অসমৰ মুখ্যমন্ত্ৰীৰ তালিকা, প্ৰথম মুখ্যমন্ত্ৰীৰ পৰা আজিলৈকে সকলোৰে নাম সমূহ।



  1.  মৌলৱী চায়িড মহম্মদ ছাদুল্লা ( ১৯৩৭ চনৰ ১ এপ্ৰিলৰ পৰা ১৯৩৮ চনৰ ১৯ চেপ্তেম্বৰ লৈকে।
  2. গোপিনাথ বৰদলৈ ( ১৯৩৮ চনৰ ১৯ ছেপ্তেম্বৰৰ পৰা ১৯৩৯ চনৰ ১৭ নবেম্বৰ।
  3. মৌলৱী চায়িড মহম্মদ ছাদুল্লা (১৯৩৯ চনৰ পৰা ১৯৪৬ চনৰ ১১ ফেব্ৰুৱাৰীলৈকে।
  4. গোপিনাথ বৰদলৈ ( ১৬৪৬ চনৰ ১১ ফেব্ৰুৱাৰী পৰা ১৯৫০ চনৰ ৬ আগষ্টলৈকে।
  5. বিষ্ণু ৰাম মেধি ( ১৯৫০ চনৰ ৬ আগষ্টৰ পৰা ১৯৫৭ চনৰ ২৭ ডিচেম্বৰলৈকে।
  6. বি,পি চলিহা ( ১৯৫৭ চনৰ ২৮ ডিচেম্বৰৰপৰা ১৯৭০ চনৰ ৬ নৱেম্বৰ লৈকে।
  7. মহেন্দ্ৰ মোহন চৌধুৰী ( ১৯৭০ চনৰ ১১ নৱেম্বৰৰ পৰা ১৯৭২ চনৰ ৩০ জানুৱাৰীলৈকে।
  8. শৰৎচন্দ্ৰ সিংহা ( ১৯৭২ চনৰ পৰা ৩১ জানুৱাৰীৰ পৰা ১৯৭৮ চনৰ ১২ মাৰ্চলৈকে।
  9. গোলাপ বৰবৰা ( ১৯৭৮ চনৰ ১২ মাৰ্চৰ পৰা ১৯৮৯ চনৰ ৪ চেপ্তেম্বৰ লৈকে।
  10. যোগেন্দ্ৰনাথ হাজৰিকা ( ১৯৮৯ চনৰ ৯ ছেপ্তেম্বৰৰ পৰা ১৯৮৯ চনৰ ১১ ডিচেম্বৰলৈকে।
  11. শ্ৰীমতী আনুৱাৰা টিমুৰ ( ১৯৮০ চনৰ ৬ ডিচেম্বৰ পৰা ১৯৮১ চনৰ ৩০ জুনলৈকে।
  12. কেশৱ চন্দ্ৰ গগৈ ( ১৯৮২ চনৰ ১৩ জানুৱাৰীৰ পৰা ১৯৮২ চনৰ ১৯ মাৰ্চলৈকে।
  13. হিতেশ্বৰ শইকীয়া ( ১৯৮৩ চনৰ ২৭ ফেব্ৰুৱাৰী পৰা ১৯৮৫ চনৰ ২৩ ডিচেম্বৰলৈকে।
  14. প্ৰফুল্ল কুমাৰ মহন্ত ( ১৯৮৫ চনৰ ২৪ ডিচেম্বৰপৰা ১৯৯০ চনৰ ২৭ নৱেম্বৰৰ লৈকে।
  15. হিতেশ্বৰ শইকীয়া ( ১৯৯১ চনৰ ৩০ জুনৰপৰা ১৯৯৬ চনৰ ২২ এপ্ৰিললৈকে।
  16. ড° ভূমিধৰ বৰ্মন ( ১৯৯৬ চনৰ ২২ এপ্ৰিল পৰা ১৯৯৬ চনৰ ১৪ মেলৈকে।
  17. প্ৰফুল্ল কুমাৰ মহন্ত ( ১৯৯৬ চনৰ ১৫ মে'ৰপৰা ২০০১ চনৰ ১৭ মে'লৈকে।
  18. তৰুণ গগৈ ( ২০০১ চনৰ ১৭ মে'পৰা ২০১৫ চনলৈকে।
  19. সৰ্বানন্দ সোনোৱাল ( ২০১৬ চনৰ ২৪ মে'পৰা ২০২১ চনৰ ৯ মে'লৈকে।
  20. ড° হিমন্তবিশ্ব শৰ্মা ২০২১ চনৰ ১০ মে'ৰপৰা........

Post a Comment

0 Comments