আপোনাৰ মোবাইল ফোনটো ব্যৱহাৰ কেনেকৈ কৰিব? মোবাইল ফোনটোৱে আপোনাক বিপদত পেলাব পাৰে



প্ৰথম টেলিফোন, দ্বিতীয়তে মোবাইল ফোন আৰু তৃতীয়তে, মানে এতিয়া হ'ল স্মাৰ্টফোন।
ইয়াৰপৰা আমি বুজিব পাৰিছো যে ই হৈছে টেকন'ল'জীৰ উন্নয়ন।
টেলিফোন:- টেলিফোনৰ জৰিয়তে কেৱল ইজনে-সিজনৰ লগত কথাহে পাতিব পাৰিছিল।
মোবাইল ফোন:- মোবাইল ফোনত ইজনে-সিজনৰ লগত কথা পতাৰ উপৰিও অন্যান্য কামো কৰিব পাৰি যেনে:- গান শুনা, ভিডিঅ' চোৱা, মেচেজ কৰা, আদি কাম কৰিব পাৰি।
স্মাৰ্টফোন:- এতিয়া আহিল স্মাৰ্টফোন। এই ফোনটোত ইমানে পৰিৱৰ্তন কৰা হ'ল যে এই ফোনৰদ্বাৰা  কৰিব নোৱাৰা কাম নাই। টেকন'ল'জীৰ পৰিৱৰ্তনে আমাৰ কাম বিলাক ইমানে সহজ কৰি দিলে যে যিকোনো কাম আমি ঘৰত বহিয়ে কৰিব পাৰো। যেনে:- গান শুনা, ভিডিঅ' চোৱা, গেম খেলা, ভিডিঅ' কলিং কৰা, টকা-পইচা দিয়া-লোৱা কৰা, ফটো পঠিওৱা আৰু অন্যান্য বহুত কাম কৰিব পাৰি।
গতিকে আহক এতিয়া আমি শিকি থওঁ যে ফোনটো ব্যৱহাৰ কৰোতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে।

আপুনি ব্যৱহাৰ কৰা ফোনটো আনক ব্যৱহাৰ কৰিবলৈ নিদিব।
আপোনাৰ ফোনটোত ইমাৰজেঞ্চি নম্বৰ চেভ কৰি নথব ।
ফোনটো ৰ্চাজত লগাই ব্যৱহাৰ নকৰিব অন্যথা আপোনাৰ ফোনটো বেয়া হব পাৰে।
 আপোনাৰ ফোনটো আনক নিদিয়াৰ কাৰণ এইটোয়ে যে আপোনাৰ ফোনটোত লাগতিয়াল বস্তু থাকিব পাৰে। যেনে আপোনাৰ বেংকৰ ডিটেইলছ সমূহ  আৰু অন্যান্য ডকোমেণ্ট থাকিব পাৰে।
গতিকে ফোনটো প্ৰাইভেট ৰাখিব।

Post a Comment

Previous Post Next Post