(১) ওপৰত উল্লেখ কৰা ছবিটোৱে কিহৰ ইংগিত দিয়ে?
১/ ওখৰা-মূখুৰা ৰাস্তা।
২/ বেকাঁবেকি ৰাস্তা।
৩/ বোকা ৰাস্তা।
৪/ ওপৰৰ উল্লেখিত কোনোটোৱে সত্য নহয়।
উত্তৰ :-১/ ওখৰা-মূখুৰা ৰাস্তা।
(২) গাড়ী চলাওঁতে চিগাৰেট সেৱন কৰিলে কেনেকুৱা শাস্তি দিয়া হয়?
১/ জৰিমনা বিহা হয়।
২/ লাইচেন্স কেনচেল কৰি দিয়া হয়।
৩/ শাস্তি দিয়া হয়।
৪/ ওপৰৰ উল্লেখিত কোনোটোৱে সত্য নহয়।
উত্তৰ :- ২/ লাইচেন্স কেনচেল কৰি দিয়া হয়।
(৩) ওপৰত উল্লেখ কৰা ছবিটোৱে কিহৰ ইংগিত দিয়ে?
১/ আগত বাধা।
২/ আগত ৰেলৰ ৰাস্তা।
৩/ আগত জংঘল।
৪/ ওপৰৰ উল্লেখিত কোনোটোৱে সত্য নহয়।
উত্তৰ :- ১/ আগত বাধা।
(৪) ওপৰত উল্লেখ কৰা চবিটোৱে কিহৰ ইংগিত দিয়ে?
১/ সোঁফালে কোনো ধৰণৰ ৰাস্তা নাই।
২/ বাওঁহাতে যোৱা।
৩/ আগত দলং আছে।
৪/ ওপৰত উল্লেখিত কোনোটোৱে সত্য নহয়।
উত্তৰ :- ১/ সোঁফালে কোনো ধৰণৰ ৰাস্তা নাই।
(৫) ওপৰত উল্লেখ কৰা চবিটোৱে কিহৰ ইংগিত দিয়ে?
১/ আগত কোনো ধৰণৰ ৰাস্তা নাই।
২/ আগত ঘাইপথ আছে।
৩/ আগত জংঘল আছে।
৪/ ওপৰত উল্লেখিত কোনোটোৱে সত্য নহয়।
উত্তৰ :- ১/ আগত কোনো ধৰণৰ ৰাস্তা নাই।
(৬) ওপৰত উল্লেখ কৰা চবিটোৱে কিহৰ ইংগিত দিয়ে?
১/ দূয়োফালে যাৱ পাৰিব।
২/ দুয়োফালে যাৱ নোৱাৰিব।
৩/ পুলিচ ষ্টেচন।
৪/ ওপৰত উল্লেখিত কোনোটোৱে সত্য নহয়।
উত্তৰ :- ১/ দূয়োফালে যাৱ পাৰিব।
(৭) ওপৰত উল্লেখ কৰা চবিটোৱে কিহৰ ইংগিত দিয়ে?
১/ আগত ৰাস্তা বাওঁফালে হৈ গৈছে।
২/ আগত ৰাস্তা সোঁফালে হৈ গৈছে।
৩/ আগত ৰাস্তা বেকাকৈ গৈছে।
৪/ ওপৰত উল্লেখিত কোনোটোৱে সত্য নহয়।
উত্তৰ :- ১/ আগত ৰাস্তা বাওঁফালে হৈ গৈছে।
Bi(৮) ওপৰত উল্লেখিত কৰা চবিটোৱে কিহৰ ইংগিত দিয়ে?
১/ তিনিটা ৰাস্তা আছে।
২/ বেগৰ লিমিট।
৩/ ওজনৰ পৰিমাণ।
৪/ ওপৰত উল্লেখিত কোনোটোৱে সত্য নহয়।
উত্তৰ :- ৩/ ওজনৰ পৰিমাণ।
(৯)ওপৰত উল্লেখ কৰা চবিটোৱে কিহৰ ইংগিত দিয়ে?
১/ সোঁফাল ৰাস্তা।
২/ বাওঁফাল।
৩/ পথ নাই।
৪/ ওপৰত উল্লেখিত কোনোটোৱে সত্য নহয়।
উত্তৰ :- সোঁফাল ৰাস্তা।
(১০) ওপৰত উল্লেখ কৰা চবিটোৱে কিহৰ ইংগিত দিয়ে?
১/ আগত বেকাঁ ৰাস্তা।
২/ আগত ঘাইপথ।
৩/ আগত দুখন পথ।
৪/ ওপৰত উল্লেখিত কোনোটোৱে সত্য নহয়।
উত্তৰ :- ২/ আগত ঘাইপথ।
(১১) তলত দিয়া কোনটোত গাড়ী পাৰ কৰিব নোৱাৰি?
