অসমীয়া সাধাৰণ জ্ঞান। Pitta চৰাই ক'ত পোৱা যায়?









১/ কি জত্তুৱে নামাতে?
 উ: জিৰাফ
২/ কি জত্তুৱে আঘাত পালে মানুহৰ দৰে কান্দে? 
উ: ভালুক
৩/ বিশ্বৰ সকলোতকৈ সুন্দৰ পখীটোৰ নাম কি?
 উ: স্বৰ্গৰ পখী
৪/ স্বৰ্গৰ পখী ক'ত পোৱা যায়?
 উ: ইউৰোপত
৫/ কোনবিধ জ্ত্তুৱে চকু নুখুলাকৈ দেখা পায়?
 উ: উট
৬/ সকলোতকৈ ভয়ানক পখী কি?
 উ: কোচুৱাৰী ৱাৰ্ড
৭/ কোচুৱাৰী ৱাৰ্ড ক'ত পোৱা যায়? 
উ: অষ্টেলিয়া
৮/ বেছিকৈ উৰিব পৰা পখীটোৰ নাম কি? 
উ: আৰ্কটিক টৰ্ন পখী(Arkotick torn bird)
৯/ কি পখীয়ে বহু আতৰৰ বস্তূ দেখা পায়?
 উ: ৱাজ পখী
১০/ পিয়নপখী কোনবিধ পখীক কোৱা হয়?
 উ: পাৰ চৰাই
১১/ কি জন্তুৱে সকলোতকৈ বেছি দৌৰিব পাৰে?
 উ: চিতা 60km/pH,*ডক হাক
 ১২/ কি জত্তুৰ নিজৰ পোৱালিক পেটত ভৰাই নিব পাৰে? 
উ: কেঙ্গেৰু
১৩/ কি জীৱই নিজৰ ওজনতকৈ অধিক ওজন বহন কৰিব পাৰে?
 উ: পৰুৱা
১৪/ ক'লা ৰঙৰ হাহ ক'ত পোৱা যায়?
 উ: অষ্ট্ৰেলিয়া
১৫/ ডাঙৰ জত্তু এটাক উৰুৱাই নিব পৰা পখী কোনটো?
 উ: সহদুল পখী/উকাৱ
১৬/ উকাৱ পখী ক'ত পোৱা যায়?
 উ: ৰুছ
১৭/ সকলোতকৈ সৰু চৰাইবিধ কি? 
উ: হামিঙ বাৰ্য
১৮/ Humming Birz ক'ত পোৱা যায়?
 উ: Kiuba কিউবা 
১৮/ আটাইতকৈ ডাঙৰ পখী কোনটো?
উ: উট
২০/ নটা ৰঙৰ পাখী থকা চৰাই কোনবিধ?
 উ: পিটটা চৰাই
২১/ Pitta চৰাই ক'ত পোৱা যায়? 
উ: অষ্ট্ৰেলিয়াত
২২/ বিশ্বৰ ক'ত সূৰ্য্যটো সৈউজীয়া দেখা যায়?উ: এট্ৰাকটিকাত
২৩/ পৃথিৱীৰ কোনখন ঠাইত দিন ৰাতি সৰু ডাঙৰ নহয়?উ: বিষুৱ ৰেখা
২৪/ কোনখন নগৰত দুই মাহ দিন হৈ থাকে?উ: নৰৱে(Hemorfast)
২৫/ কোনটো পখিয়ে তীব্ৰ বেগত যায়?
উ: ডক হাক(Dockhuck)
২৬/ আটাইতকৈ ডাঙৰ পখী কোনটো?
উ: উট পখী
২৭/ উৰণীয়া ভেকুলীটোৰ নাম কি?
উ: ৰাকুফুৰছ
২৮/ কোনখন সাগৰত মাছ নাই?
উ: জৰ্ডন সাগৰ
২৯/ কোনটো পখীয়ে শিল খায়?
উ: চতুৰমূৰ্গ
৩০/ 9 ফুট ওপৰলৈ জপিয়াবপৰা জন্তুটোৰ নাম কি?
উ: কেঙ্গেৰু
৩১/ কোনটো জন্তু আটাইতকৈ বুদ্ধিয়ক?
উ: চিম্পাঞ্জী
৩২/কোনবিধ পৰ্দাথক"দাৰ্শনীক" শিল নামে জনা যায়?
