ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত থকা মন্দিৰ সমূহৰ নাম।

ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত থকা মন্দিৰ সমূহৰ নাম।

  • ত্ৰিনেত্ৰেশ্বৰ মহাদেৱ মন্দিৰ ক'ত আছে?
তৰনেতাৰ (গুজৰাট)
  • শ্ৰীবীৰ ভেংকাটা সত্য নাৰায়ণ" মন্দিৰ ক'ত অৱস্থিত?
 অন্ধ্ৰ প্ৰদেশৰ,আন্না বাৰাম।
  • মুক্তেশ্বৰ"মন্দিৰ ক'ত অৱস্থিত?
ভূৱনেশ্বৰ।
  • ভদ্ৰকালি মন্দিৰ ক'ত আছে?
আহমেদাবাদ (গুজৰাট)
  • ৰোকমিনী দেৱী মন্দিৰ ক'ত আছে?
দ্বাৰকা (গুজৰাট)
  • শ্ৰীবৈদ্যনাথ" মন্দিৰ ক'ত অৱস্থিত?
ঝাৰখণ্ড।
  • ভাদকেশ্বৰ মহাদেৱ মন্দিৰ ক'ত অৱস্থিত?
দ্বাৰকা (গুজৰাট)।
  • শ্ৰীঅম্বাজী"মন্দিৰ ক'ত অৱস্থিত?
গুজৰাটৰ বনাছকন্থা।
  • ত্ৰিপেশ্বৰী মন্দিৰ ক'ত আছে?
ৰাজস্থানৰ ত্ৰিপুৰা।
  • মুখলিঙ্গেশ্বৰ মন্দিৰ ক'ত আছে?
অন্ধ্ৰপ্ৰদেশৰ কাকুলম।
  • সিদ্ধি বিনায়ক মন্দিৰ ক'ত অৱস্থিত?
মহাৰাষ্ট্ৰৰ দাদৰ (মোম্বাই)।
  • ভেংকটেশ্বৰ মন্দিৰ ক'ত আছে?
তিৰুপতি।
  • কন্ধাৰিয়া মহাদেৱ মন্দিৰ ক'ত আছে?
মধ্যপ্ৰদেশ।
  • কেদাৰনাথ মন্দিৰ ক'ত আছে?
উত্তৰাখণ্ড।
  • মুৰুদেশ্বৰ স্বামী মন্দিৰ ক'ত অৱস্থিত?
কৰ্ণাটক।
  • পশুপতিনাথ মন্দিৰ ক'ত অৱস্থিত?
কাঠমাণ্ডু।
  • গংগোত্ৰী মন্দিৰ ক'ত অৱস্থিত?
উত্তৰাখণ্ড।
  • সীতা ৰামচন্দ্ৰ স্বামী মন্দিৰ ক'ত আছে?
ভদ্ৰাচলম (তেলেংগানা)।
  • সোমেশ্বৰ স্বামী মন্দিৰ ক'ত অৱস্থিত?
গুজৰাট।
  • মিনাক্ষী মন্দিৰ ক'ত আছে?
মাদুৰাই (তামিলনাডু)
  • অয়প্পা মন্দিৰ ক'ত আছে?
কেৰেলা।
  • চনটেম্পল ক'ত আছে?
জিনাবাৰি (গুজৰাট)।
  • ৰংনাথা স্বামী মন্দিৰ ক'ত আছে?
শ্ৰীৰংগম (তামিলনাডু)
  • বৰাহ মন্দিৰ ক'ত আছে?
উত্তৰপ্ৰদেশ।
  • ন‌ওলখা মন্দিৰ ক'ত আছে?
ঘোমলি (গুজৰাট)।
  • থিলয় নটৰাজ মন্দিৰ ক'ত অৱস্থিত?
সিন্দৰম (তামিলনাডু)
  • কনক দূৰ্গাদেৱী মন্দিৰ ক'ত আছে?
বিজয়বাৰা (অন্ধ্ৰপ্ৰদেশ)
  • শ্ৰীবেজনাথ মন্দিৰ ক'ত অৱস্থিত?
কংগৰা (হিমাচল প্ৰদেশ)
  • মনসা দেৱী মন্দিৰ ক'ত অৱস্থিত?
হৰিদ্বাৰ।
  • গুৰথিয়া মহাদেৱ মন্দিৰ ক'ত আছে?
ভাৰবদা (গুজৰাট)।
  • বীৰভদ্ৰ মন্দিৰ ক'ত অৱস্থিত?
অন্ধ প্ৰদেশ।
  • গ্ৰশ্ৰশ্বেৰ মন্দিৰ ক'ত আছে?
মহাৰাষ্ট্ৰ।
  • মঞ্জুনাথ মন্দিৰ ক'ত অৱস্থিত?
কৰ্ণাটক।
  • হোথিচিং জেইন টেম্পল ক'ত আছে?
আহমেদাবাদ (গুজৰাট)।
  • জীগোলম্ব মন্দিৰ ক'ত আছে?
তেলেংগানা।
  • চেন্নকেশ্বৰ মন্দিৰ ক'ত অৱস্থিত?
কৰ্ণাটক।
  • ভালকাতীৰ্থ ক'ত আছে?
ভেৰাবল (গুজৰাট)।
  • কৈলাশনাথ মন্দিৰ ক'ত অৱস্থিত?
তামিলনাডু।
  • একমৰেশ্বৰ মন্দিৰ ক'ত আছে?
কাচিপুৰম (তামিলনাডু)
  • শ্ৰীঅম্বাজী মন্দিৰ ক'ত আছে?
বনাছকণ্ডা (গুজৰাট)।
  • হীয়শ্লেশ্বৰ মন্দিৰ ক'ত অৱস্থিত?
হলেবিডু (কৰ্ণাটক)।
  • বৃহদিশ্বৰৰ মন্দিৰ ক'ত আছে?
থঞ্জাবুৰ(তামিলনাডু)
  • শ্ৰীস্টমভেশ্বৰ মহাদেৱ মন্দিৰ ক'ত আছে?
জেম্বুচাৰ (গুজৰাট)।
  • শ্ৰীদ্বাৰকাধীশ মন্দিৰ ক'ত আছে?
দ্বাৰকা (গুজৰাট)।
ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত থকা মন্দিৰ সমূহৰ নাম।

