অসমৰ কেবিনেট মন্ত্ৰীসকলকৰ তালিকা _ ২০২১



২০২১ চনত অসমত দ্বিতীয় বাৰৰ বাবে শাসনত অহা বিজেপি দলৰ মুখ্যমন্ত্ৰী আৰু কেবিনেট মন্ত্ৰীসকলকৰ সম্পূৰ্ণ তালিকাখন এনেধৰণৰ__
অসমৰ মুখ্যমন্ত্ৰী__ ড° হিমন্তবিশ্ব শৰ্মা, গৃহ, পি ডব্লিউ ডি।
  1. ৰণোজ পেগু __ শিক্ষা, সাধাৰণ কল্যান ও বিটিছি বিভাগ।
  2. ৰঞ্জিত কুমাৰ দাস __ গ্ৰাম্য উন্নয়ন, স্বাস্থ্য, খাদ্য।
  3. চন্দ্ৰ মোহন পাটোৱাৰী __ পৰিবহণ, উদ্যোগ আৰু বাণিজ্য, সংখ্যালঘু সকলৰ উন্নয়ন।
  4. পৰিমল শুক্ল বৈদ্য __ অপকাৰী, বন, মৎস্য।
  5. কেশৱ মহন্ত__ স্বাস্থ্য মন্ত্ৰী, বিজ্ঞান ও প্ৰযুক্তি বিভাগ।
  6. অশোক সিংহল ___গুৱাহাটী উন্নয়ন আৰু নগৰ উন্নয়ন মন্ত্ৰী।
  7. উৰখাও গ‌ওৰা ব্ৰহ্মা __ Handloom & Textile, Soil Conservation, Welfare of Plain Tribe & Backward Classes.
  8. যোগেন মোহন __ পাহাৰীয়া অঞ্চলত উন্নয়ন
  9. সঞ্জয় কিমান __ শ্ৰম মন্ত্ৰী, Labour and Employment.
  10. বিমাৰ বৰা __ ক্ৰীড়া, যুৱ কল্যান, পৰ্য্যটন আৰু বিজুলী বিভাগ।
  11. অজন্তা নেওগ __ বিত্তমন্ত্ৰী, সমাজ কল্যাণ।
  12. পিয়ুচ হাজৰিকা __ জল সংসোধন, জনসম্পৰ্ক, সংসদীয় কাৰ্য্য।
  13. অতুল বৰা__ কৃষি ভিত্তিক, পশু বিভাগ, 

Post a Comment

Previous Post Next Post