নৰেন্দ্ৰ মোদীৰ জীৱনী আৰু ৰাজনৈতিক জীৱন (চমুকৈ)।।(Biography of PM Narendra Modi and political life)

ভাৰতৰ ১৪তম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনী চমুকৈ।

Narendra modi wife

নৰেন্দ্ৰ মোদীৰ জন্ম হৈছিল ১৯৫০ চনৰ ১৭ চেপ্তেম্বৰ তাৰিখে গুজৰাটৰ বডনগৰ নামৰ ঠাইত।তেখেতৰ পিতৃৰ নাম আছিল দামোদৰ দাস মোলচন্দ মোদী আৰু মাতৃৰ নাম আছিল হীৰাবেন মোদী।

নৰেন্দ্ৰ মোদীৰ পিতৃ এজন চাহ বেপাৰী আছিল আৰু তেখেতেও পিতৃক চাহ বেপাৰ কৰাত সহায় কৰিছিল।
নৰেন্দ্ৰ মোদীয়ে ৮ বছৰ বয়সত আৰ,এছ,এছ (RSS) নামৰ সংগঠন এটাত যোগদান কৰিছিল।  তাৰ পাছত তেওঁ অৱশেষত বাল‍্যবিবাহ কৰিছিল। তেওঁ বাল‍্যবিবাহ কৰাৰ কাৰণে আৰ,এছ,এছৰ পৰা উলাই আহিবলগীয়া হৈছিল। নৰেন্দ্ৰ মোদীৰ বিবাহৰ প্ৰতি কোনো ৰুচি নাছিল তাৰ ফলস্বৰূপে তেওঁ এই বিবাহ ত্যাগ কৰিব লগিয়া হৈছিল। মোদীৰ ৰাজনীতিৰ প্ৰতি বহুত ৰুচি আছিল।

নৰেন্দ্ৰ মোদীৰ বিয়া হৈছিল ১৯৬৮ চনত যশোদাবেন মোদীৰ লগত। যশোদাবেন মোদী আছিল এজনী শিক্ষয়িত্ৰী।তেওঁৰ জন্ম হৈছিল ১৯৫২ চনত।
যেতিয়া তেওঁ ডাঙৰ হ'ল তেতিয়া "অখিল ভাৰতীয় বিদ্যা পৰিষদ" নামৰ ছাত্র সংগঠনত যোগদান কৰিছিল। তাৰ পিছত তেওঁ ভ্ৰষ্টাচাৰ বিৰোধী অভিযান নৱ নিৰ্মাণ আন্দোলনত ভৰ্তি হয়। এই আন্দোলনত তেখেতৰ অৱদান বহুত বেছি আছিল। তেখেতে ইয়াত ভাল ভাল কাম কৰিছিল। সেই কাৰণে  তেখেতে ১৯৮৭ চনত প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিবলৈ সুবিধা পাইছিল।

নৰেন্দ্ৰ মোদীৰ অভিজ্ঞতাৰ উপৰত লক্ষ্য কৰি ২০০১ চনত  গুজৰাটৰ বাবে মূখ্যমন্ত্ৰীৰ পদৰ বাবে নিযুক্ত কৰা হৈছিল। তেওঁ গুজৰাটৰ মূখ্যমন্ত্ৰীৰ পদৰ বাবে নিযুক্ত হৈয়ে প্ৰথমবাৰৰ বাবে গুজৰাটৰ মূখ্যমন্ত্ৰীৰ পদ দখল কৰিবলৈ সক্ষম হয়।

মোদীয়ে ক্ৰমান্বয়ে ৩ বছৰ কাল গুজৰাটৰ মূখ্যমন্ত্ৰীৰ পদ ৰাখিছিল।
২০১৪ চনত নৰেন্দ্ৰ মোদীক ভাৰতৰ প্ৰধানমন্ত্ৰী পদৰ বাবে নিযুক্ত কৰা হৈছিল।
তেওঁ নিযুক্ত হৈয়ে ২০১৪ চনতে প্ৰথম বাৰৰ বাবে  ভাৰতৰ প্ৰধানমন্ত্ৰী হয়।

Post a Comment

0 Comments