ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, মূখ্যমন্ত্ৰী আৰু বিধায়ক সকলে কিমান দৰমহা পায়?

ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, মূখ্যমন্ত্ৰী আৰু বিধায়ক সকলে কিমান দৰমহা পায়? How much do the President, Prime Minister, Chief Minister and MLAs get paid?



ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, মূখ্যমন্ত্ৰী আৰু বিধায়ক সকলে কিমান দৰমহা পায়? How much do the President, Prime Minister, Chief Minister and MLAs get paid?

ৰাষ্ট্ৰপতিৰ দৰমহা মাহিলী_ ৫০০,০০০.০০ টকা। ইয়াৰে ২,৭৫,০০০.০০ টকাৰ কৰ পৰিশোধ কৰিব লাগে ৰাষ্ট্ৰপতিয়ে। লগতে ৰাষ্ট্ৰপতিৰ পৰিয়ালে লাভ কৰে আজীৱন লাভ কৰে বিনামূলীয়া চিকিৎসা সেৱা। তদুপৰি, লগতে লাভ কৰে বিদেশ ভ্ৰমণৰ সুবিধা আৰু নিৰাপত্তাৰ সুবিধা।
ৰাষ্ট্ৰপতিয়ে অৱসৰপ্ৰাপ্ত হোৱাৰ পিছত মাহিলী ১,৫০,০০০.০০ টকাৰ পেঞ্চন লাভ কৰে।

প্ৰধানমন্ত্ৰীঃ
প্ৰধানমন্ত্ৰীৰ বছৰি দৰমহা _৩৩,৬০,০০০.০০ টকা।
প্ৰধানমন্ত্ৰীয়ে নিৰাপত্তাকে আদি কৰি সকলো ধৰণৰ সা-সুবিধা লাভ কৰে।
দেশৰ প্ৰধানমন্ত্ৰীক অন্য মন্ত্ৰী সকলতকৈ অতিৰিক্ত ধন প্ৰদান কৰা হয়। কাৰণ, এই টকাৰে বিদেশৰ পৰা আগমন ঘটা ৰাষ্ট্ৰীপ্ৰধান সকলৰ আতিৰ্থ সকলক নিৰাপত্তা আৰু শুশ্ৰষা প্ৰদান কৰা হয়।
তদুপৰি, যিহেতু প্ৰধানমন্ত্ৰী এজন সাংসদ, সেই বাবে তেওঁক দিয়া হয় প্ৰতিদিনে ২,০০০.০০ কৈ টকা।

মূখ্যমন্ত্ৰীঃ
ৰাজ্যৰ মূখ্যমন্ত্ৰীসকলে ৰাজ্য ভেদে বেলেগ বেলেগ দৰমহা লাভ কৰে। মূখ্যমন্ত্ৰীৰ দৰমহা প্ৰত্যেক ৰাজ্যত বেলেগ বেলেগ হয়।
  • অসমৰ মুখ্যমন্ত্ৰী লাভ কৰে ১,৩০,০০০.০০ হাজাৰ টকা।
  • কৰ্ণাটকৰ মুখ্যমন্ত্ৰী দৰমহা ৪,৫০,০০০.০০ হাজাৰ টকা।
  • তেলেংগানাৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ৪,১০,০০০ হাজাৰ টকা।
  • উত্তৰ প্ৰদেশৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ৩ লাখ ৬৫ হাজাৰ।
  • মহাৰাষ্ট্ৰৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ৩ লাখ ৪০ হাজাৰ।
  • অন্ধ্ৰ প্ৰদেশৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ১,২৫,০০০ হাজাৰ টকা।
  • গুজৰাটৰ মূখ্যমন্ত্ৰীৰ দৰমহা:৩ লাখ ২১ হাজাৰ।
  • হিমাচল প্ৰদেশৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ৩ লাখ ১০ হাজাৰ।
  • হাৰিয়ানাৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ২ লাখ ৮৮ হাজাৰ।
  • ঝাৰখণ্ডৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ২ লাখ ৭২ হাজাৰ।
  • মধ্যপ্ৰদেশৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ২ লাখ ৫৫ হাজাৰ।
  • ছত্তীশগড়ৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ২ লাখ ৩০ হাজাৰ।
  • পঞ্জাৱৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ২ লাখ ৩০ হাজাৰ।
  • গোৱাৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ২,২০,০০০ হাজাৰ টকা।
  • বিহাৰৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ২,১৫ ,০০০ হাজাৰ টকা।
  • তামিলনাডুৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ২,০৫,০০০ হাজাৰ টকা।
  • কৰ্ণাটকৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ২ লাখ টকা।
  • ছিকিমৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ১,৯০,০০০ হাজাৰ টকা।
  • কেৰেলাৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ১ লাখ ৮৫ হাজাৰ।
  • ৰাজস্থানৰ মূখ্যমন্ত্ৰীৰ দৰমহা:১ লাখ ৭৫ হাজাৰ টকা।
  • উত্তৰাখণ্ডৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ২,০৪,০০০ হাজাৰ টকা।
  • অসমৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ১ লাখ ৬০ হাজাৰ টকা।
  • ওড়িশাৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ১ লাখ ৬০ হাজাৰ টকা।
  • মেঘালয়ৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ১,৫০,০০০ হাজাৰ টকা।
  • অৰুণাচল প্ৰদেশৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ১ লাখ ৩৩ হাজাৰ টকা।
  • মণিপুৰৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ১ লাখ ২০ হাজাৰ টকা।
  • পুণ্ডুচেৰীৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ১ লাখ ২০ হাজাৰ টকা।
  • পশ্চিমবংগৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ১,১৭,০০০ হাজাৰ টকা।
  • মিজোৰামৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ১,১৪,০০০ হাজাৰ টকা।
  • নাগালেণ্ডৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ১,১০,০০০ হাজাৰ টকা।
  • ত্ৰিপুৰাৰ মূখ্যমন্ত্ৰীৰ দৰমহা: ১,০৫,০০০ হাজাৰ টকা।
  • বাংলাদেশৰ মূখ্যমন্ত্ৰীৰ দৰমহা ২,১০,০০০.০০ হাজাৰট 
  • দিল্লীৰ মূখ্যমন্ত্ৰীৰ দৰমহা ৩,৯০,০০০.০০ হাজাৰ টকা।

