ভাৰতৰত্ন বঁটাৰে সন্মানিত কৰা ব্যক্তিসকলৰ নামৰ তালিকা

  • C. Rajagopalachari
    ভাৰতৰত্ন বঁটাৰে সন্মানিত কৰা ব্যক্তিসকলৰ নামৰ তালিকা

 চি, ৰাজাগোপালাচাৰীয়ে ১৯৫৪ চনত ৭৬ বছৰ বয়সত ভাৰতৰ প্ৰথম ভাৰতৰত্ন বঁটা প্ৰাপ্ত কৰা ব্যক্তি জন হয়। তেওঁৰ জন্ম হৈছিল ১৮৭৮ চনত। 
  • S.Radhakrishna
এছ, ৰাধাকৃষ্ণণে ১৯৫৪ চনত ৬৬ বছৰ বয়সত এই বঁটা প্ৰাপ্ত কৰিছিল। তেওঁৰ জন্ম হৈছিল ১৮৮৮ চনত।

  • C.V Raman
চি,বি ৰমনে ১৯৫৪ চনত ৬৬ বছৰ বয়সত ভাৰতৰত্ন বঁটা পোৱা তৃতীয় জন ব্যক্তি। তেওঁৰ জন্ম হৈছিল ১৮৮৮ চনত।
  • Bhagwan Das
ভগৱান দাসে ১৯৫৫ চনত ৮৬ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰিছিল। তেখেতৰ জন্ম হৈছিল ১৮৬৯ চনত।
  • M.Visvesvaraya
এম, ভিচভেছভাৰায়ায়ে ১৯৫৫ চনত ৯৫ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰিছিল। তেখেতৰ জন্ম হৈছিল ১৮৬১ চনত আৰু তেওঁ এজন ইঞ্জিনিয়াৰ আছিল।
  • Jawaharlal Nehru
জৱাহৰলাল নেহৰুৱে ১৯৫৫ চনত ৬৬ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰিছিল। তেওঁৰ জন্ম হৈছিল ১৮৮৯ চনত।
  • G.B Pant
জি.বি পাণ্টে ১৯৫৭ চনত ৭০ বছৰ বয়সত ভাৰতৰত্ন বঁটা প্ৰদান কৰিছিল। তেওঁৰ জন্ম হৈছিল ১৮৮৭ চনত।
  • D.K Karve 
বি.কে কাৰভেয়ে ১৯৫৮ চনত ১০০ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰে। তেওঁৰ জন্ম হৈছিল ১৮৫৮ চনত।
  • B.C Roy
বি.চি ৰয়ে ১৯৬১ চনত ৭৯ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰিছিল। তেওঁৰ জন্ম হৈছিল ১৮৮২ চনত।
  • P.D Tendon 
পি.ডি টেণ্ডনে ১৯৬১ চনত ৭৯ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰিছিল। তেওঁৰ জন্ম হৈছিল ১৮৮২ চনত আৰু তেওঁ এজন শিক্ষাবিদ আছিল।
  • Rajendra Prasad
ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম হৈছিল ১৮৮৪ চনত আৰু তেওঁ ১৯৬২ চনত ৭৮ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰিছিল।
  • Jakir Hossain
জাকিৰ হুছেইনৰ জন্ম হৈছিল ১৮৯৭ চনত আৰু তেওঁ ১৯৬৩ চনত ৬৬ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰিছিল।
  • P.V Kane
পি.ভি কানেৰ জন্ম হৈছিল ১৮৮০ চনত আৰু তেওঁ ১৯৬৩ চনত ৮৩ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰিছিল।
  • Lal Bahadur Shastri
লালবাহাদুৰ শাস্ত্ৰীৰ জন্ম হৈছিল ১৯০৪ চনত। ১৯৬৬ চনত ৬২ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰে।
  • Indira Gandhi
ইন্দিৰা গান্ধীৰ জন্ম হৈছিল ১৯১৭ চনত। ইন্দিৰা গান্ধীয়ে ১৯৭১ চনত ৫৪ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰে।
  • V.V Giri
ভি.ভি গিৰিৰ জন্ম হৈছিল ১৮৯৪ চনত। ভিভি গিৰিয়ে ১৯৭৫ চনত ৮১ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰিছিল।
  • K.Kamraj
কে.কামৰাজে ১৯৭৬ চনত ৭৩ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰিছিল। তেওঁৰ জন্ম হৈছিল ১৯০৩ চনত আৰু তেওঁ এজন ৰাজনীতিবিদ আছিল।
  • Mother Teresa
মাদাৰ টেৰেছাৰ জন্ম হৈছিল ১৯১০ চনত। মাদাৰ টেৰেছাই ১৯৮০ চনত ৭০ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰিছিল।
  • Acharya Vinobha Bhave
আচাৰ্য বিনোৱা ভাবেৰ জন্ম হৈছিল ১৮৯৫ চনত। তেখেতে ১৯৮৩ চনত ৮৮ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰে।

