ড° ভূপেন হাজৰিকাৰ কণ্ঠত দেশপ্ৰেম মূলক গীতৰ গীতিকাব্য~বৃষ্টিৰনো পাৰৰে অসংখ্য জনৰে!

 

ড° ভূপেন হাজৰিকাৰ কণ্ঠত দেশপ্ৰেম মূলক গীতৰ গীতিকাব্য~বৃষ্টিৰনো পাৰৰে অসংখ্য জনৰে!


গীত : আহ আহ ওলাই আহ, সজাগ জনতা_

আহ আহ ওলাই আহ, সজাগ জনতা

আহ আহ ওলাই আহ, পোহৰ আনোতা

ৰামৰে দেশতে থকা ৰাবণ বধোতে, যায় যদি যায় জীৱনটো যাক।

সম্মোখৰে সেনাপতি থমকী জীৰালে, কিনো হ'ব সেনানীয়ে ভাবিলে গুণিলে,ক'লা কাকতী ফৰিং নাখো গৈ আহ।

আহ আহ ওলাই আহ, সজাগ জনতা

আহ আহ ওলাই আহ, পোহৰ আনোতা,

ৰামৰে দেশতে থকা ৰাবণ বধোতে, যায় যদি যায় জীৱনটো যাক।

শুন বুভোক্ষু শিশুৰে আৰ্তনাদ এয়ে তিল তিল মৃত্যুৰ আনে সংবাদ,

শুন বুভোক্ষু শিশুৰে আৰ্তনাদ এয়ে তিল তিল মৃত্যুৰ আনে সংবাদ

এই সংবাদ শুনিও বধিৰ কিয় ত্ই নকৰিবি কিয় তুৰ শেষ প্ৰতিবাদ,

সংগ্ৰাম আন এটি নাম জীৱনৰে, ইতিহাসে চিঞৰে জয় জনতাৰে,

ত্ৰাস এৰি দানৱকে বধো গৈ আহ,

আহ আহ ওলাই আহ, সজাগ জনতা

আহ আহ ওলাই আহ, পোহৰ আনোতা

ৰামৰে দেশতে থকা ৰাবণ বধোতে, যায় যদি যায় জীৱনটো যাক।

গীত : অ' হ..হ..হ..মহো হ.. দেশৰ হকে মৰো অ'_

অ' হ..হ..হ..মহো হ.. দেশৰ হকে মৰো অ'

অ' হ..হ..হ..মহো হ.. দেশৰ হকে মৰো অ'

কিঞিতো নাই ভয় নাই,ওলালো মুক্তি পথ যাত্ৰী এ..হে..

অ' হ..হ..হ..মহো হ.. দেশৰ হকে মৰো অ'

অ' হ..হ..হ..মহো হ.. দেশৰ হকে মৰো অ'।

ৰঙঘৰ ৰঙঘৰ তেজীৰঙা ৰঙঘৰ আজি কিয় ৰঙ তুৰ নাই,

ডাঙৰীয়া সৰু-বৰে আৰু য'ত অনুচৰে কিয় আজি সুখতে বিনায়, 

নেকান্দিবি অ' দেশ মাতৃ, ওলালো মুক্তি পথ যাত্ৰী হে. হে..

অ' হ..হ..হ..মহো হ.. দেশৰ হকে মৰো অ'

অ' হ..হ..হ..মহো হ.. দেশৰ হকে মৰো অ'।

শান দিয়া হেংদাং য'ত মহা অস্ত্ৰি মন্ত্ৰনা দিয়া আজি য'ত মহামন্ত্ৰী,

শান দিয়া হেংদাং য'ত মহা অস্ত্ৰি মন্ত্ৰনা দিয়া আজি য'ত মহামন্ত্ৰী।

আশেষ দিয়া আই-মাতৃ, আশেষ দিয়া আই-মাতৃ,

ওলালো মুক্তি পথ যাত্ৰী হে.. হে..

অ' হ..হ..হ..মহো হ.. দেশৰ হকে মৰো অ'

অ' হ..হ..হ..মহো হ.. দেশৰ হকে মৰো অ'

কিঞিতো নাই ভয় নাই,ওলালো মুক্তি পথ যাত্ৰী হে..হে..

অ' হ..হ..হ..মহো হ.. দেশৰ হকে মৰো অ'

