মহান ব্যক্তিসকলৰ শ্লোগান। Neil Armstrong ৰ বাণী।


মহান ব্যক্তিসকলৰ বাণী।


  • "আৰাম হাৰাম হে" এইষাৰ কাৰ শ্লোগান আছিল?
জৱাহৰলাল নেহৰুৰ।
  • "দিল্লী চলী" এইষাৰ কাৰ শ্লোগান আছিল?
সুভাষচন্দ্ৰ বসুৰ।
  • "চাৰে জাহা চে আচ্ছা, হিন্দুস্তান হামাৰা" এইষাৰ কাৰ শ্লোগান আছিল?
ইকবালৰ।
  • "জয় জোৱান জয় কিষাণ" এইষাৰ কাৰ শ্লোগান আছিল?
লালবাহাদুৰ শাস্ত্ৰীৰ।
  • "বন্দেমাতৰম" এইষাৰ কাৰ শ্লোগান আছিল?
বঙ্কিমচন্দ্ৰ চেতাৰ্জী।
  • "বেদৰ ফালে উভতি যোৱা" এইষাৰ কাৰ শ্লোগান আছিল?
দয়ানন্দ সৰস্বতীৰ।
  • "কৰা নহ'লে মৰা" এইষাৰ কাৰ শ্লোগান আছিল?
মহাত্মা গান্ধীৰ।
  • "ইকবাল জিন্দাবাদ" এইষাৰ কাৰ শ্লোগান আছিল?
ভগত সিংৰ।
  • "সম্পূৰ্ণ ক্ৰান্তি" এইষাৰ কাৰ শ্লোগান আছিল?
জয়প্ৰকাশ নাৰায়ণৰ।
  • "বিদেশী মাৰা"(খেদা) এইষাৰ কাৰ শ্লোগান আছিল?
মঙ্গল পাণ্ডেৰ।
  •  "Old wood best to burn,
Old wine to drink, Old friends to trust and Old
Authors to read" এইষাৰ কাৰ শ্লোগান আছিল?
Francis Bacon.
  • "স্বৰাজ্য আমাৰ জন্ম অধিকাৰ" এইষাৰ কাৰ শ্লোগান আছিল?
বাল গংগাধৰ তিলকৰ।
  • "বিজয়ী বিশ্ব তিৰংগা প্যাৰা,‌ঝাণ্ডা উচ্চা ৰহে হামাৰা"এইষাৰ কাৰ শ্লোগান আছিল?
শ্যামলাল গুপ্তাৰ।
  • "ছৰবৰোচি কা তামান্না আব হামাৰা দিল মে
ৰাম প্ৰসাদ বিছমিল্লা।
  • "আত্মা কা খেল খেল'" এইষাৰ কাৰ শ্লোগান আছিল?
জৱাহৰলাল নেহৰুৰ।
  • "মোক তেজ দিয়া ম‌ই আজাদি দিম" এইষাৰ কাৰ শ্লোগান আছিল?
সুভাষচন্দ্ৰ বসুৰ।
  • "ডাইৰেক্ট এক্সন" এইষাৰ কাৰ শ্লোগান আছিল?
আলি জিন্নাৰ।
  • "Every man has his price" এইষাৰ কাৰ শ্লোগান আছিল?
Sir Robert Walpole.
  • "জনতাৰ দ্বাৰা, জনতাৰ বাবে, জনতাৰ বাবে চৰকাৰ" এইষাৰ কাৰ শ্লোগান আছিল?
আব্ৰাহম লিঙ্কলন।
  • "যেনেকৈ ম‌ই কিৰো দাস হ'ব নিবিচাৰো, ঠিক তেনেকৈ‌ ম‌ই মালিক হ'ব নিবিচাৰো" এইষাৰ কাৰ শ্লোগান আছিল?
আব্ৰাহম লিঙ্কলন।
  • "That's one small Step of man, one giant leap of mankind"এইষাৰ কাৰ শ্লোগান আছিল?
Neil Armstrong.
  • "Man is by nature a political animal"এইষাৰ কাৰ শ্লোগান আছিল?
Aristotle
  • "The roots of education are bitter but the fruit is sweets"এইষাৰ কাৰ শ্লোগান আছিল?
Aristotle.
  • "The child is the father of a man" এইষাৰ কাৰ শ্লোগান আছিল?
William Wordsworth.
  • "Man is by nature a political animal"এইষাৰ কাৰ শ্লোগান আছিল?
Aristotle.

Updating.......


গুৰুত্বপূৰ্ণ আৰ্টিকেল সমূহ

কোনটো পক্ষী ভয়ানক?প্ৰেম আৰু বন্ধুত্ব।আচলতে প্ৰেম কি কি?
  • ভাৰতৰ হেল্পলাইন নম্বৰ সমূহ কি কি?

  • অসমীয়া নতুন কুইজ-২০১৯।

  • IREDA ৰ সম্পৰ্ণ নাম কি?
  • ভাৰতীয় আইন । কোনটো ধাৰাই কিহৰ ইংগিত দিয়ে।

  • জীৱনত সফল হব নোৱাৰাৰ ৫ টা কাৰণ। (5 Reason Why You Fail at life)


  • Post a Comment

    Previous Post Next Post