উ: জিংক অক্সাইড।
৩৩/ কোনবিধ পতংগই এদিনত ১০০০ত কয়ৈ অধিক কণী দিয়ে?
উ: উঁই পৰুৱা।
৩৪/ অসমৰ সৰ্বব্যহত চহৰখনৰ নাম কি?
উ: গুৱাহাটী।
৩৫/ ভাৰতৰ ক'ত ৰ্দীঘতম ৰেল ষ্ট্ৰেচন আছে? 
 উ: অন্ধপ্ৰদেশত।
৩৬/ অন্দ্ৰপ্ৰদেশত থকা ৰেল ষ্টেচনটোৰ নাম কি?
উ: Srivenkatarasimha Rajuwari Peta.
৩৭/ সকলোতকৈ উচ্চতা জলপ্ৰপাত ক'ত আছে?উ: কৰ্ণাটকত।(২৫৩ মিটাৰ)
৩৮/ "গাৰচোপ্পা জলপ্ৰপাত" ক'ত অৱস্থিত?
উ: কৰ্ণাটকত।
৩৯/ ভাৰতৰ ক'ত সকলোতকৈ ডাঙৰ চিনেমা হল আছে?
উ: তামিলনাডুৰ মাদুৰাইত। ২৫৬৩ খন আসন।
৪০/ "থংগম" চিনেমা হল ক'ত আছে?
উ: তামিলনাডুৰ মাদুৰাইত।
৪১/ সকলোতকৈ বৃহত্তম চাহ বাগিছা ক'ত আছে?উ: অসমৰ যোৰহাট জিলাৰ কাকজানত।
৪২/ ভাৰতৰ ক'ত সকলোতকৈ ডাঙৰ অভয়াৰণ্য আছে?উ: বিহাৰ।
৪৩/ ভাৰতৰ সকলোতকৈ ডাঙৰ অভয়াৰণ্যখনৰ নাম কি?উ:/ কালমোৰ।
৪৪/ বৃহতম পক্ষী অভয়াৰণ্য ক'ত আছে?
উ: গুৱাহাটী।
৪৫/ বৃহত্তম পক্ষী অভয়াৰণ্যখনৰ নাম কি?
উ: নল সৰোবৰ।
৪৬/ বাৰানসী বিমান বন্দৰ ক'ত অৱস্থিত?
উ: উত্তৰ প্ৰদেশত।
৪৭/ শ্ৰীনগৰ বিমান বন্দৰ ক'ত অৱস্থিত?
উ: জম্মূ আৰু কাশ্মীৰ।
৪৮/ জয়পুৰ বিমান বন্দৰ ক'ত অৱস্থিত?
উ: ৰাজস্থান।
৪৯/ নেতাজী সূভাষ চন্দ্ৰ বসু ইণ্টাৰনেচনেন এয়াৰৰ্পট ক'ত অৱস্থিত?
উ: কলকাতা
৫০/ গোপীনাথ বৰদলৈ ইণ্টাৰনেচনেল এয়াৰৰ্পট ক'ত অৱস্থিত?উ: গুৱাহাটী।
৫১/এলাহবাদ বিমান বন্দৰ ক'ত অৱস্থিত?
উ: উত্তৰ প্ৰদেশ।
৫২/লক্ষ্ণৌ বিমান বন্দৰ ক'ত অৱস্থিত?
উ: উত্তৰ প্ৰদেশ।
৫৩/মিনামবক্কাম ইণ্টাৰনেচনেল এয়াৰৰ্পট  বিমান বন্দৰ ক'ত অৱস্থিত?
উ: মাদ্ৰাজ।
৫৪/ ইন্দ্ৰা গান্ধী ইণ্টাৰনেচনেল এয়াৰৰ্পট ক'ত অৱস্থিত?
উ:নতুন দিল্লী।
৫৫/ভাৰতৰ ক'ত ক'ত তেল শোধনাগাৰ আছে?
উ: গুজৰাট,চেন্নাই,বিশাখাপট্টম,মুম্বাই,কোচি,মথুৰা,বাৰাউনী,নুমলীগড়,ডিগবৈ,গুৱাহাটী,আৰু বঙাইগাঁও।
৫৬/ ভাৰতৰ প্ৰথমখন ডাকঘৰ ক'ত আছে?