১/ চলন্ত গাড়ীৰ আগফালেদি।
২/ খোজকাঢ়ি যোৱা পথত।
৩/ খলা-বমা ৰাস্তা।
৪/ ওপৰত উল্লেখিত কোনোটোৱে সত্য নহয়।
উত্তৰ :- ৪/ ওপৰত উল্লেখিত কোনোটোৱে সত্য নহয়।
(১২) ওপৰত উল্লেখ কৰা চবিটোৱে কিহৰ ইংগিত দিয়ে?
১/ পাছলৈ যোৱা।
২/ আগলৈ যোৱা।
৩/ ঘূৰণীয়া পথ।
৪/ ওপৰত উল্লেখিত কোনোটোৱে সত্য নহয়।
উত্তৰ :- ঘূৰণীয়া পথ।
(১৩) ওপৰত উল্লেখ কৰা চবিটোৱে কিহৰ ইংগিত দিয়ে?
১/ খলা-বমা ৰাস্তা।
২/ ভয়ানক গাত ৰাস্তা।
৩/ দ ৰাস্তা।
৪/ ওপৰত উল্লেখিত কোনোটোৱে সত্য নহয়।
উত্তৰ :- ২/ ভয়ানক গাত ৰাস্তা।
(১৪) ওপৰত উল্লেখ কৰা চবিটোৱে কিহৰ ইংগিত দিয়ে?
১/ আগত ৰে'ল পথ।
২/ ৰেলপথৰ গাৰ্ড।(Guarded Level Cross)
৩/ ৰেলপথ পাৰ হোৱাৰ
৪/ ওপৰত উল্লেখিত কোনোটোৱে সত্য নহয়।
উত্তৰ :- ২/ ৰেলপথৰ গাৰ্ড। (Guarded Level Cross)
(১৫) ওপৰত উল্লেখ কৰা চবিটোৱে কিহৰ ইংগিত দিয়ে?
১/ পোনপটিয়াকৈ বাওঁফালে।
২/ সোঁফালে ৰাস্তা আছে।
৩/ বেঁকা ৰাস্তা।
৪/ ওপৰত উল্লেখিত কোনোটোৱে সত্য নহয়।
উত্তৰ :- ১/ পোনপটীয়াকৈ বাওঁফালে।
(১৬) ওপৰত উল্লেখ কৰা চবিটোৱে কিহৰ ইংগিত দিয়ে?
১/ সোঁফালে ৰাস্তা আছে।
২/ বাওঁফালে ঘূৰিব লাগিব।
৩/ আগত ডেকা ৰাস্তা আছে।
৪/ ওপৰত উল্লেখ কৰা কোনোটোৱে শুদ্ধ নহয়।
উত্তৰ :- ১/ সোঁফালে ৰাস্তা আছে।
(১৭) ওপৰত উল্লেখ কৰা চবিটোৱে কিহৰ ইংগিত দিয়ে?
১/ আগত ৰাস্তা বেকাকৈ গৈছে।
২/ দূয়োফালে ৰাস্তা বন্ধ।
৩/ আগত ৰাস্তা দুভাগ হৈ গৈছে।
৪/ ওপৰত উল্লেখ কৰা কোনোটোৱে শুদ্ধ নহয়।
উত্তৰ :- ৩/ আগত ৰাস্তা দুভাগ হৈ গৈছে।
(১৮) ওপৰত উল্লেখ কৰা চবিটোৱে কিহৰ ইংগিত দিয়ে?
(১) আগলৈ যোৱা।
(২) সোঁফালে যোৱা।
(৩) যিকোনো এফালে যোৱাটো বাধ্যতামূলক।
(৪) ওপৰত উল্লেখ কৰা উত্তৰ সমূহ অশুদ্ধ।
উত্তৰ :- যিকোনো এফালে যোৱাটো বাধ্যতামূলক।
(১৯) তলত দিয়া ছবিটোৱে কিহৰ ইংগিত দিয়ে?
১/ বেকাঁবেকি ৰাস্তা।
২/ ওখৰা-মূখুৰা ৰাস্তা।
৩/ পিছল ৰাস্তা।
৪/ ওপৰত উল্লেখ কৰা কোনোটোৱে শুদ্ধ নহয়।
উত্তৰ :- ৩/ পিছল ৰাস্তা।
(২০) তলত দিয়া ছবিটোৱে কিহৰ ইংগিত দিয়ে?
১/ ওখৰা-মূখুৰা ৰাস্তা।
২/ বোকা ৰাস্তা।
৩/ গ্ৰেভেল ৰাস্তা।
৪/ ওপৰত উল্লেখ কৰা কোনোটোৱে শুদ্ধ নহয়।
উত্তৰ :- ২/ গ্ৰেভেলৰ ৰাস্তা।
Updating......
0 Comments
আপোনাৰ জানিবলগীয়া কিবা প্ৰশ্ন থাকিলে আমাক ই-মেল কৰিব পাৰে।