ভাৰতত নতুন Tik Tok Apps ওলালহি। আগতকৈ বহুগুণে ভাল |



আপোনাৰ প্ৰিয় এপ্লিকেচন টিক টকটো ভাৰত চৰকাৰে বন্ধ কৰিলে।এতিয়া আপুনি কি কৰিব ? টিকটকৰ নিচিনা ভিডিঅ' কেনেকৈ বনাব। টিকটকত যিমান কষ্ট কৰিছিলে,সেইবিলাক সকলো হেৰাই গ'ল।
কিন্তু আপুনি চিন্তা নকৰিব আপোনাৰ বাবে আমি অন্য এটা এপ্লিকেচন লৈ আহিছো,যিটো এপ্লিকেচন টিকটকৰ নিচিনাকৈয়ে কাম কৰিব। ইয়াৰ ইণ্টাফেছ টিকটকৰ নিচিনা সম্পূৰ্ণ একে। এই এপ্লিকেচনৰ দ্বাৰা আপুনি চুটি ভিডিঅ' বনাব পাৰিব আৰু বন্ধু-বান্ধৱীৰ লগত এনজয় কৰিব পাৰিব।
প্ৰথমতে এপ্লিকেচনটো ডাউনলোড কৰি ল‌ওঁক।
Download From Here

Post a Comment

0 Comments