অ' হ..হ..হ..মহো হ.. দেশৰ হকে মৰো অ'।

গীত : আই মোৰ সোণৰে অসমত,আই মোৰ সোণৰে মন্দিৰ_

আই মোৰ সোণৰে অসমত,আই মোৰ সোণৰে মন্দিৰ,

আই মোৰ ৰ'দত চিকে-মিকে কৰে।

আই মোৰ সোণৰে কলচি,

 সৰগ ভূৰসী, 

আই মোৰ জলমল জেউতি চৰে।

আই মোৰ আইৰে চোতালত

আই মোৰ পাৰিজাত ফুলিলে,

আই মোৰ গোন্ধে দশোদিশত সৰে

আই মোৰ আইৰে মজিয়াত

সুগন্ধি জ্বলালে।

আই মোৰ চৌপাশ আমোলমোল কৰে।

আই মোৰ আইৰে থাপনাত

আই মোৰ কত পূজাৰীয়ে

আই মোৰ কতনো পূজা যোগালে

আই মোৰ শংকৰ পূৰুষে,

কীৰ্তনে পঢ়িলে।

আই মোৰ মাধৱে বৰগীত গালে।

আই মোৰ আইৰে চৰণত,

আই মোৰ ভকত চাপিছে

আই মোৰ চৰণ সেৱা কৰো বুলি।

আই মোৰ সোণ পিথ কাম পিথ

ৰতন পিথ মিলিছে

আই মোৰ শিৰত লৈ চৰণৰ  ধূলি।

আই মোৰ নিচলা শেৱকত 

হে আই মোৰ নিষকিন পূজা ভাগ 

আই মোৰ নিঘিনী লোৱাই তুলি

আই মোৰ সেৱাৰ বঢ়া-টুটা

খেমি বা আই-মাতৃ।

আই মোৰ দুখীয়া মিচলা বুলি

আই মোৰ দুখীয়া মিচলা বুলি

আই মোৰ দুখীয়া মিচলা বুলি।

গীত : বৃষ্টিৰনো পাৰৰে অসংখ্য জনৰে_

বৃষ্টিৰনো পাৰৰে অসংখ্য জনৰে

হাহাকাৰ শুনিও নিশব্দে নিৰৱে

বুঢ়া লোহিত তুমি, বুঢ়া লোহিত বোৱা কিয়।

বৃষ্টিৰনো পাৰৰে অসংখ্য জনৰে

হাহাকাৰ শুনিও নিশব্দে নিৰৱে

বুঢ়া লোহিত তুমি, বুঢ়া লোহিত বোৱা কিয়।

নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিওঁ,  

নিৰলজ্য অলসভাৱে ভূৱা কিয়।

জ্ঞান বিহীন, নিৰক্ষৰৰ,

খাদ্য বিহীন, নাগৰিকৰ,

নেতৃবিহীনতাত নিমাত কিয়।

সহস্ৰ বাৰিষাৰ উম্মাদনাৰ

অভিজ্ঞতাৰে পঙ্গু মানৱক সৱল সংগ্ৰামী,

আৰু অগ্ৰগামী কৰিনো তোলা কিয়।

বৃক্তি যদি, বৃক্তি কেন্দ্ৰিক

সমষ্টি যদি বৃক্তিত্ত্ব ৰহিত

তেনে শিথিল সমাজক নাভাঙা কিয়।

তুমিয়েই যদি ব্ৰহ্মৰে পুত্ৰ

সেই পিতৃত্ত্ব তেনে নাম মাত্ৰ

নহ'লে প্ৰেৰণা নিদিয়া কিয়,

উনমক্ত দৰবাৰে, কুৰুক্ষেত্ৰৰে

সৰসজ্যাকে, আলিঙ্গণ কৰা,

ভিষ্মৰূপী, অজস্ৰ বীৰক,

জগাইনো তুলা কিয়।

বৃষ্টিৰনো পাৰৰে অসংখ্য জনৰে

হাহাকাৰ শুনিও নিশব্দে নিৰৱে

বুঢ়া লোহিত তুমি, বুঢ়া লোহিত বোৱা কিয়।

বৃষ্টিৰনো পাৰৰে অসংখ্য জনৰে

হাহাকাৰ শুনিও নিশব্দে নিৰৱে

বুঢ়া লোহিত তুমি, বুঢ়া লোহিত বোৱা কিয়।

গীত : বুকু হ'ম হ'ম কৰে, মোৰ আই_

বুকু হ'ম হ'ম কৰে, মোৰ আই

কোনে নিদ্ৰা হৰে, মোৰ আই

পুত্ৰ হৈ মই কি মতে তৰো

আই তুৰে হৈ ম‌ই মৰো

বুকু হ'ম হ'ম কৰে, মোৰ আই।

দেশৰে চন্দ্ৰমা আলেং এন্ধাৰে আৱৰে

অগনী কালিকা,দেহৰ ৰন্ধে ৰন্ধে তৰে

বুকু হ'ম হ'ম কৰে, মোৰ আই।

বজ্ৰ সমগ্ৰীহ আই,চোপাহৰে গড়, চোপাহৰে গড় ভেদী,

কিঞ্চিতো নাই পথ।

যাচিম সান্তনা, আই মুক্তি প্ৰভাতেৰে

থাপিম থাপনা,আই শোণিত পিয়াহেৰে

বুকু হ'ম হ'ম কৰে, মোৰ আই

কোনে নিদ্ৰা হৰে, মোৰ আই

পুত্ৰ হৈ মই কি মতে তৰো

আই তুৰে হৈ ম‌ই মৰো

বুকু হ'ম হ'ম কৰে, মোৰ আই।

🎶🎶🎶🎶🎶🎶🎶🎶

ড° ভূপেন হাজৰিকাৰ গীতৰ গীতিকাব্য।

पुष्पा मूवी songs lyrics [तेरी झलक अशर्फी सरीबॉली] Full Songs Lyrics in hindi

Post a Comment

1 Comments