কৰোণ ভাইৰাছতকৈও মাৰাত্মক ভাইৰাছ।

কৰোণ ভাইৰাছতকৈও মাৰাত্মক ভাইৰাছ আহি আছে। 
Zombie Apocalypse Virus


আহক, আমি জানিবলৈ চেষ্টা কৰো যে এই মাৰাত্মক ভাইৰাছ বিধনো কি?
আজিৰপৰা প্ৰায় ৪০০ বছৰ আগতে জাপানৰ নষ্ট্ৰাডামাছ ( Nostradamus) ভৱিষ্যত বাণীৰ মতে কৰোণাত মৃত্যু সকলৰ উৎথান হ'ব পাৰে।
তেখেতৰ ভৱিষ্যত বাণী কেইবাটাও স‌ইত হৈছে। তাৰে ভিতৰত ৯/১১ ৰ যুদ্ধৰ কথা আৰু এটা বিশাল গ্ৰহাণু পৃথিৱীত খুন্দা মৰা, যাৰ কথা নাছাও কৈছে।
তেনেদৰে নষ্ট্ৰাডামাৰ ভৱিষ্যত বাণীৰ মতে এইবাৰ ৰাছিয়াত বনাব এক নতুন মাৰাত্মক ভাইৰাছ। এই ভাইৰাছ বিধৰ নাম জম্বি এপ'ক্লিপছ্ ভাইৰাছ। তেখেতে কৈছিল যে জাপানৰ এজন বিজ্ঞানীয়ে  এই ভাইৰাছ বিধ বনাব। আৰু ৰাছিয়াৰ পৰা এই ভাইৰাছ বিধ ভূলতে বিয়পিব। তেখেতৰ ভৱিষ্যত বাণী সমূহ কাল্পনিক যেন লাগিলেও নস্যাৎ কৰিব নোৱাৰি। কিয়নো তেওঁয়ে ভৱিষ্যত বাণী কৰিছিল চীনত সংঘটিত হোৱা ইতিহাসৰ প্ৰথমটো দূৰ্ভিক্ষৰ কথা আৰু তেখেতৰ এই ভৱিষ্যত বাণীৰ মতে ১৯৫৯-১৯৬১ চনত এক ডাঙৰ দূৰ্ভিক্ষ হয়, তাৰ নাম আছিল গ্ৰেট লিপ ফৰৱাৰ্ড। লগত আছিল হিটলাৰৰ আতংক আৰু যুদ্ধ কথা। এনেদৰে কেইবাটাও ভৱিষ্যত বাণী ফলিয়াই। চীনৰ এই দূৰ্ভিক্ষত প্ৰায় ১৫ ৰপৰা ৫৫ নিযুত লোকৰ মৃত্যু হৈছিল।
নষ্ট্ৰাডামাৰ আন এটা ভৱিষ্যত বাণী আছিল ২০২১ চনত একেবাৰে হোৱা ১৪ টা ভূমিকম্পৰ কথা, যিটো ভূমিকম্প বৰ্তমান আমি জ্ঞাত।
নষ্ট্ৰাডামাৰ ভৱিষ্যত বাণী যদি সচাঁ হয়, তেন্তে পৃথিৱীত পানীৰ অভাৱ হ'ব আৰু মানৱ জাতি জম্বিলৈ পৰিৱৰ্তন হ'ব।

Post a Comment

Previous Post Next Post