উ: কলিকতা। (স্থাপিত ১৮৫৪).
৫৭/ এইখিনিতে এটা কথা জানি থওঁ আহক। তলত দিয়া কোনজন ব্যক্তিক কি নামেৰে জনা যায়। 
১/ অমিতাভ বচ্চন----বিগ বছ।
২/ ইন্দ্ৰাগান্ধী গান্ধী----প্ৰিয়ৰ্দশিনী।
৩/সুভাষচন্দ্ৰ বসু----নেতাজী।
৪/ ৰবীন্দ্ৰ নাথ ঠাকুৰ----গুৰুদেৱ।
৫/ ভূপেন হাজৰিকা----সুধাকণ্ঠ।
৬/ সৰুজিনী নাইডু----ভাৰতৰ নাইটিংগেল/বুল বুল
৭/চক্ৰৱতী ৰাজা গোপালাচাৰী----ৰাজাজী।
৮/ ৰ্চদাৰ বল্লভ ভাই পেটেল----লৌহ মানৱ।
৯/ বাল গংগাধৰ তিলক----লোকমান্য
১০/ মদন মোহন মালব্য----মহামান্য।
১১/ জৱাহৰলাল নেহেৰু----চাচা।
১২/খান আব্দুল গফুৰ খান----সীমান্ত গান্ধী।
১৩/ মহাত্মা গান্ধী----জাতিৰ পিতা,পিতা।
১৪/ চিত্তৰঞ্জন দাস----দেশবন্ধু।
১৫/ জয়প্ৰকাশ নাৰায়ন----লোকনায়ক।
১৬/ ইৰমচানু ৰ্শমিলা----লৌহ মানৱী।
১৭/ এ,পি,জে আব্দুল কালাম----মিচাইল মেন।
১৮/ লালা লাজপত ৰায়----পঞ্জাৱ কেশৰী ।
১৯/ ড° ছালিম আলি----ৰ্বাড মেন।
২০/ড°জীতেন্দ্ৰ নাথ গোস্বামী----দি-মুন মেন।
২১/লতামঙ্গেছকাৰ----মেল'ডী কুইন।
৫৮/  ভাৰতৰ ক'ত ক'ত  সাৰ উদ্যোগ আছে?
  উ: নামৰূপ----অসম।টেলশ্বেৰ----উৰিষ্যা।সিন্ধ্ৰী----বিহাৰ।নাঙ্গল----পাঞ্জাৱনেইভেন্সি----তামিলনাডু।দূৰ্গাপূৰ----পশ্চিমবংগ।কোচিন----কেৰালা।ৰানাগানডাম----অন্ধ্ৰপ্ৰদেশ।ট্ৰাম্বে----মহাৰাষ্ট।পাল্কি----উত্তৰপ্ৰদেশ।কৰবা----মধ্যপ্ৰদেশ।
৫৯/ ভাৰতৰ ক'ত ক'ত বিজ্ঞান গৱেশনা কেন্দ্ৰ আছে? 
1/  Birbal Shahani Institute Of Peliobobortàni --Lakhnow.
2/ Central State Firm----Suratgorh.
3/ Central Institute Of Fisheries Technology ----Ernakulam.
4/ Central Arid Zone Research Institute ----jodhpur.
5/ Boose Research Institute ----Culcutta.
6/ Central Indian Fisheries Research Station ----Borakpur.
7/ Central zoot Necnologycal Institute ----Culcutta.
8/ Central Meryen Research Station ----Chennai.
9/ Central Rice Research Institute ----Katak. 