  • Khan Abdul Gaffar Khan
খান আব্দুল গফুৰ খানৰ জন্ম হৈছিল ১৮৯০ চনত। আৰু তেওঁ ১৯৮৭ চনত ৯৭ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰিছিল।
  • M.G Ramachandran
এম.জি ৰামচন্দ্ৰনৰ জন্ম হৈছিল ১৯১৭ চনত। তেওঁ ১৯৮৮ চনত ৭১ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰে।
  • Bhimrao Ambedkar
ভীম ৰাও আম্বেদকাৰৰ জন্ম হৈছিল ১৮৯১ চনত। তেখেতে ১৯৯০ চনত ৯৯ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰে।
  • Nelson Mandela
নেলছন মেণ্ডেলাই ১৯৯০ চনত ৭২ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰিছিল। তেওঁৰ জন্ম হৈছিল ১৯১৮ চনত।
  • Rajiv Gandhi
ৰাজিৱ গান্ধীয়ে ১৯৯১ চনত ৪৭ বছৰ বয়সত ভাৰতৰত্ন বঁটা প্ৰদান কৰিছিল। ৰাজিৱ গান্ধীৰ জন্ম হৈছিল ১৯৪৪ চনত।
  • Vallabhbhai Patel
বল্লভভাই পেটেলেৰ জন্ম হৈছিল ১৮৭৫ চনত। ১৯৯১ চনত ১১৬ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰে। তেওঁ এজন ৰাজনীতিবিদ আছিল।
  • Morarji Desai
মোৰাৰজী দেশাইৰ জন্ম হৈছিল ১৮৯৬ চনত। ১৯৯১ চনত ৯৫ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰে।
  • Maulana Azad
মৌলানা আজাদে ১৯৯২ চনত ‌‌‌১০৪ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰিছিল। তেওঁৰ জন্ম হৈছিল ১৮৮৮ চনত।
  • JRD Tata
জে আৰ ডিৰ জন্ম হৈছিল ১৯০৪ চনত। তেওঁ ভাৰতৰত্ন বঁটা লাভ কৰে ১৯৯২ চনত ৮৮ বছৰ বয়সত। তেওঁ এজন উদ্যোগিকৰ্তা আছিল।
  • Satyajit Ray
সত্যজিত ৰায়ৰ জন্ম হৈছিল ১৯২২ চনত। ১৯৯২ চনত ৭০ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰে। তেওঁ এজন বোলছবি বিদ আছিল।
  • Guljarilal Nanda
গোলজাৰিলাল নন্দৰ জন্ম হৈছিল ১৮৯৮ চনত। ১৯৯৭ চনত ৯৯ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰে।
  • Aruna Asaf Ali
আলোচনা আচাফ আলিৰ জন্ম হৈছিল ১৯০৯ চনত। ১৯৯৭ চনত ৮৮ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰিছিল।
  • APJ Abdul Kalam
এ পি জে আব্দুল কালাম জন্ম হৈছিল ১৯৩১ চনত। ১৯৯৭ চনত ৬৬ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰিছিল।
  • MS Subbulakshmi
এম এছ চুব্বালক্ষ্মীৰ জন্ম হৈছিল ১৯১৬ চনত। ১৯৯৮ চনত ৮২ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰে।
  • Chidambaram Subramanian
চিদাম্বাৰ চোব্ৰমোনিয়ামৰ জন্ম হৈছিল ১৯১০ চনত। ১৯৯৮ চনত ৮৮ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰে।
  • Jayaprakash Narayana
জয়াপ্ৰকাছ নাৰায়নৰ জন্ম হৈছিল ১৯০২ চনত ‌‌ । ১৯৯৯ চনত ৯৭ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰে।
  • Amarty Sen
অমৰ্ত্য সেনৰ জন্ম হৈছিল ১৯৩৩ চনত।১৯৯৯ চনত ৬৬ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰে।
  • Gupinath Bordoloi
গোপিনাথ বৰদলৈৰ জন্ম হৈছিল ১৮৯০ চনত। ১৯৯৯ চনত ‌‌‌১০৯ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰে।
  • Pandit Ravi Shankar
পণ্ডিত ৰবি শংকৰৰ জন্ম হৈছিল ১৯২০ চনত। ১৯৯৯ চনত ৭৯ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰে।
  • Lata Mangeshkar
লতা মংগেশকাৰৰ জন্ম হৈছিল ১৯২৯ চনত। ২০০১ চনত ৭২ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰে।
  • Ustad Bismillah Khan
উচতাদ বিছমিল্লা খানৰ জন্ম হৈছিল ১৯১৬ চনত। ২০০১ চনত ৮৫ বছৰ বয়সত তেওঁ ভাৰতৰত্ন বঁটা লাভ কৰে।
  • Pandit Bhimsen Joshi
পণ্ডিত ভীমচেন জেছিৰ জন্ম হৈছিল ১৯২২ চনত। ২০০৯ চনত ৮৭ বছৰ বয়সত তেওঁ ভাৰতৰত্ন বঁটা লাভ কৰে।
  • Sachin Tendulkar
শচীন টেণ্ডুলকাৰৰ জন্ম হৈছিল ১৯৭৩ চনত। ২০১৩ চনত ৪০ বছৰ বয়সত তেওঁ ভাৰতৰত্ন বঁটা লাভ কৰে।
  • CNR Rao
চি এন আৰ ৰাওৰ জন্ম হৈছিল ১৯৪৩ চনত। ২০১৩ চনত ‌‌‌‌‌৭০ বছৰ বয়সত ভাৰতৰত্ন বঁটা লাভ কৰে। 

Post a Comment

Previous Post Next Post