কেবিনেট মন্ত্ৰীঃ
কেবিনেট মন্ত্ৰীসকলৰ দৰমহা ১,১০,০০০.০০ টকা।
ইয়াৰ উপৰিও মূখ্যমন্ত্ৰী আৰু কেবিনেট মন্ত্ৰীসকলে যাতায়ত আৰু আবাসগৃহৰ অতিৰিক্ত সুবিধা লাভ কৰে।


সাংসদঃ
লোকসভাৰ প্ৰতিজন সাংসদৰ প্ৰতি মাহৰ দৰমহা হৈছে_১,১০,০০০.০০ টকা আৰু দৈনিক ভাট্টা হৈছে_২,০০০.০০ টকা। সাংসদৰ কাৰ্য কাল শেষ হোৱাৰ পিছত প্ৰতি মাহে ৩৪,০০০.০০ টকাকৈ পেঞ্চন লাভ কৰে।
যানবাহনৰ ক্ষেত্ৰত সাংসদে লাভ কৰে প্ৰতি কিলোমিটাৰত ১৫,০০ টকা আৰু টোলগেটত কোনো মাছুল দিব নালাগে। সাংসদ সকলে প্ৰতি মাহে ৩৪ টাকৈ বিনামূলীয়া বিমান টিকট লাভ কৰে। তদুপৰি, বিভিন্ন ধৰণৰ অন্যান্য সা-সুবিধা লাভ কৰে।

বিধায়কঃ
বিধায়ক সকলৰ দৰমহা ৰাজ্য ভেদে বেলেগ বেলেগ হয়। বিধায়ক সকলৰ মাহিলী দৰমহাৰ পৰিমাণ এনেধৰণৰ_

  • অসমৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_৬০,০০০ হাজাৰ টকা।
  • বিহাৰৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_১,৬৫,০০০ হাজাৰ টকা।
  • ছত্তীশগড়ৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_ ১,৩৫,০০০ হাজাৰ টকা।
  • দিল্লীৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_২,১০,০০০ হাজাৰ টকা।
  • গোৱাৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_১,০০,০০০ হাজাৰ টকা।।
  • গুজৰাটৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_ ১,২৭,০০০ হাজাৰ টকা।
  • হাৰিয়ানাৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_১,১৫,০০০ হাজাৰ টকা।
  • হিমাচল প্ৰদেশৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_১,২৫,০০০ হাজাৰ টকা।
  • জম্মু আৰু কাশ্মীৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_১,৬০,০০০ হাজাৰ টকা।
  • ঝাৰখণ্ডৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_১,৫১,০০০ হাজাৰ টকা।
  • কৰ্ণাটকৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_ ৬৩,৫০০ হাজাৰ টকা।
  • কেৰেলাৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_৪৩,৭৫০ হাজাৰ টকা।
  • মধ্যপ্ৰদেশৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_২,১০,০০০ হাজাৰ টকা।
  • মহাৰাষ্ট্ৰৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_১,৬০,০০০ হাজাৰ টকা।
  • মণিপুৰৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_ ১,১২,৫০০ হাজাৰ টকা।
  • মেঘালয়ৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_২৭,৭৫০ হাজাৰ টকা।
  • মিজোৰামৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_৬৫,০০০ হাজাৰ টকা।
  • নাগালেণ্ডৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_৩৫,০০০ হাজাৰ টকা।
  • ওড়িশাৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_৩৫,০০০ হাজাৰ টকা।
  • পঞ্জাৱৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_১,১০,০০০ হাজাৰ টকা।
  • ৰাজস্থানৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_৫৫,০০০ হাজাৰ টকা।
  • ছিকিমৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_ ৫২,০০০ হাজাৰ টকা।
  • অন্ধ্ৰ প্ৰদেশতৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_১,২৫,০০০ হাজাৰ টকা।
  • অৰুণাচল প্ৰদেশতৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_২৫,০০০ হাজাৰ টকা।
  • তামিলনাডুৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_১,১৩,০০০ হাজাৰ টকা।
  • তেলেংগানাৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_২,৫০,০০০ হাজাৰ টকা।
  • ত্ৰিপুৰাৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_২৫,৮৯০ হাজাৰ টকা।
  • উত্তৰ প্ৰদেশতৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_১,৮৭,০০০ হাজাৰ টকা।
  • উত্তৰাখণ্ডৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_৩৫,০০০ হাজাৰ টকা।
  • পশ্চিম বংগৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_৫২,০০০ হাজাৰ টকা।
  • পণ্ডীচেৰীৰ বিধায়কৰ প্ৰতি মাহৰ দৰমহা_১,০৫,০০০ হাজাৰ টকা।

Post a Comment

0 Comments