্ৰ মোদী।
৪/ পৃথিৱীৰ ক'ত উট হস্পিতাল আছে?
উ: ডুবাই।
৫/ সূৰ্যত প্ৰথম অধ্যয়ন কৰা অন্তৰীখ যানখনৰ নাম কি?
উ: আদিত্য এল-১।
৬/ কোনজন ভাৰতীয়ই প্ৰথম World Boxing Championship ত Silver পদক আনিবলৈ সক্ষম হয়?
উ:অমিত পংঘাল।
৭/ IREDA ৰ সম্পৰ্ণ নাম কি?
উ: Indian Renewable Energy Development Agency.
৮/ লোকসভাৰ কাৰ্যকাল কিমান?
উ: ৫বছৰ।
৯/ ভাৰতৰ উচ্চসদন কোন?
উ: ৰাজ্যসভা।
১০/ভাৰতৰ নিম্ন সদন কোন?
উ: লোকসভা।
১১/ ৰাজ্যসভাৰ সদস্যসকলৰ কায্যৰ্কাল ?
উ: ৬ বছৰ।
১২/ ভাৰতৰ স্থায়ীসদন কোন?
উ:  ৰাজ্যসভা।
১৩/ ভাৰতৰ লোকসভাৰ মুঠ সদস্য কিমান?
উ: ৫৪৭ জন।
১৪/ ভাৰতৰ কোন ৰাজ্যৰ লোকসভাৰ আসন সবাতোতকৈ বেছি?
উ: উত্তৰ প্ৰদেশ

DOWNLOAD APPLICATION

Post a Comment

0 Comments