  • শ্ৰীচামুণ্ডেশ্বৰী মন্দিৰ ক'ত অৱস্থিত?
মেচুৰ (কৰ্ণাটক)।
  • অক্ষৰধাম মন্দিৰ ক'ত আছে?
গান্ধীজীৰ (গুজৰাট)।
  • কন্ধাৰিয়া মহাদেৱ মন্দিৰ ক'ত আছে?
খজোৰাহো(মধ্যপ্ৰদেশ)।
  • শ্ৰীঅৰুণাচলেশ্বৰ মন্দিৰ ক'ত অৱস্থিত?
তিৰুবন্নামলাই (তামিলনাডু)।
  • চতুৰমূখ ব্ৰহ্মালিঙ্গেশ্বৰ ক'ত আছে?
চেবৰিলু (অন্ধ প্ৰদেশ)
  • শ্ৰীবৰাহ লক্ষ্মী নৰসিহ্মা মন্দিৰ ক'ত অৱস্থিত?
চিহ্মাচলম (অন্ধ প্ৰদেশ)।
  • চামলাজী মন্দিৰ ক'ত আছে?
চামলাজী (গুজৰাট)।
  • শ্ৰীলিংগৰাজ মন্দিৰ ক'ত আছে?
ভূৱনেশ্বৰ।
  • শ্ৰীৰামলিলা মন্দিৰ ক'ত আছে?
অযৌদ্ধা (উত্তৰপ্ৰদেশ)।
  • বল হনুমান মন্দিৰ ক'ত অৱস্থিত?
জামনগৰ (গুজৰাট)।
  • শ্ৰীসোমনাথ জ্যোতিৰলিংগৰ মন্দিৰ ক'ত অৱস্থিত?
ভেৰাবল (গুজৰাট)।
  • নাগেশ্বৰা জ্যোতিৰ্লিংগ মন্দিৰ ক'ত অৱস্থিত?
দাৰুকাবন (গুজৰাট)।

Post a Comment

Previous Post Next Post