ভাৰতৰ ৩ টা টিকটক এপ্লিকেচনে এতিয়া বিশ্ব কপাঁব। কোনকেইটা এপ্লিকেচন?


আপুনি আকৌ টিকটত ভিডিঅ' বনাম বুলি ভাবিছে নেকি। যদি ভাৱিছে তেনেহলে আহক মই আপোনাক তিনিটা এপ্লিকেচন দিম,যিটো এপ্লিকেচন সম্পূৰ্ণ টিকটৰ দৰেই একেই হব। আপোনাক এপ্লিকেচনটো ব্যৱহাৰ কৰোতে এনেকুৱা লাগিব যে মই টিকটকে ব্যৱহাৱ কৰি আছো।
ডাউনল'ড ____
এপ্লিকেচন কেইটা হল'--(১) স্নেক ভিডিঅ'
                                    (২) মিটৰন ইণ্ডিয়া
                                    (৩) ক্লিপ ইণ্ডিয়া ভিডিঅ' ষ্টেটাছ
আমি জানো যে টিকটক ভাৰতত বন্ধ হৈ বহুত ভিডিঅ' ক্ৰিয়েটৰৰ লোকচানৰ সন্মুখীন হব লগীয়া হৈছে। কাৰণ কিছুমান ব্যক্তিয়ে টিকটকৰ পৰা নিজৰ কেৰিয়াৰ আগবঢ়াইছিল। এই টিকটকৰ পৰা বহুতো বন্ধু-বান্ধৱী ইজনে সিজনৰ লগত এণ্টাৰটেইনমেণ্ট কৰিব পাৰিছিল।
ডাউনল'ড ১
ডাউনল'ড ২
ডাউনল'ড ৩
«/ a>/p>

Post a Comment

0 Comments