এপ্লিকেচনৰ নাম নিৰ্মাতাৰ নাম ঠাইৰ নাম
১/ ফেচবুক মাৰ্ক জোকাৰৰ্বাগ আমেৰিকা
২/ ইউটিউব ষ্টেভ ছেন,
জাৱেড কাৰীম,
ছেড হাৰলি আমেৰিকা
৩/ হোৱাটছএপ্প জেন কম,
ব্ৰিয়ান একটম আমেৰিকা
৪/ টুইটাৰ জেক ডৰছী,
ইভান ৱিলিয়ামছ
নৱাহ গ্লাচ,
বীজ ষ্টন আমেৰিকা
৫/ ইনষ্টাগ্ৰাম কেভিন ছিচট্ৰম আমেৰিকা
৬/ টিকটক স্মিথ আৰু টিংকাৰ চীন
৭/ গোগল লাৰী পেজ,
চাৰ্জী ব্ৰিন আমেৰিকা
৮/ এমেজন জেফ বেজছ আমেৰিকা
৯/ ফিলিপকাৰ্ত শচীন বানছাল,
বিনী বানছাল ভাৰত
১০/ পেটিএম বিজয় শেখৰ শৰ্মা ভাৰত
১১/ আলিবাবা জেক মা চীন
১২/ ক্লাবফেক্টৰী লাউ চীন
১৩/ স্নেপছেট ইভান স্পিগেল আমেৰিকা
১৪/ ফোনপে চমীৰ নিগাম ভাৰত
১৫/ য়াহু জেৰী য়ানগ,
ডেভীড ফিল' আমেৰিকা
১৬/ ৱিকিপেডীয়া জিমি ৱালেছ লেৰী ছাংগাৰ আমেৰিকা
১৭/ পাপজী ব্ৰেনণ্ডেন গ্ৰিনী দক্ষিণ কোৰিয়া
১৮/ ফ্ৰি ফায়াৰ ফৰিষ্ট লী ছিংগাপুৰ
১৯/ লাইকী জাস্টিন ৰোজনস্টাইন ছিংগাপুৰ
২০/ হেলো অর্কুট বিয়াইক্কেকটেন,
জন মূৰফী চীন
২১/ চেইৰছেট অঙ্কুশ সচদেব,
ভানু প্রতাপ সিং
ফৰিদ আহসান। ভাৰত
২২/ টেলিগ্ৰাম পাভেল দুৰভ ৰাছিয়া
২৩/ হেগ' নিকিতা বিয়াৰ চীন
২৪/ হাইক কেভিন ভাৰতী মিটাল ভাৰত
২৫/ পিন্তাৰেষ্ট বেন সিলবাৰম্যান,
পল চায়াৰা,
ইভান শার্প আমেৰিকা
২৬/ মাই জিঅ' মুকেশ আমবানী ভাৰত
২৭/ লৰ্ড মোবাইল আই জী জী ছিংগাপুৰ
২৮/ এম পি এল চাই শ্ৰীনিবাস কিৰণ গাৰিমেলা,
সুভম মালহোতৰা ভাৰত
২৯/ খাতা বুক ৰভিছ নাৰেছ ভাৰত
৩০/ স্কাইপ নীকলাছ জেঞ্চট্ৰন,
জেনুছ ফ্ৰিছ ডেনমাৰ্ক
পোষ্টাৰ,বেনাৰ আৰু গ্ৰাফ ডিজাইন কৰিবলৈ তলত দিয়া এপ্লিকেচনটো ডাউনলোড কৰক।
0 Comments