 ৬০/ভাৰতৰ্বষত হোৱা ভূমিকম্প সমূহ এনে ধৰনৰ______
 ১/ উ: ১৯০৫ চনৰ ৪ এপ্ৰিল, এই ভূমিকম্প হৈছিল হিমালয় প্ৰদেশৰ কাংৰা উপত্যকাত।ৰিখটাৰ স্কেলৰ মতে ইয়াৰ বেগ আছিল ৮ প্ৰাৱল্য। মানুহৰ মৃত্যুৰ পৰিমান আছিল ২০,০০০ জন।
২/ ১৯১৮চনৰ ৮ জুলাই,এই ভূমিকম্প হৈছিল  অসমত।ৰিখটাৰ স্কেলৰ মতে ইয়াৰ বেগ আছিল ৭.৫ প্ৰাৱল্য।
৩/ ১৯৩০চনৰ ২ জুলাই।এই ভূমিকম্প হৈছিল অসমৰ ধুবুৰীত। ৰিখটাৰ স্কেলৰ মতে ইয়াৰ বেগ আছিল ৭.১ প্ৰাৱল্য।
৪/ ১৯৩৪ চনৰ ১৫ জানুৱাৰী।এই ভূমিকম্প হৈছিল  বিহাৰ আৰু ভাৰত-নেপাল সীমান্তত। এই ভূমিকম্পত প্ৰায় ১০,০০০ জন লোকৰ মৃত্যু হৈছিল।
৫/ ১৯৪১ চনৰ ২৬ জুন।আন্দামান দ্বীপপুঞ্জত।বেগ ৮.১ প্ৰাৱল্য।৬/ ১৯৪৩ চনৰ ২৩ অক্টোবৰ।এই ভূমিকম্প ৭.২ প্ৰাৱল্যত অসমত হৈছিল।
৭/ ১৯৫০ চনৰ ১৫ আগষ্ট। মৃত্যুৰ পৰিমান ৫৩২ জন।৮.৫ ৰিখটাৰ স্কেলত অসমত এই ভূমিকম্প হৈছিল।
৮/ ১৯৫৬ চনৰ ২১ জুলাই। ৭ প্ৰাৱল্যত এই ভূমিকম্প গুজৰাটৰ আনজাৰত হৈছিল। 
৯/১৯৬৭ চনৰ ১০ডিচেম্বৰ।ৰিখটাৰ স্কেলৰ মতে ৬.৫ প্ৰাৱল্যত এই ভূমিকম্প মহাৰাষ্টৰ কটনাত হৈছিল।
১০/ ১৯৭৫ চনৰ ১৯ জানুৱাৰী। ৰিখটাৰ স্কেলৰমতে ৬.২ প্ৰাৱল্যত এই ভূমিকম্প হিমালয়ৰ কিন্নাউৰত ঘটিছিল।
১১/ ১৯৮৮ চনৰ ২ আগষ্ট।ৰিখটাৰ স্কেলৰমতে ৬.৫ প্ৰাৱল্যত এই ভূমিকম্প  বিহাৰ আৰু ভাৰত-নেপাল সীমান্তত ঘটিছিল। ১০০০ জন।
১২/ ১৯৯১ চনৰ ২০ অক্টোবৰ।স্থান:-উত্তৰ প্ৰদেশৰ উত্তৰ কাশীতপ্ৰাৱল্য:- ৬.৬ ,মৃত্যু:- ১৫০০ জন।
১৩/ ১৯৯৩ চনৰ  চেপ্তেম্বৰ মাহ।স্থান;- মহাৰাষ্টৰ লাটুৰ আৰু ওচমানাবাদত।প্ৰাৱল্য:- ৬.৩, মৃত্যুৰ সংখ্যা:-৭৮২৮ জন।
১৪/ ১৯৯৭ চনৰ ২২ মে'।স্থান:- মধ্যপ্ৰদেশৰ জব্বলপুৰত।প্ৰাৱল্য:- ৬.০ , মৃত্যুৰ সংখ্যা:- ৪০ জন।
১৫/ ২০০৪ চনৰ ২৬ ডিচেম্বৰ।স্থান:- বংগোপসাগৰৰ সমুদ্ৰ গৰ্ভত। এই  ভূমিকম্পৰ কম্পপৰ ফলত  চুনামিৰ সৃষ্টি হয় আৰু ভাৰতৰ সৈতে ৬ খন ৰাষ্টৰ লাখৰো অধিক মানুহৰ মৃত্যু হৈছিল।১৬/ ২০০৫ চনৰ ৮ অক্টোবৰ।স্থান:- পাকিস্তান আৰু জম্মু কাশ্মীৰ প্ৰাৱল্য:- ৭.৬ । মৃত্যু:-পাকিস্তান:- ৭৫,০০০ জন। জম্মু কাশ্মীৰ:-১৪০০ জন।
১৭/ ২০১০ চনৰ ২৬ জানুৱাৰী।স্থান:- গুজৰাটৰ কুটছ জিলাত। প্ৰাৱল্য:- ৯.৩। মৃত্যু:- ২০,০০০ জন।
x

Post a Comment

0 Comments